Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উধমপুৰৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, নিহত দুজন সন্ত্ৰাসবাদী

    মুকলিৰ পূৰ্বে ভাগি-ছিগি শোচনীয় ৰূপ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ

    ইউপিপিএলৰ দিনত আৰম্ভ হোৱা ১৭শ পদৰ নিযুক্তি প্রক্রিয়া বাতিল

    Zubeen Divas:আজিৰে পৰা জুবিন ক্ষেত্রত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ উদযাপন

    মক্কালৈ লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ হুথিৰ

    মক্কালৈ লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ হুথিৰ

    Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ইউপিপিএলৰ দিনত আৰম্ভ হোৱা ১৭শ পদৰ নিযুক্তি প্রক্রিয়া বাতিল

publisher by publisher
September 17, 2026
in Assam, News
Reading Time: 1 min read
0
ইউপিপিএলৰ দিনত আৰম্ভ হোৱা ১৭শ পদৰ নিযুক্তি প্রক্রিয়া বাতিল
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

উধমপুৰৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, নিহত দুজন সন্ত্ৰাসবাদী

মুকলিৰ পূৰ্বে ভাগি-ছিগি শোচনীয় ৰূপ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ

Dainik Agradoot Today’s Edition: 17 Sept 2026

UPPL: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: প্রমোদ বড়ো নেতৃত্বাধীন পূৰ্বৰ ইউপিপিএলৰ পৰিষদে আৰম্ভকৰা বিটিচিৰ ১৭শ পদৰ নিযুক্তি প্রক্রিয়া বাতিল কৰা হ’ল। কালি ইয়াত অনুষ্ঠিত বিটিচিৰ কার্যবাহী পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গৃহীত হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত বিটিচিৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে কয় যে পূৰ্বৰ পৰিষদে ১৭শ পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

ADVERTISEMENT

ইয়াৰে কেতবোৰৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’লেও মৌখিক পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল বা অন্যান্য নিয়মাৱলীৰ ত্রুটি আছিল। গতিকে এইসমূহ পদৰ নিযুক্তি প্রক্রিয়া বাতিল কৰা হৈছে বুলি মহিলাৰীয়ে সদৰী কৰে। নিযুক্তি প্রক্রিয়া বাতিল হোৱা পদসমূহৰ বিপৰীতে বিটিচিৰ কেন্দ্ৰীয় নিযুক্তি ব’র্ডে নতুনকৈ জাননী জাৰি কৰি নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব বুলি মহিলাৰীয়ে স্পষ্ট কৰি দিয়ে।

মহিলাৰীয়ে লগতে জনায় যে ইউপিপিএলৰ পৰিষদে বন বিভাগত নিযুক্তি দিয়া ৪১৪ টা পদৰ ৩৯৪ টা বৈধ বুলি চিনাক্ত কৰা হৈছে। এই ৩৯৪ প্রার্থীক শীঘ্রে নিযুক্তিপত্র প্রদানৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলিও তেওঁ প্রকাশ কৰে।

আনহাতে, বৈঠকত গৃহীত আন এক সিদ্ধান্ত সদৰী কৰি মহিলাৰীয়ে কয়, ‘সম্প্রতি সামাজিক মাধ্যম তথা বিভিন্ন মাধ্যমত মাটিৰ মূল্যায়ন অতি বেছি হোৱা বুলি চর্চা চলি আছে। বিষয়টো আজি বৈঠকত গুৰুত্ব সহকাৰে আলোচিত হয়। গতিকে বিষয়টো পুনৰীক্ষণ কৰিবলৈ সংশ্লিষ্ট বিভাগক দায়িত্ব দিয়া হৈছে।’

ইপিনে, বড়োলেণ্ড বিশ্ববিদ্যালয়ত নতুনকৈ ছটা বিভাগ অন্তৰ্ভূক্ত কৰাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগলৈ এক বিশেষ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে বুলিও মহিলাৰীয়ে সংবাদমেলত ঘোষণা কৰে। এই নতুন বিভাগসমূহৰ অন্যতম হৈছে শাৰীৰিক শিক্ষা, সমাজশাস্ত্র, ডাটা ছাইন্স আৰু কৃত্রিম বুদ্ধিমত্তা, বেছম বিভাগ, চাৰুকলা শিল্প বিভাগ আৰু গ্ৰন্থাগাৰ তথা তথ্যসেৱা। তদুপৰি নেপালী, হিন্দী আৰু বাংলা বিভাগ খোলা হ’ব বুলিও সদৰী কৰে বিটিচি মুৰব্বীজনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

উধমপুৰৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, নিহত দুজন সন্ত্ৰাসবাদী
India

উধমপুৰৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, নিহত দুজন সন্ত্ৰাসবাদী

September 17, 2026
মুকলিৰ পূৰ্বে ভাগি-ছিগি শোচনীয় ৰূপ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ
Assam

মুকলিৰ পূৰ্বে ভাগি-ছিগি শোচনীয় ৰূপ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ

September 17, 2026
Zubeen Divas:আজিৰে পৰা জুবিন ক্ষেত্রত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ উদযাপন
Assam

Zubeen Divas:আজিৰে পৰা জুবিন ক্ষেত্রত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ উদযাপন

September 17, 2026
মক্কালৈ লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ হুথিৰ
International

মক্কালৈ লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ হুথিৰ

September 17, 2026
Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 16, 2026
পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’
International

পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d