Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাত্র এসপ্তাহতে দুটা বিশ্ব অভিলেখ হেৰুৱালে শচীনে

    চীনৰ পাছত এইবাৰ কৃত্ৰিম সূৰ্য নিৰ্মাণ কৰিছে ভাৰতে

    ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মূখ্যমন্ত্ৰী

    কাকপথাৰত বন বিভাগৰ ৰহস্যজনক নীৰৱতাত বালি মাফিয়াৰ দৌৰাত্ম্য

    সাগৰত পহৰা দিবলৈ সাজু মাছৰ জাক

    সাগৰত পহৰা দিবলৈ সাজু মাছৰ জাক

    পেলনীয়া প্লাষ্টিকৰ বটলৰেই নিৰ্মাণ হৈছে বাসগৃহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

চীনৰ পাছত এইবাৰ কৃত্ৰিম সূৰ্য নিৰ্মাণ কৰিছে ভাৰতে

publisher by publisher
September 16, 2026
in International, News
Reading Time: 1 min read
0
চীনৰ পাছত এইবাৰ কৃত্ৰিম সূৰ্য নিৰ্মাণ কৰিছে ভাৰতে
0
SHARES
1
VIEWS
ShareShareShareShare

RelatedPosts

মাত্র এসপ্তাহতে দুটা বিশ্ব অভিলেখ হেৰুৱালে শচীনে

ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মূখ্যমন্ত্ৰী

কাকপথাৰত বন বিভাগৰ ৰহস্যজনক নীৰৱতাত বালি মাফিয়াৰ দৌৰাত্ম্য

ArtificialSun: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: গুজৰাটৰ এক গৱেষণাগাৰত সম্প্রতি অব্যাহত আছে প্ৰকৃতিৰ অন্যতম শক্তিশালী এক প্রক্রিয়াক কৃত্রিমভাৱে তৈয়াৰ কৰাৰ কাম। ইয়াৰ লক্ষ্য হৈছে, নক্ষত্ৰৰ শক্তিক পৃথিৱীত বহিয়েই বন্দী কৰা। ভাৰতৰ এই ‘কৃত্রিম সূর্য’ নিৰ্মাণৰ স্বপ্নই বাস্তৱৰ পথলৈ আৰু এখোজ আগুৱালে।

ADVERTISEMENT

ইনষ্টিটিউট ফৰ প্লাজমা ৰিছাৰ্চৰ ‘এছএছটি-১’ টোকামাক যন্ত্রত সফলভাৱে বহুওৱা হ’ল এক শক্তিশালী জাইৰ’ট্রন, যাৰ ক্ষমতা ৮২.৬ গিগাহার্জ আৰু ৪০০ কিলোরাট। ‘এছএছটি-১’ বা ‘ষ্টেডী স্টেট ছুপাৰকণ্ডাক্টিং টোকামাক’ হৈছে ভাৰতৰ পৰীক্ষামূলক ফিউজন যন্ত্র।

সাধাৰণ বিদ্যুৎ কেন্দ্ৰৰ দৰে ইন্ধন পুৰি শক্তি তৈয়াৰ কৰাটো ইয়াৰ লক্ষ্য নহয়। চৰম তাপ আৰু চাপত পাতল পৰমাণুৰ নিউক্লিয়াছক সংযোগ কৰি শক্তি উৎপাদনৰ প্ৰক্ৰিয়াকে কোৱা হয় ফিউজন। ঠিক যি প্রক্রিয়াত সূর্য আৰু অন্যান্য নক্ষত্ৰই পোহৰ বিকিৰণ কৰে।

ভাৰতীয় ফিউজন পৰীক্ষাত প্লাজমাৰ তাপমাত্রাই ইতিমধ্যে ২০ কোটি ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে। এই উত্তাপ সূৰ্যৰ কেন্দ্ৰৰ তাপমাত্রাতকৈও প্রায় ২০ গুণ বেছি। অৱশ্যে কেৱল তাপমাত্রা বৃদ্ধিয়েই শেষ কথা নহয়। আচল প্রত্যাহ্বান বেলেগতহে আছে। এই উত্তপ্ত প্লাজমাক দীর্ঘক্ষণ স্থিতিশীল আৰু ধৰি ৰখাটোৱেই সবাতোকৈ কঠিন কাম।

প্রশ্ন উঠিব পাৰে যে কৃত্রিম সূর্য আচলতে কি? মহাজাগতিক সূৰ্যৰ পৰা ই ক’ত, কিদৰে পৃথক? ‘আর্টিফিচিয়েল ছান’ বা ‘কৃত্রিম সূর্য’ আচলতে হৈছে এক নিউক্লিয়াল ফিউজন ৰিয়েক্টৰ, যি সেই বিপুল পৰিমাণৰ শক্তি উৎপাদন কৰিব পাৰে তথা সেয়াও আকৌ সেই একেই প্রক্রিয়াত,যিটো মহাজাগতিক সূৰ্যৰ ক্ষেত্ৰত ঘটে।

কেৱল সেয়াই নহয়। এই ক্ষেত্রত মহাজাগতিক সূৰ্যৰ দৰেই হাইড্ৰ’জেন পৰমাণুৰ সংযোজন ঘটাই (প্রায় ১০০ নিযুত ডিগ্রী চেন্টিগ্রেডৰো অধিক তাপমাত্রাত) বিপুল পৰিমাণৰ শক্তি উৎপাদন কৰা হয়। অৱশ্যে এই প্ৰক্ৰিয়াৰ বিশেষত্ব হৈছে, এই ক্ষেত্রত কার্বন ডাই-অক্সাইড গেছ নির্গত নহয়। সেয়ে এই প্রক্রিয়াক ভৱিষ্যতৰ প্ৰদূষণহীন-পৰিচ্ছন্ন শক্তিৰ অন্যতম প্রতিশ্রুতিময় উৎসৰূপেই গণ্য কৰা হৈছে। উল্লেখ্য যে ভাৰতৰ পূৰ্বে চীনে কৃত্রিম সূর্য নিৰ্মাণৰ কামত বহুখিনি অগ্রগতি লাভ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

মাত্র এসপ্তাহতে দুটা বিশ্ব অভিলেখ হেৰুৱালে শচীনে
News

মাত্র এসপ্তাহতে দুটা বিশ্ব অভিলেখ হেৰুৱালে শচীনে

September 16, 2026
ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মূখ্যমন্ত্ৰী
Assam

ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মূখ্যমন্ত্ৰী

September 16, 2026
কাকপথাৰত বন বিভাগৰ ৰহস্যজনক নীৰৱতাত বালি মাফিয়াৰ দৌৰাত্ম্য
Assam

কাকপথাৰত বন বিভাগৰ ৰহস্যজনক নীৰৱতাত বালি মাফিয়াৰ দৌৰাত্ম্য

September 16, 2026
সাগৰত পহৰা দিবলৈ সাজু মাছৰ জাক
International

সাগৰত পহৰা দিবলৈ সাজু মাছৰ জাক

September 16, 2026
পেলনীয়া প্লাষ্টিকৰ বটলৰেই নিৰ্মাণ হৈছে বাসগৃহ
India

Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d