Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon Bypolls: নগাঁও লোকসভাৰ উপ- নিৰ্বাচন , পাঁচ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

বিশাল ৰেলীয়ে চমক বিজেপি আৰু কংগ্ৰেছৰ, বিজেপিৰ দেৱাশিস শৰ্মা,কংগ্ৰেছৰ শিৱামণি বৰা,ইউডিএফৰ বদৰুদ্দিন আজমল, টিএমচিৰ আব্দুল চালেম আৰু নিৰ্দলীয় ইউনুছ তামুলীয়ে দাখিল কৰে মনোনয়ন

publisher by publisher
September 16, 2026
in Assam, News, Uncategorized
Reading Time: 1 min read
0
Nagaon Bypolls: নগাঁও লোকসভাৰ উপ- নিৰ্বাচন , পাঁচ প্ৰাৰ্থীৰ মনোনয়ন দাখিল
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Nagaon Bypolls:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নগাঁও জিলা আয়ুক্ত পদৰপৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি যোৱা ৮ ছেপ্টেম্বৰত বিজেপিত যোগদান কৰা প্ৰাক্তন আই এ এছ বিষয়া দেৱাশীষ শৰ্মাক নগাঁও সংসদীয় উপ-নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনিত কৰাৰ পিছত আজি মনোনয়ন দাখিল অন্তিম দিনা কে’বা সহস্ৰাধিক সমৰ্থকাে বিশাল সমদলৰে আহি ৰিটাৰ্ণি বিষয়া আৰণ্যক শইকীয়া হাতত মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী গৰাকী ৷
নগাঁও চহৰৰ নেহৰুবালিৰ পৰা উলিওৱা বিশাল ৰেলীত বিজেপি প্ৰাৰ্থী গৰাকীক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, কৃষি মন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক পীযুষ হাজৰিকা, অগপৰ কাৰ্যকৰী সভাপতি তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক সকল ক্ৰমে ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস, দিছপুৰৰ বিধায়ক তথা নগাঁওৰ প্ৰাক্তন সাংসদ প্ৰদ্যুত বৰদলৈ, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি এনডিএৰ শীৰ্ষ নেতাই ৷
আনহাতে মনোনয়ন দাখিল পৰ্বত উপস্থিত থকা মন্ত্ৰী পীযুষ হাজৰিকাই কয়,নগাঁও লোকসভা সমষ্টিৰ ৰাইজে উন্নয়ন আৰু পৰিৱৰ্তন বিচাৰে। মানুহে জানে যে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ ক্ষমতা আছে। মোৰ বিশ্বাস যে মানুহে বিজেপিক ভোট দিব।’ ৰাইজে নিৰ্বাচনত কংগ্ৰেছক নাকচ কৰিব আৰু বিজেপি ক্ষমতালৈ অহাৰ পিছত ভোট দিব। ৰাইজে নিৰ্বাচনত কংগ্ৰেছক নাকচ কৰি বিজেপিক ভোট দিব। দেৱাশীষ শৰ্মা এজন অতি যোগ্য প্ৰাৰ্থী। আমিয়ে শেষ হাঁহিটো মাৰিম।
ইফালে, ৬ অক্টোবৰৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী শিবামনি বৰায়ো জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সহস্ৰাধিক সমৰ্থকৰে বিশাল সমদলৰে আহি জিলা আয়ুক্ত কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ হাতত দাখিল কৰে মনোনয়নপত্ৰ ৷ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক সংগ দিয়ে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ,সাংসদ ৰকিবুল হুছেইন, বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী,বিধায়ক নুৰুল হুদাবহু কেইজন কংগ্ৰেছ বিধায়ক,জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰা সহ বহু কেইগৰাকী নেতা ৷ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, এই আসন খন আমাৰ আছিল ৷ আমাৰেই থাকিব ৷ বিপুল ভোটত কংগ্ৰেছ প্ৰাৰ্থী গৰাকী বিজয়ী হ’ব। ইয়াত কোনো সন্দেহ নাই৷ সংখ্যালঘুৰ ভোট নালাগে বুলি আস্ফালন কৰা মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া ৰাতিৰ ভিতৰত চোং সলাই সংখ্যালঘু ভোটৰ বাবে হাবাথুৰি খাই পৰিছে ৷ মুছলমান সদায়ে গোৱল গালি দি অহা বিজেপিৰ মন্ত্ৰী – বিধায়ক সকলে নগাঁও সংসদীয় সমষ্টিৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জাকে জাকে সংখ্যালঘু লোকক গেৰুৱাকৰণ কৰিও ক্ষান্ত নাথাকি একাংশ কংগ্ৰেছীকো যোগদান কৰাইছে৷ তেওঁলোকৰ এই ভেল্কীবাজী সকলো স্তৰৰ ৰাইজে অৱগত হৈছে৷ আগন্তুক নিৰ্বাচনত সমূচিত উত্তৰ দিব ৷
আনহাতে আজি মনোনয়ন দাখিলৰ অন্তিম দিনা কোনো ৰেলী নোলোৱাকৈ কিছু সংখ্যক সমৰ্থকক লৈ এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু টি এম চিৰ প্ৰাৰ্থী আব্দুল চালামেও মনোনয়ন দাখিল কৰে। নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰে সংখ্যালঘু নেতা ইউনুছ তামুলীয়ে ৷
উল্লেখ্য যে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰি দিছপুৰৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিধানসভালৈ নিৰ্বাচিত হয় ৷ বৰদলৈৰ পদত্যাগৰ বাবে নগাঁও সংসদীয় নিৰ্বাচন হোৱাটো নিশ্চিত হৈ পৰিছিল ৷ সেই অনুসৰি নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰি ৬ অক্টোবৰত ভোটগ্ৰহণৰ দিন ধাৰ্য কৰে আৰু ৯ অক্টোবৰত হ’ব ভোট গণনা । আনহাতে আজি মনোনয়ন দাখিল কৰাৰ পিছত ১৯ ছেপ্টেম্বৰত প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ I
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 5 candidatesabdul salembadauddin ajmalbreking newsDEBASISH sARMAlatest newsnagaon by pollsnagaon mp electionnomination Filedsibamani borayunuj tamuli
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ
India

October 8, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও
International

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও

October 8, 2026
মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d