Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাকপথাৰত বন বিভাগৰ ৰহস্যজনক নীৰৱতাত বালি মাফিয়াৰ দৌৰাত্ম্য

    সাগৰত পহৰা দিবলৈ সাজু মাছৰ জাক

    সাগৰত পহৰা দিবলৈ সাজু মাছৰ জাক

    পেলনীয়া প্লাষ্টিকৰ বটলৰেই নিৰ্মাণ হৈছে বাসগৃহ

    Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত

    Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

    Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

সাগৰত পহৰা দিবলৈ সাজু মাছৰ জাক

শত্ৰুক প্ৰতিৰোধৰ বাবে চীনে নির্মাণ কৰিছে অত্যাধুনিক 'ড্ৰেগন ফিছ'

publisher by publisher
September 16, 2026
in International, News
Reading Time: 1 min read
0
সাগৰত পহৰা দিবলৈ সাজু মাছৰ জাক
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

কাকপথাৰত বন বিভাগৰ ৰহস্যজনক নীৰৱতাত বালি মাফিয়াৰ দৌৰাত্ম্য

পেলনীয়া প্লাষ্টিকৰ বটলৰেই নিৰ্মাণ হৈছে বাসগৃহ

Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত

MilitaryTechnology: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: প্ৰথম দেখিলে সাধাৰণ মাছৰ লগত বিশেষ পার্থক্য বিচাৰি পোৱা নাযাব। ভালদৰে নিৰীক্ষণ কৰিলেহে সামান্য পার্থক্য দৃষ্টিগোচৰ হ’ব পাৰে। সাগৰ শাসন কৰাৰ লক্ষ্যৰে সম্প্রতি এনে এক অদ্ভুত মাছ সৃষ্টি কৰিছে চীনে। সম্প্রতি বেইজিঙৰ এক অনুষ্ঠানত প্রদর্শিত হৈছে চীনৰ এই ‘ৰবটিক বিস্ময়’। দূৰ নিয়ন্ত্ৰিত এই মাছৰ নাম ৰখা হৈছে ‘বিজি-৫ গ’ল্ডেন ড্রেগন ফিছ’।

ADVERTISEMENT

সূত্রই জনাইছে যে সাগৰত প্ৰতিৰক্ষা বিভাগত এই মাছক ব্যৱহাৰ কৰা হ’ব পাৰে।ব’য়াগংডাও মেৰিন টেকন’লজি গ্রুপ নামৰ এটা চীনা কোম্পানীয়ে এই মাছৰূপী ৰবট নিৰ্মাণ কৰিছে। গ’ল্ডেন এৰোয়ানা ফিছৰ অনুকৰণত তৈয়াৰ কৰা এই ৰবটক ডুবাৰু ড্র’ন বুলিও ক’ব পাৰি। অৱশ্যে পানীত ব্যবহৃত অন্যান্য ড্র’নৰ লেখীয়া ইয়াৰ কোনো প্রপেলাৰ নাই, আছে মাছৰ দৰে নমনীয় ফিছা।

এই ফিছাৰ জৰিয়তে পানীক পাছলৈ ঠেলি ঠেলি ইহঁত সম্মুখলৈ আগুৱাই যায়, ঠিক মাছৰ দৰে। পূৰ্ব নিৰ্ধাৰিত পথ অবিহনে এই ৰবটে মাছৰ দৰেই পথ সৃষ্টি কৰি লয়। দাবী কৰা হৈছে যে পূর্ব নির্ধাৰিত পথ অনুসৰণৰ সমান্তৰালকৈ ইহঁতে নিজৰ পথ বিচাৰি ল’ব পাৰে। ইয়াত থকা উন্নত ছেন্সৰে স্বয়ংক্রিয়ভাবে সন্মুখত থকা যিকোনো বাধা চিনাক্ত কৰিব পাৰে। পাথৰ থাকিলে সেয়াও অতিক্ৰম কৰি যাব পাৰে।

বাধাৰ সন্মুখীন হ’লে স্বয়ংক্রিয়ভাৱে গতিপথ পৰিৱৰ্তন কৰিব পাৰে।কোম্পানীটোৰ তৰফৰ পৰা জনাইছে যে মাছটোৰ ফিছা তিনিভাগত বিভক্ত আৰু মুঠ সাতভাগত বিভক্ত, যি পানীত ঢৌৰ সৃষ্টি কৰাত সক্ষম। লগতে এই ৰবটে সাগৰৰ পাঁচ মিটাৰ গভীৰলৈ গৈ প্রতি ছেকেণ্ডত ০.৬ মিটাৰ গতিবেগত সাঁতুৰিব পাৰে।

কোম্পানীটোৰ তৰফৰ পৰা এই ৰবটৰ আৰু এক উন্নত সংস্কৰণ আনিছে। ইয়াত আছে মাল্টি ৰবট কো-অপাৰেছন প্রযুক্তি। যাৰ অর্থ, এই ধৰণৰ একাধিক ৰবটে পানীৰ তলত একেলগে কাম কৰিব পাৰে। নিজৰ মাজত কাম ভাগ কৰি ল’ব পাৰে আৰু ইটোৱে সিটোলৈ সংকেত পঠাব পাৰে।

সবাতোকৈ ডাঙৰ বিষয়টো হৈছে, এই কৃত্রিম মাছ সাগৰৰ বিস্তীর্ণ অঞ্চল পর্যবেক্ষণ কৰাত সক্ষম। শত্ৰুৰ ৰাডাৰত ইয়াৰ অস্তিত্ব ধৰা নপৰে।ফলত একাংশ বিশেষজ্ঞই দাবী কৰিছে যে এই মাছ কেৱল মানুহৰ বিনোদনৰ বাবে নহয়, বৰঞ্চ চীনৰ প্ৰতিৰক্ষা ক্ষেত্ৰত ইয়াৰ ব্যাপক প্রয়োগ হ’ব। আকাৰ সৰু হোৱাৰ বাবে ই শত্ৰুৰ দৃষ্টিৰ আঁৰ হৈ থাকিব পাৰে।

লগতে সৰু প্রবাল প্ৰাচীৰৰ মাজেৰে সহজে চলাচল কৰিব পাৰে। ফলত চীনা নৌবাহিনীৰ গুপ্তচৰ বৃত্তিত ইয়াৰ কোনো বিকল্প নাই। উল্লেখ্য যে ব’য়াগংডাও নামৰ এই কোম্পানীটোৱে পোনপটীয়াকৈ চীনৰ প্ৰতিৰক্ষা বিভাগৰ স’তে কাম কৰে। অতীততো তেওঁলোকে চীনৰ সেনাৰ বাবে একাধিক অভিনৱ প্রযুক্তি তৈয়াৰ কৰিছিল।

এসময়ত চীনা সেনাৰ স’তে মিলি তেওঁলোকে তৈয়াৰ কৰিছিল ‘ৰোবো শ্বার্ক’ নামৰ এক ৰবট, যি শত্ৰুৰ ওপৰত আক্ৰমণ কৰাতো সক্ষম।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

কাকপথাৰত বন বিভাগৰ ৰহস্যজনক নীৰৱতাত বালি মাফিয়াৰ দৌৰাত্ম্য
Assam

কাকপথাৰত বন বিভাগৰ ৰহস্যজনক নীৰৱতাত বালি মাফিয়াৰ দৌৰাত্ম্য

September 16, 2026
পেলনীয়া প্লাষ্টিকৰ বটলৰেই নিৰ্মাণ হৈছে বাসগৃহ
India

পেলনীয়া প্লাষ্টিকৰ বটলৰেই নিৰ্মাণ হৈছে বাসগৃহ

September 16, 2026
Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত
Assam

Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত

September 16, 2026
Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ
Assam

Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

September 16, 2026
Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত
Assam

Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত

September 16, 2026
ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d