Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম

    সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

    অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

    অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

    Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা

    Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ

    Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

publisher by publisher
September 18, 2026
in Assam, News
Reading Time: 1 min read
0
অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

RRTS : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ অসমত দ্ৰুত পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ দিশত নতুন পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। দিল্লী-মীৰাটৰ আৰ্হিত অসমতো ৰিজিঅ’নেল ৰেপিড ট্ৰেনজিট ছিষ্টেম (RRTS) বা ৰেপিড ৰে’ল ব্যৱস্থা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।

ADVERTISEMENT

ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক স্থান আৰু নগৰাঞ্চলসমূহক দ্ৰুত তথা বহনক্ষম পৰিবহণ ব্যৱস্থাৰে সংযোগ কৰাৰ লক্ষ্যৰে এই পৰিকল্পনা কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে তথ্য প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে এক্সত প্ৰকাশ কৰা অনুসৰি, অসমত বহনক্ষম পৰিবহণ ব্যৱস্থাৰ এক সুসংহত ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংক (ADB)ৰ সৈতে প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা চলি আছে। গুৰুত্বপূৰ্ণ অঞ্চলসমূহক সংযোগ কৰি ভৱিষ্যতে কেনেধৰণৰ আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থা গঢ়ি তুলিব পাৰি, সেই বিষয়েও আলোচনা কৰা হৈছে।

তেওঁ এক্স পোষ্টত উল্লেখ কৰে, “দিল্লী-মীৰাটৰ আৰ্হিত অসম ৰেপিড ট্ৰেনজিট চিষ্টেম (আৰআৰটিএছ)। এই সন্দৰ্ভত এছিয়ান ডেভেলপমেণ্ট বেংকৰ সৈতে প্ৰাৰম্ভিক আলোচনা চলি আছে। গুৰুত্বপূৰ্ণ অঞ্চলসমূহক সংযোগ কৰাৰ লক্ষ্যৰে বহনক্ষম পৰিবহণ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিবলৈ আলোচনা চলি আছে। আলোচনা আগবঢ়াৰ লগে লগে আপোনালোকক জনোৱা হ’ব।”

অৱশ্যে প্ৰস্তাৱিত নেটৱৰ্কৰ কোনকেইটা পথৰ মাজত সংযোগ স্থাপন কৰা হ’ব, প্ৰকল্পটোৰ খৰচ কিমান হ’ব অথবা সম্ভাব্য সময়সীমা কি হ’ব, সেই সন্দৰ্ভত এতিয়াও কোনো সবিশেষ প্ৰকাশ কৰা হোৱা নাই। শেহতীয়াকৈ প্ৰস্তাৱিত ৰিং ৰোডৰ স’তে সংযোগ স্থাপন কৰি কৰিড’ৰসমূহক অগ্ৰাধিকাৰ দিয়াৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে।

প্ৰায় ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰস্তাৱিত ৰিং ৰোড কৰিড’ৰত উত্তৰ পাৰৰ বাইপাছৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণৰ পৰিকল্পনা আছে। এই ৰিং ৰোডৰ কাষেৰে ৰেপিড ৰে’ল অথবা মেট্ৰ’ ৰে’ল ব্যৱস্থা সংযোগ কৰিব পৰা যায় নেকি, সেই বিষয়েও সম্ভাৱ্য পৰ্যালোচনা চলি আছে।

ইফালে, গুৱাহাটীত দ্ৰুত পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত পূৰ্বেও পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ পূৰ্বৰ পৰিকল্পনা অনুসৰি, প্ৰথম পৰ্যায়ত প্ৰায় ৬১.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেপিড ট্ৰেনজিট ছিষ্টেম নিৰ্মাণৰ প্ৰস্তাৱ আছিল। সেই প্ৰস্তাৱত ধাৰাপুৰ-নাৰেংগী আৰু জালুকবাৰী-খানাপাৰাকে ধৰি কেইবাটাও কৰিড’ৰ অন্তৰ্ভুক্ত কৰা হৈছিল।

জনসংখ্যা বৃদ্ধিৰ লগে লগে বিশেষকৈ নগৰাঞ্চলত নগৰীকৰণ আৰু আঞ্চলিক পৰিবহণ ব্যৱস্থাৰ ওপৰত চাপ বৃদ্ধি পাইছে। এনে পৰিপ্ৰেক্ষিতত ৰেপিড ৰে’ল, মেট্ৰ’ ৰে’ল আৰু ৰিং ৰোডৰ দৰে পৰিবহণ আন্তঃগাঁথনিৰ পৰিকল্পনাই গুৰুত্ব লাভ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #RapidRail #RRTS #RegionalRapidTransitSystem #AssamTransport #Guwahati #ADB #AsianDevelopmentBank #RingRoad #MetroRail #TransportInfrastructure #DainikAgradoot
publisher

publisher

Related Posts

জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম
Assam

জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম

September 18, 2026
সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম
International

সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

September 18, 2026
Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা
Assam

Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা

September 18, 2026
Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ
Assam

Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ

September 18, 2026
Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ
Assam

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

September 18, 2026
Guwahati:আউটছোর্চিং নিষিদ্ধ হ’ল মাধ্যমিক শিক্ষানুষ্ঠানত

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d