Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

    জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

    কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

    Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

    Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

publisher by publisher
September 16, 2026
in Assam, News
Reading Time: 1 min read
0
কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

GovernmentSchool: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ‘শিক্ষক আলু নহয়, সকলো কামতে চৰকাৰে শিক্ষকসকলক নিয়োগ নকৰিব। চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ ধ্বংস নকৰিব। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক বৰপীৰা পাৰি দি চৰকাৰী বিদ্যালয় ধ্বংসৰ এয়া চৰকাৰী কুটিল ষড়যন্ত্র। চৰকাৰী শিক্ষকসকলক একমাত্র শিক্ষাদানতে নিয়োজিত কৰি ৰাখক। এয়াই তেওঁলোকৰ একমাত্র কাম হ’ব লাগে।’

ADVERTISEMENT

এই মন্তব্য একাংশ অভিভাৱক-অভিভাৱিকাৰ। লোকপিয়ল আৰু নগাঁৱৰ সমাগত উপ-নির্বাচনত শিক্ষক-শিক্ষয়িত্রীসকলক নিয়োজিত কৰাত কালি কলিয়াবৰৰ বহুকেইখন বিদ্যালয়ত অঘোষিতভাবে পাঠদান বন্ধ হয়। ইয়াকে লৈ ক্ষোভ প্রকাশ কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ছাত্র-ছাত্রীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকল।

পুৱা সময়মতে বিদ্যালয়লৈ আহি পাঠগ্রহণ অবিহনে উভতি যাব লগা হয় বহু ছাত্র-ছাত্রী। অঘোষিতভাবে মঙলবাৰে পাঠদান বন্ধ থকা এখন ৰাজহুৱা খণ্ডৰ বিদ্যালয় হ’ল কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত সাত নম্বৰ বৰভগীয়া প্ৰাথমিক বিদ্যালয়। আনদিনাৰ দৰে আজিও পুৱা সময়মতে স্কুলখনত ছাত্র-ছাত্রীসকল উপস্থিত হয় যদিও বহু দেবিলৈ বিদ্যালয়ৰ তলা খোল নাখালে। কাৰণ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রীসকলক আন কামত নিয়োজিত কৰা হৈছে। ফলত ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিও কোনো শিক্ষক নহাত উপায়ান্তৰ হৈ ছাত্র-ছাত্রীসকল ঘৰলৈ উভতি যায়।

শৈক্ষিক দিনপঞ্জীত কোনো বন্ধ নথকাকৈয়ে এনেদৰে বিদ্যালয়ৰ পাঠদান বন্ধ থকাক লৈ অভিভাৱকসকলৰ মাজত প্ৰচণ্ড ক্ষোভৰ সৃষ্টি হৈছে। অনুসন্ধান কৰি জানিব পৰা মতে বিদ্যালয়খন দুজনীয়া শিক্ষকৰ বিদ্যালয়। ইয়াৰে এজন শিক্ষক সম্প্রতি লোকপিয়লৰ কামত নিয়োজিত হৈ আছে। আনগৰাকী শিক্ষকক উপ-নির্বাচনৰ কামত নিয়োজিত কৰা হৈছে। আজি নিৰ্বাচনৰ প্ৰশিক্ষণ গ্রহণ কৰিবলৈ যোৱাৰ বাবে শিক্ষকৰ অভাৱত বিদ্যালয় বন্ধ ৰাখিবলগীয়া হয়। ফলত এখন চৰকাৰী বিদ্যালয় বিনা ঘোষণাৰে বন্ধ হৈ থাকে।

আনহাতে, বিদ্যালয়খনৰ শিক্ষকদ্বয়ক আন কামত নিয়োজিত কৰা কাৰ্যক লৈ প্রশ্ন উত্থাপন হৈছে। স্থানীয় ৰাইজে মতপোষণ কৰিছে যে চৰকাৰে গুণগত শিক্ষাৰ কথা কয় যদিও বাস্তৱত শিক্ষকসকলক অনাশৈক্ষিক কামত নিয়োজিত কৰি বিদ্যালয়ত পাঠদান পর্যন্ত বন্ধ কৰিবলগীয়া হৈছে।

আনহাতে, বিদ্যালয়লৈ পুৱাই আহি শিক্ষাগ্রহণ অবিহনে উভতি যাবলগীয়া এজন ছাত্রই কয়, ‘আমি পুৱা ৮-৩০ বজাতে স্কুললৈ আহিছিলো। বহু সময় ৰ’লো, কিন্তু ছাৰ-বাইদেউ এজনো নাহিল। দুৱাৰত তলা লগোৱা নাছিল। আমি কি কৰিম, ঘৰলৈ গুচি আহিলো।’

একেদৰে এজন অভিভাৱকে ক্ষোভেৰে কয়, ‘চৰকাৰে কয় ল’ৰা-ছোৱালীক চৰকাৰী স্কুলত পঢ়াওক। আমি পঠিয়াও। কিন্তু স্কুললৈ আহি যদি তলা দেখে, তেন্তে ল’ৰা-ছোৱালীয়ে কি শিকিব? শিক্ষকক জনগণনা, নির্বাচন সকলোতে লগায়। আমাৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যতৰ দায়িত্ব কোনে ল’ব? এয়া শিক্ষা বিভাগৰ সম্পূৰ্ণ টোগলকী কাণ্ড।’

স্বয়ং চৰকাৰেই ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰতি অৱহেলা কৰা বুলি ক্ষোভপ্রকাশ কৰে আন এজন অভিভাৱকে। তেওঁ কয়, ‘দুজন শিক্ষকৰে পৰিচালিত এখন বিদ্যালয়ৰ দুয়োজন শিক্ষকক একেলগে আন কামত কেনেদৰে নিয়োগ কৰে? বিকল্প শিক্ষকৰো ব্যৱস্থা নকৰিলে। ফলত অঘোষিতভাৱে স্কুলত পাঠদানো বন্ধ হ’ল।’

উল্লেখ্য যে কলিয়াবৰৰ গ্ৰামাঞ্চলৰ সকলো ছাত্ৰ-ছাত্ৰীৰে ব্যক্তিগত বিদ্যালয়ত অধ্যয়নৰ সামর্থ্য নাই। এইসকল ছাত্র-ছাত্ৰীৰ বাবে চৰকাৰী বিদ্যালয়ে একমাত্ৰ ভৰসা। গতিকে চৰকাৰৰ এনে কূটনৈতিক কাণ্ডই মূলতঃ দৰিদ্ৰ আৰু নিম্ন আয়ৰ পৰিয়ালসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ অপূৰণীয় ক্ষতি কৰা বুলি ব্যাপক চর্চা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #GovernmentSchool #AssamEducation #Kaliabor #EducationCrisis #Teachers #SchoolEducation #Students #Parents #GovernmentSchools #TeacherShortage #EducationSystem #KaliaborNews #DainikAgradoot
publisher

publisher

Related Posts

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 16, 2026
পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’
International

পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

September 16, 2026
জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস
Assam

জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

September 16, 2026
Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক
Assam

Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

September 16, 2026
Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ
Assam

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

September 16, 2026
Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d