Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

publisher by publisher
September 26, 2026
in Assam, News
Reading Time: 1 min read
0
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

ADVERTISEMENT

AssamPolitics: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বদৰুদ্দিন আজমলে ধুবুৰীৰ পৰা খেদা খালে বুলিয়েই ক’ব লাগিব। তেওঁৰ জৰাফুকাৰ ৰাজনীতি এতিয়া অসমত নচলে। আজমলক অসমৰ ৰাইজে ভালদৰে চিনি পাইছে। কংগ্রেছকো চিনি পাইছেই। বিধানসভাৰ নিৰ্বাচনৰ পাছত কংগ্রেছে এই উপনির্বাচনত ভালদৰে খেদা খাব।’

এইদৰে শুকুৰবাৰে ইয়াত এআইইউডিএফৰ মুৰব্বী তথা নগাঁও লোকসভা সমষ্টিৰ প্রার্থী বদৰুদ্দিন আজমল তথা কংগ্রেছক তীব্র সমালোচনা কৰে অগপৰ মুৰব্বী তথা মন্ত্রী অতুল বৰাই। মন্ত্ৰী বৰাই লগতে কয়, ‘অসম গণ পৰিষদ অসমৰ একমাত্র আঞ্চলিক ৰাজনৈতিক দল। আঞ্চলিক স্বার্থ সুৰক্ষিত কৰিবৰ বাবে জন্মা এটা দল। ঘাত-প্রতিঘাত নেওচি দলক শক্তিশালী কৰিবলৈ প্রয়াস অব্যাহত আছে। প্রগতিশীল জাতীয়তাবাদৰ চিন্তাৰে নতুন প্রজন্মক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছো। সেই কাৰণেই বহু ঠাইত বিভিন্ন শ্ৰেণীৰ লোক আৰু নৱপ্ৰজন্মৰ লোকসকলে অগপত যোগদান কৰিছে।’

তেওঁ লগতে কয়, ‘অগপক দুৰ্বল কৰিবলৈ কংগ্ৰেছে জাতীয় পৰিষদৰ লগ লাগি কাম কৰিছে।’মন্ত্ৰী বৰাই কয়, ‘আমি আজি নগাঁও সংসদীয় সমষ্টিৰ উপ-নির্বাচনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অহাৰ প্রাকমুহূতত অগপৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক যোগদান কার্যসূচীত অংশগ্রহণ কৰো। অজাপৰ হোজাই জিলা সমিতিৰ বহু সংখ্যক বিষয়ববীয়া আৰু সদস্যই অগপত যোগদান কৰিছে। এই সকল পূৰ্বতে কংগ্ৰেছৰ লগত আছিল আৰু তেওঁলোকে গত বিধানসভা নির্বাচনত যৌথভাবে নির্বাচন খেলিছিল। এইসকলৰ যোগদানে অকল হোজাইতে নহয় সমগ্র নগাঁও জিলাত অগপৰ ভেটি শক্তিশালী কৰিব।’

তেওঁ কয় যে অগপ এনডিএৰ সহযোগী দল আৰু অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশীদাৰ। নগাঁও সংসদীয় সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ দলৰ কৰ্মকর্তাসকলে সংসদীয় সমষ্টিৰ অন্তর্গত আঠটা বিধানসভা সমষ্টিত প্ৰচাৰ চলাই আছে বুলি তেওঁ সদৰী কৰে। লগতে কয়, ‘অগপৰ বিধায়ক, সাংসদ, দলীয় নেতাসকলকো প্ৰচাৰ অভিযানত অংশ ল’বলৈ দায়িত্ব দিয়া হৈছে। আমি নিশ্চিত যে এই উপ-নির্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শর্মা বিপুল ভোটত জয়ী হ’ব।’

উল্লেখ্য যে অগপৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আজি এক বৃহৎ যোগদান কার্যসূচী অনুষ্ঠিত হয়। দলৰ কাৰ্যকৰী সভাপতি মন্ত্রী কেশৱ মহন্তই অগপত যোগদান কৰা সকলক আদৰণি জনাই কয় যে জাতীয় পৰিষদৰ লগতে কিছু সংখ্যক কংগ্ৰেছ আৰু এআইইউডিএফৰ কৰ্মীয়ে অগপত যোগদান কৰিছে। তেওঁলোকৰ যোগদানে অগপক শক্তিশালী কৰিব। অগপৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এই কার্যসূচীত অসম জাতীয় পৰিষদৰ হোজাই জিলা সমিতিৰ বিষয়ববীয়া, সদস্যসকলে যোগদান কৰে।

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি প্রার্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলাবলৈ আহি অগপৰ সভাপতি তথা মন্ত্রী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তই এই যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অজাপৰ হোজাই জিলা সমিতিৰ সভাপতি লুটফুৰ ৰহমান, উপ-সভাপতি কুতুৱ আলী, সাধাৰণ সম্পাদক মিনহাজ আহমেদ, ৰাজ্যিক কার্যনির্বাহক সদস্য বেণি মাধর ঘোষকে ধৰি কাৰ্যনিৰ্বাহকৰ সকলো সদস্য, সাধাৰণ সদস্যসকলে অগপত যোগদান কৰে। তেওঁলোকক অগপৰ নেতৃত্বই আদৰণি জনায়।

অগপত যোগদান কৰি জাতীয় পৰিষদৰ হোজাই জিলা সমিতিৰ সভাপতি লুটফুৰ ৰহমানে অজাপ আৰু কংগ্ৰেছক কঠোৰ সমালোচনা কৰি কয় যে কংগ্ৰেছৰ বোকোচাত উঠি কেতিয়াও আঞ্চলিকতাবাদ সুৰক্ষিত কৰিব নোৱাৰি। তেওঁ কয়, সেয়ে তেওঁলোকে অগপত যোগদান কৰিছে। যোগদান কাৰ্যসূচীৰ পাছতে অগপৰ দুই শীর্ষ নেতৃত্বই নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ আহ্বান জনায়।

এই দুটা অনুষ্ঠানত মন্ত্ৰী বৰা আৰু মহন্তৰ উপৰি অগপ নেতা অতুল কুমাৰ মেধি, অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্ত আদিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী বৰা, মহন্তসহ অগপৰ নেতাসকলে ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়ত, নগাঁও-বটদ্রৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্রেক্ষাগৃহত অনুষ্ঠিত নির্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ প্রার্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলায়।

তেওঁলোকে কংগ্ৰেছ আৰু এআইইউডিএফক কঠোৰ সমালোচনা কৰি কয় এই দুয়োটা দলে উন্নয়ন নিবিচাৰে। উন্নয়ন আৰু বিকাশৰ বাবে মিত্ৰজোঁটৰ প্রার্থী দেৱাশীষ শর্মাক আশীর্বাদ আৰু সমর্থন জনাবলৈ ৰাইজক দুই মন্ত্রীয়ে আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

September 26, 2026
জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে
Assam

পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

September 26, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d