Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৭৬ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা বিভিন্নজনৰ

    Special tribute to Zubeen Garg:সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰম্ভ ‘জুবিন দিৱস’স্থলীত তিনিচুকীয়াৰ এজন যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি

    Zubeen khetra:বিভিন্ন ধৰ্মালম্বী লোকৰ উপস্থিতিৰে অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে জীপাল হ’ল সোণাপুৰৰ জুবিনক্ষেত্র

    উধমপুৰৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, নিহত দুজন সন্ত্ৰাসবাদী

    মুকলিৰ পূৰ্বে ভাগি-ছিগি শোচনীয় ৰূপ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ

    ইউপিপিএলৰ দিনত আৰম্ভ হোৱা ১৭শ পদৰ নিযুক্তি প্রক্রিয়া বাতিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মুকলিৰ পূৰ্বে ভাগি-ছিগি শোচনীয় ৰূপ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ

publisher by publisher
September 17, 2026
in Assam, News
Reading Time: 1 min read
0
মুকলিৰ পূৰ্বে ভাগি-ছিগি শোচনীয় ৰূপ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

৭৬ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা বিভিন্নজনৰ

Special tribute to Zubeen Garg:সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰম্ভ ‘জুবিন দিৱস’স্থলীত তিনিচুকীয়াৰ এজন যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি

Zubeen khetra:বিভিন্ন ধৰ্মালম্বী লোকৰ উপস্থিতিৰে অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে জীপাল হ’ল সোণাপুৰৰ জুবিনক্ষেত্র

GovernmentProject: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ (দহুৱা)ৰ কাৰিকৰী কোষৰ মুখ্য অভিযন্তা নগেন কলিতাৰ পৃষ্ঠপোষকতাত বিভাগটোৰ উত্তৰ অসম সংমণ্ডলৰ কার্যবাহী অভিযন্তা ঋতুপর্ণ ভট্টাচাৰ্যৰ তত্ত্বাৱধানত আৰু কনিষ্ঠ অভিযন্তা জ্যোতির্ময় নাথৰ তদাৰকত তেজপুৰত ৰূপায়িত বৰপুখুৰীৰ সৌন্দর্যবর্ধনৰ ১৫ কোটিটকীয়া অভিলাষী আঁচনিৰ ৰূপায়ণত হোৱা বৃহৎ কেলেংকাৰিৰ কিয়দংশ পূৰ্বৰ প্ৰতিবেদনত প্রকাশ পাইছে।

ADVERTISEMENT

এইবাৰ এই কেলেংকাৰিৰ আন এক অধ্যায় দাঙি ধৰা হৈছে। সৌন্দর্যবর্ধনৰ নামত তেজপুৰ বৰপুখুৰীত দহুৱাৰ অভিযন্তা-ঠিকাদাৰে চলোৱা লুণ্ঠনৰ আন কেতবোৰ উদ্বেগজনক তথা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি গঢ়ি তোলা হ’ব বুলি অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তৰ ভিত্তিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতে ৰূপায়ণ কৰা বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ এই আঁচনি অনুসৰি ইয়াত প্রায় তিনিশ মিটাৰ দৈর্ঘ্য আৰু প্রায় চাৰি মিটাৰ প্ৰস্থৰ এটা ‘ৱাক ৱে’ খোজকঢ়া অর্থাৎ পথ নিৰ্মাণ কৰা হৈছে। এই ‘বাক বে’ নির্মাণত বিভাগটোরে ১১ লাখ ৫৭ হেজাৰ আঠ টকা ব্যয় হোৱা দেখুৱাইছে।

ইতিমধ্যে উক্ত নিৰ্মাণৰ ধন ঠিকাদাৰ সীতাৰাম বাগ্রীয়ে অভিযন্তাই প্রস্তুত কৰা বিলৰ ভিত্তিত বিভাগৰ পৰা আদায় পাইছে। পিছে ৰঙীন পেভাৰ ব্লকৰে দেখাত ধুনীয়া কৰি তোলাৰ প্ৰয়াস কৰা এই ‘রাক বে’ মুকলি কৰাৰ পূৰ্বেই খোজকঢ়াৰ বাবে অনুপযুক্ত হৈ ১২ লাখ টকীয়া এই ‘বাক ৱে’ৰ বহু অংশই ইতিমধ্যে ভাগি গৈছে। ‘ৱাক ৱে’ৰ এনে বহু ঠাই আছে য’ত ভৰি থোৱাটোৱেই বিপজ্জনক। কাৰণ পেভাৰ ব্লকত ভৰি থ’লেই তললৈ বহি যায়। সামগ্রিকভাবে ‘রাক বে’টোৰ এটা ফাল ইতিমধ্যে বহি গৈ হেলনীয়া হৈ পৰিছে।

এই ‘ৱাক ৱে’ত ভৰি থোৱাটো বাদেই ওপৰে ওপৰে নিৰীক্ষণ কৰিলেই যিকোনো মানুহৰ বাবেই ইয়াৰ নিৰ্মাণকাৰ্যৰ মান কোন পৰ্যায়ৰ সেই কথা অনুমান কৰাটো কঠিন নহ’ব। তদুপৰি এই ‘ৱাক ৱে’ৰ গাতে লাগি আছে এটা ৰাজহুৱা শৌচাগাৰ। শৌচাগাৰৰ টেংকিৰ ঢাকনিও আছে ‘রাক ৱে’ৰ মাজত। সেয়ে ‘ ৱাক ৱে’ৰ এই অংশত দুর্গন্ধও বিদ্যমান।

অর্থাৎ এক দুর্গন্ধময় পৰিৱেশত এই ‘ৱাক ৱে’ত খোজকঢ়াৰ বাদে গত্যন্তৰ নাথাকিব পথাচাৰীৰ। তদুপৰি ‘ৱাক বে’টো গছৰ পাত-আৱৰ্জনাই এতিয়া পৰিত্যক্তস্থলীলৈ ৰূপান্তৰিত কৰিছে। গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ লেখীয়া চৰকাৰী অভিযান্ত্রিক বিশেষজ্ঞৰে পৰিপূৰ্ণ এটা বিভাগৰ এনে কাৰ্যই সেই কাৰিকৰী বিশেষজ্ঞসকলৰ সেৱাৰ নমুনাও এই ‘রাক বে’টোৱে স্পষ্ট কৰি দিয়া বুলিলেও ভুল নহ’ব। এয়া যে কেৱল লুণ্ঠনৰ স্বাৰ্থতহে কৰা হৈছিল সেয়াও স্পষ্ট হৈ পৰিছে।

আনহাতে, এই ‘ৱাক ৱে’ তথা খোজকঢ়া পথৰ দাঁতিতে আঁচনি অনুসৰি বৰপুখুৰীৰ শোভাবর্ধনৰ বাবে নিৰ্মাণ কৰা হৈছে এটা বাল ট্রিকলিং ফাউন্টেইন বা পানীৰ ফোঁৱাৰা। আঁচনিখনত ১৬ লাখ ৬০ হেজাৰ ৯৭৯ টকা ব্যয় হোৱা দেখুৱাই ‘দহুৱা’ই ঠিকাদাৰ সীতাৰাম বাগ্ৰীৰ জৰিয়তে নিৰ্মাণ কৰা এই শোভাবর্ধক পানীৰ ফোঁৱাৰাৰ দুৰৱস্থা দেখিলে যিকোনো লোকৰে চকু কপালত উঠিব। পানীৰ ফোঁৱাৰাৰে শোভাবর্ধন কৰাটো বহু দূৰৈৰে কথা, এই ফোঁৱাৰাৰ উঠা-নমা কৰা পানী ধৰি ৰখা টেংকিয়েই ইতিমধ্যে ভাগি পানী ধৰিব ৰাখিব নোৱাৰা অৱস্থাত পতিত হৈছে।

তদুপৰি পানীৰ ফোঁৱাৰাৰ বহু অংশ ইতিমধ্যে খহি গৈছে। পানীৰ ফোঁৱাৰাৰে শোভাবর্ধন কৰিব বুলি নিৰ্মাণ কৰা এই ফোঁৱাৰাৰ ওপৰত এতিয়া ঠায়ে ঠায়ে ভগাৰ লগতে গছ গজি ফোঁৱাৰাৰহে শোভাবর্ধন কৰিছে। প্ৰাৰম্ভিক প্রাক্কলনত বৰপুখুৰীত এটা ‘মিউজিকেল ফাউন্টেইন’ নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰা হৈছিল যদিও ‘মিউজিকেল ফাউন্টেইন’ৰ দৰে ফাউন্টেইনৰ তদাৰকী সুবিধাজনক নোহোৱা বাবে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ পৰামৰ্শক্রমে সেই পৰিকল্পনা সলনি কৰি বিভাগটোরে এই ‘বাল ট্রিকলিং ফাউন্টেইন’ নিৰ্মাণৰ ব্যৱস্থা কৰা হয়। এতিয়া মুকলি হোৱাৰ পূৰ্বেই পৰিত্যক্ত হোৱাৰ লেখীয়া অৱস্থাত পতিত হোৱা এই ফোঁৱাৰাৰ এনে দুর্গতি আঁচনিৰ ৰূপায়ণৰ নামত সম্পন্ন হোৱা নিম্ন মানৰ নিৰ্মাণকাৰ্য আৰু বিভাগীয় অভিযন্তা-ঠিকাদাৰৰ দ্বাৰা নীতিহীনভাবে আঁচনিৰ ধন লুণ্ঠনৰে সংঘটিত কৰা কেলেংকাৰিৰ চানেকি হৈ ৰৈছে।

উল্লেখ্য যে প্রায় ৭০ বিঘা মাটিকালিৰে আগুৰা বৰপুখুৰী তেজপুৰ চহৰখনৰ মাজমজিয়াত থকা প্রাচীন এক প্রাকৃতিক জলভাণ্ডাৰ। এই বৰপুখুৰীক সজাই-পৰাই তুলি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাৰ চিন্তাৰেই ৰাজ্য চৰকাৰৰ কেবিনেটে ইয়াৰ সৌন্দর্যবর্ধনৰ বাবে প্রয়োজনীয় ধনৰাশি আবন্টন দিছিল। আৰবান ইনফ্রাকস্ট্রাকচাৰ ডেভেলপ ফাণ্ড (ইউআইডিএফ) ব পুঁজিৰে নিৰ্মাণ কৰা এই আঁচনিৰ বৃহৎ সংখ্যক সৌন্দর্যবর্ধন আৰু সুৰক্ষাৰ কাম ইতিমধ্যে সম্পূর্ণ হোৱা বুলি ‘দহুৱা’ৰ উত্তৰ অসম সংমণ্ডলৰ কার্যবাহী অভিযন্তা ঋতুপর্ণ ভট্টাচার্য আৰু উক্ত আঁচনিৰ তদাৰকৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তা জ্যোতির্ময় নাথে দিয়া এক প্রতিবেদনত কোৱা হৈছে।

সেইফালৰ পৰা এই ‘ৱাক ৱে’ আৰু ফোঁৱাৰাৰ কামো সম্পূর্ণ হোৱাৰ তালিকাত অন্তর্ভুক্ত হৈছে, কাৰণ ঠিকাদাৰক ইতিমধ্যে বিল আদায় দিছে। যদি সেয়ে হয়, তেন্তে তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধনৰ এই আঁচনিয়ে তুলি ধৰা সৌন্দর্য উপভোগৰ বাবে ইয়ালৈ অহা পর্যটকে সৌন্দর্যবোধ সন্দৰ্ভত কি ধাৰণা লৈ যাব তাৰ ব্যাখ্যা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী কোষৰ মুখ্য অভিযন্তা নগেন কলিতা, কার্যবাহী অভিযন্তা ঋতুপর্ণ ভট্টাচার্য, কনিষ্ঠ অভিযন্তা জ্যোতির্ময় নাথ প্রমুখ্যে বিভাগীয় বিষয়া আৰু ঠিকাদাৰ সীতাৰাম বাগ্ৰীৰ অভিধানেহে দিব পাৰিব।

কেৱল ইয়াতেই শেষ হোৱা নাই ‘দহুৱা’ৰ সৌন্দর্যবর্ধনৰ ১৫ কোটি টকীয়া আঁচনি ৰূপায়ণৰ কেলেংকাৰিৰ ৰেহ ৰূপৰ ছবিখন। এই আঁচনিৰ চৌপাশৰ বেৰৰ কাম-কাজ কেনেদৰে সম্পন্ন কৰা হৈছে সেই ছবি তুলি ধৰা হ’ব পৰৱৰ্তী প্রতিবেদনত

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

৭৬ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা বিভিন্নজনৰ
India

৭৬ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা বিভিন্নজনৰ

September 17, 2026
Special tribute to Zubeen Garg:সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰম্ভ ‘জুবিন দিৱস’স্থলীত তিনিচুকীয়াৰ এজন যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি
Assam

Special tribute to Zubeen Garg:সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰম্ভ ‘জুবিন দিৱস’স্থলীত তিনিচুকীয়াৰ এজন যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি

September 17, 2026
Zubeen khetra:বিভিন্ন ধৰ্মালম্বী লোকৰ উপস্থিতিৰে অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে জীপাল হ’ল সোণাপুৰৰ জুবিনক্ষেত্র
Assam

Zubeen khetra:বিভিন্ন ধৰ্মালম্বী লোকৰ উপস্থিতিৰে অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে জীপাল হ’ল সোণাপুৰৰ জুবিনক্ষেত্র

September 17, 2026
উধমপুৰৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, নিহত দুজন সন্ত্ৰাসবাদী
India

উধমপুৰৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, নিহত দুজন সন্ত্ৰাসবাদী

September 17, 2026
ইউপিপিএলৰ দিনত আৰম্ভ হোৱা ১৭শ পদৰ নিযুক্তি প্রক্রিয়া বাতিল
Assam

ইউপিপিএলৰ দিনত আৰম্ভ হোৱা ১৭শ পদৰ নিযুক্তি প্রক্রিয়া বাতিল

September 17, 2026
Zubeen Divas:আজিৰে পৰা জুবিন ক্ষেত্রত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ উদযাপন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d