Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম

    সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

    অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

    অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

    Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা

    Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ

    Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

সাৱধান! আশ্চৰ্যকৰভাৱে শান্ত হৈছে আটলান্টিক

publisher by publisher
September 18, 2026
in International, News
Reading Time: 1 min read
0
সাৱধান! আশ্চৰ্যকৰভাৱে শান্ত হৈছে আটলান্টিক
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম

সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

AtlanticOcean : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিশ্বৰ দ্বিতীয় বৃহত্তম জলৰাশি হৈছে আটলান্টিক মহাসাগৰ। প্ৰতি বছৰে এই মহাসাগৰৰ বিস্তীর্ণ উপকূল জুৰি সৰু-ডাঙৰ ধুমুহাৰ সৃষ্টি হৈয়েই থাকে। বিধ্বংসী ঘূর্ণীবতাহে প্রায়েই আটলান্টিকৰ উপকূলত তাণ্ডৱ চলায়। প্রাণহানিৰ সমান্তৰালকৈ বিপুল সম্পদহানিও হয়।

ADVERTISEMENT

যদিও এই বছৰৰ ছবিখন সম্পূৰ্ণ বেলেগ দেখা গৈছে। ছেপ্টেম্বৰৰ তৃতীয় সপ্তাহ শেষ হোৱাৰ দিশে আগবাঢ়িছে যদিও এই পর্যন্ত সুবিশাল মহাসাগৰখনৰ কোনো প্রান্ততে এটাও ঘূর্ণীবতাহৰ সৃষ্টি হোৱা নাই।

স্বাভাৱিকতে আগষ্টৰ পৰা ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰতে আটলান্টিকত ঘূর্ণীবতাহে মূৰ তুলিবলৈ ধৰে; কিন্তু এই বছৰ এতিয়ালৈকে তেনে কোনো লক্ষণে দেখা দিয়া নাই। বতৰ বিজ্ঞানৰ ইতিহাসত ইয়াক এক দৃষ্টান্ত বুলিয়েই গণ্য কৰিছে বিশেষজ্ঞসকলে।

প্রাথমিকভাৱে সামুদ্রিক ধুমুহাৰ এই অনুপস্থিতিক স্বস্তিদায়ক বুলিয়েই গণ্য কৰা হৈছে; কিন্তু আন এক কাৰণহে বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে। একাংশ বিজ্ঞানীৰ মতে, এই ৰহস্যজনক নিস্তব্ধতাৰ অন্তৰালত কোনো ডাঙৰ বিপৰ্যয়ৰ ইংগিত লুকাই থাকিব পাৰে।

সেয়ে আগৰে পৰা এই বিষয়ত সচেতন হোৱা দৰকাৰ বুলিয়ে তেওঁলোকে মত প্রকাশ কৰিছে।১৯৬৬ৰ পৰাই আধুনিক কৃত্রিম উপগ্ৰহৰ মাধ্যমেৰে আটলান্টিকত ঘূর্ণীবতাহ ‘ট্রেক’ কৰিবলৈ আৰম্ভ কৰা হয়। পৰিসংখ্যা অনুসৰি, তেতিয়াৰ পৰা আজি পর্যন্ত আটলান্টিকত এনে পৰিস্থিতি হোৱা নাই, যিটো এই বছৰ হৈছে। ইয়াৰ পূৰ্বে সবাতোকৈ পলমকৈ আটলান্টিক মহাসাগৰত ঘূর্ণীবতাহৰ সৃষ্টি হৈছিল ১১ ছেপ্টেম্বৰত।

২০০২ আৰু ২০১৩ত সেই তাৰিখতে প্রথম ঘূর্ণীবতাহে তাণ্ডৱ আৰম্ভকৰিছিল আটলান্টিকৰ বুকুত, যি ইমানদিনে বিলম্বৰ অভিলেখ আছিল। এইবাৰ ১১ ছেপ্টেম্বৰো পাৰ হৈ গৈছে। বিশ্বৰ দ্বিতীয় বৃহৎ মহাসাগৰক ইমান দীর্ঘ সময়ৰ বাবে ইমান ‘শান্ত’ হৈ থকাটো কোনেও কেতিয়াও দেখা নাই।

জর্জিয়া বিশ্ববিদ্যালয়ৰ বতৰবিদ তথা অধ্যাপক মার্শাল শ্বেফার্ডে ফ’বছ পত্রিকাত এই পৰিসংখ্যা উল্লেখ কৰিছে।আটলান্টিকৰ অৱবাহিকাত ঘূর্ণীবতাহৰ ছিজন চলে পহিলা জুনৰ পৰা ৩০ নৱেম্বৰ পর্যন্ত। সাধাৰণতে এই সময়ৰ ভিতৰতে কমেও ১৪টা এনে ধুমুহা আহে, যিবোৰৰ নামকৰণ কৰা হয়।

এই ক্ষেত্ৰত বতাহৰ গতি থাকে প্রতি ঘণ্টাত ৬৩ কিলোমিটাৰ বা তাৰ বেছি। ইয়াৰ ভিতৰত কমেও সাতটা ধুমুহাৰ ক্ষেত্ৰত বতাহৰ বেগ ঘণ্টাত ১২০ কিলোমিটাৰ পৰ্যন্ত হয়। প্ৰতি বছৰে কমেও তিনিটা ঘূর্ণীবতাহ আহে ঘণ্টাত ১৮০ কিলোমিটাৰ বা তাৰ বেছি গতিবেগত।

নেচনেল ওচেনিক এণ্ড এটম’ছফেৰিক এডমিনিষ্টেচন (এনএ’এএ)ৰ তৰফৰ পৰা আগষ্টতে জনাই দিছিল যে এই বছৰ সেই ছিজন বৰ এটা ঘটনাবহুল নহ’ব। ঘূর্ণীবতাহৰ সংখ্যা স্বাভাৱিকতকৈ কম হোৱাৰ ৭৫ শতাংশ সম্ভাৱনা আছে বুলিয়ে জনাইছে এনঅ’এএই।

এতিয়া প্রশ্ন উঠিছে যে কিয় এই ধৰণৰ অস্বাভাৱিকভাবে ‘শান্ত’ হৈ আছে আটলান্টিক। একাংশ বিশেষজ্ঞই ইয়াৰ অন্তৰালত ‘এল নিনো’ৰ হাত থকা বুলি দাবী কৰিছে। বছৰৰ এটা নির্দিষ্ট সময়ত দক্ষিণ আমেৰিকা মহাদেশৰ উপকূল স্পর্শ কৰি যি উষ্ণ স্রোত হৈ যায়, তাৰেই নাম ‘এল নিনো’।

ইয়াৰ প্ৰভাৱতে মহাসাগৰৰ বিস্তীর্ণ অংশ উষ্ণ হৈ পৰে। কেৱল প্রশান্ত মহাসাগৰেই নহয়, সমগ্ৰ বিশ্বৰ জলবায়ুক প্ৰভাৱিত কৰে এই স্রোতে। এই বছৰ শক্তিশালী এল নিনোৰ প্ৰভাৱ পৰিছে আটলান্টিকতো। তাৰ প্ৰভাৱতে ভাৰতসহ বিভিন্ন স্থানত বৰ্ষাৰ স্বাভাৱিক বৰষুণত অভাৱ দেখা গৈছে।

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্ট’নিঅ’ গুটিয়েৰেজে এই প্রসংগত কয়, ‘এল নিনোৱে আমাৰ চকুৰ সন্মুখতেই বিশাল আকাৰ ধাৰণ কৰিছে। পৃথিৱী যে এতিয়া এক অচিন পৰিস্থিতিৰ মাজত আছে আৰু ক্ৰমাৎ সেয়া উত্তপ্ত হৈ উঠিছে, বিজ্ঞানত ইয়াক লৈ সন্দেহৰ অৱকাশ নাই।’

প্রশান্ত মহাসাগৰৰ উষ্ণ স্রোতেই আটলান্টিকত ধুমুহাৰ সৃষ্টিত বাধা প্রদান কৰিছে। শক্তিশালী স্রোতে বায়ুপ্রবাহৰ ধৰণক এনেদৰে সলনি কৰিছে যে ধুমুহাৰ সৃষ্টিয়েই হ’ব পৰা নাই। ক’ৰবাত যদি সৃষ্টিও হয়, সি শক্তি সংগ্রহ কৰিব পৰা নাই। আটলান্টিক এই মুহূর্তত গ্রীষ্মমণ্ডলীয় ঘূর্ণীবতাহ সৃষ্টিৰ ক্ষেত্ৰত অত্যন্ত প্রতিকূল।

ঘূর্ণীবতাহ এটাও সৃষ্টি নহ’লেও কিন্তু আটলান্টিকক এই বছৰ একেবাৰে ‘ধুমুহাবিমুখ’ বুলিও ক’ব নোৱাৰি। এই মহাসাগৰত চলিত বছৰত কমেও পাঁচটা ক্রান্তীয় ধুমুহা আহিছে, যদিও সেইবোৰ তুলনামূলকভাবে অতি সৰু। এই মহাসাগৰত ধুমুহাৰ গতিবিধি প্রায় সাত শতাংশলৈ নামি আহিছে।

একাংশ বিজ্ঞানীয়ে পর্যবেক্ষণ কৰিছে যে আটলান্টিকত ধুমুহাৰ আধিপত্য কমিলেও প্রশান্ত মহাসাগৰীয় অঞ্চলত সেয়া স্বাভাৱিকতকৈ বহু বেছি বাঢ়িছে। ইতিমধ্যে পূব প্রশান্ত মহাসাগৰত ১৬টা আৰু মধ্য প্রশান্ত মহাসাগৰত ২০টা নামকৰণযোগ্য ধুমুহাৰ সৃষ্টি হৈছে। তাৰ ভিতৰত কমেও ছটা ঘূর্ণীবতাহ আছে। দক্ষিণ আমেৰিকাৰ পশ্চিম উপকূলত প্রশান্ত মহাসাগৰৰ বুকুত হাৱাই দ্বীপপুঞ্জত দুবাৰ আছাৰ খাই পৰিছে ঘূর্ণীবতাহ। তাৰ বাবে বিস্তৰ ক্ষয়ক্ষতিও হৈছে।

একাংশ বতৰবিদৰ মতে, এই বছৰ এল নিনো আৰু শক্তিশালী হৈছে। শ্বেফাৰ্ডৰ মতে, ইতিহাসৰ সবাতোকৈ শক্তিশালী এল নিনোৰ সাক্ষী হ’বলৈ গৈ আছে সমগ্ৰ পৃথিৱী। কাৰণ, সাধাৰণভাৱে হেমন্তৰ শেষৰ ফালে বা শীতকালত এই স্রোতৰ তীব্রতা সর্বোচ্চ পর্যায়ত উপনীত হয়। বিশ্ব বতৰ সংস্থা (ডব্লিউএমঅ’)ৰ পূর্বাভাস অনুসৰি, এই এল নিনো ২০২৭ৰ ফেব্ৰুৱাৰী পর্যন্ত সক্রিয় হৈ থাকিব পাৰে।

এই বছৰ শান্ত হৈ থাকিলেওম অৱশ্যে আটলান্টিকৰ পৰৱৰ্তী ঘূর্ণীবতাহে ছিজনৰ পাছতো সক্ৰিয় হৈ উঠিব পাৰে বুলি মত প্রকাশ কৰিছে আমেৰিকাৰ মেচাচুছেটছ ইনষ্টিটিউট অব টেকন’লজিৰ বতৰ বিজ্ঞানী কেৰী এমানুৱেলে।

তেওঁৰ মতে, মহাসাগৰখনৰ পানী ক্রমাগতভাৱে উষ্ণ হৈছে। তুলনাত বতাহ সিমান গৰম নহয়। তাপৰ এই তাৰতম্যই ঘূর্ণীবতাহ সৃষ্টিৰ অন্যতম কাৰণ। সেয়ে আগন্তুক ছিজনত আটলান্টিকৰ উপকূলত ঘূর্ণীবতাহৰ তীব্রতা বেছি হ’ব পাৰে। এমানুৱেলে মন্তব্য কৰিছে যে জীৱন আৰু সম্পত্তি ৰক্ষাৰ বাবে আগতীয়াকৈ প্রয়োজনীয় পদক্ষেপ লোৱাটো অতি দৰকাৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম
Assam

জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম

September 18, 2026
সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম
International

সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

September 18, 2026
অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা
Assam

অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

September 18, 2026
Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা
Assam

Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা

September 18, 2026
Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ
Assam

Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ

September 18, 2026
Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ
Assam

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

September 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d