PrimeMinisterNarendraModi: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজি দক্ষিণ আফ্ৰিকাৰ কেপ টাউনৰ গেটছভিলস্থিত বিষ্ণু মন্দিৰত বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা জনালে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে।
ADVERTISEMENT
হিন্দু সেৱা সমাজৰ দ্বাৰা পৰিচালিত বিষ্ণু মন্দিৰত অধ্যক্ষগৰাকীয়ে পত্নীৰ স’তে বন্তি প্ৰজ্বলন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি তেওঁ প্ৰাৰ্থনা জনায়।































