Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

    Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

    Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

    Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

    Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন

    Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

দ্বি-ভাষিক নীতি উলংঘাৰ অভিযোগত নিলম্বিত দুই বিষয়া

publisher by publisher
October 3, 2026
in India, News
Reading Time: 1 min read
0
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

SignboardControversy :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : হিন্দী ভাষা ব্যৱহাৰক লৈ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত কটকটীয়া স্থিতিৰ মাজতে তামিলনাডুত লোৱা হৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰাজ্যখনৰ ৰাজ্যিক ঘাইপথৰ ছাইনব’ৰ্ডত হিন্দী ভাষাত নাম লিখাৰ অভিযোগত দুগৰাকী বিষয়াক নিলম্বন কৰা হৈছে।

ADVERTISEMENT

একে সময়তে ছাইনব’ৰ্ডসমূহৰ পৰা আঁতৰোৱা হৈছে হিন্দী ভাষাত লিখা অংশ। ঘটনাটো পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যে এয়া তামিলনাডুৰ দ্বি-ভাষিক নীতিৰ উলংঘন। তথ্য অনুসৰি, ঘটনাটো তুতিকোৰিনৰ সাত্তানকুলাম-নাজাৰেথ ৰাজ্যিক ঘাইপথ (SH-93)ৰ। পথটোৰ ছাইনব’ৰ্ডসমূহত তামিল আৰু ইংৰাজীৰ লগতে হিন্দী ভাষাতো চহৰৰ নাম লিখা হৈছিল।

বিষয়টো পোহৰলৈ অহাৰ পাছতে তৎপৰ হৈ পৰে চৰকাৰ। ছাইনব’ৰ্ডসমূহ স্থাপনৰ দায়িত্বত থকা দুগৰাকী বিষয়াক নিলম্বন কৰা হয়। তামিলনাডু চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে যে ৰাজ্যখনৰ দ্বি-ভাষিক নীতি উলংঘাৰ অভিযোগত দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ইয়াৰ ভিতৰত ছাইনব’ৰ্ডৰ পৰা হিন্দী ভাষা আঁতৰোৱাটোও অন্তৰ্ভুক্ত। চলিত বৰ্ষত এনে ঘটনা এইবাৰকে ধৰি তিনিবাৰ পোহৰলৈ আহিছে।

উল্লেখ্য যে তামিলনাডুত দীৰ্ঘদিন ধৰি দ্বি-ভাষিক নীতি প্ৰচলিত হৈ আছে। এই নীতি অনুসৰি চৰকাৰী কাম-কাজ আৰু শিক্ষাক্ষেত্ৰত তামিল আৰু ইংৰাজী ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক। কেন্দ্ৰীয় চৰকাৰে ত্ৰি-ভাষিক নীতি প্ৰয়োগৰ চেষ্টা চলালে আৰম্ভণিৰে পৰাই ৰাজ্যখনে ইয়াৰ বিৰোধিতা কৰি আহিছে।

১৯৬৫ চনত তামিলনাডুত চৰকাৰী ভাষা আইন গৃহীত হৈছিল। ইয়াৰ জৰিয়তে তামিল ভাষাক চৰকাৰী ভাষা হিচাপে গণ্য কৰা হয়। এই আইনৰ জৰিয়তে ৰাজ্যিক ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়ম পৃথক হ’ব পাৰে। ৰাজ্যখনে নিজৰ অধীনস্থ পথসমূহত নিজস্ব ভাষা নীতি প্ৰয়োগ কৰিব পাৰে।

ইয়াৰ উপৰি, বহু ৰাজ্যত দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ ছাইনব’ৰ্ডত স্থানীয় ভাষাৰ ব্যৱহাৰক লৈ নিয়ম আছে। যেনে, পঞ্জাৱত পাঞ্জাবী আৰু কৰ্ণাটকত কন্নড় ভাষাৰ ব্যৱহাৰ স্থানীয় আইনৰ জৰিয়তে বাধ্যতামূলক কৰা হৈছে। ইয়াৰ উদ্দেশ্য স্থানীয় ভাষাক উৎসাহিত কৰা।

তামিলনাডুৰ এই আইনৰ জৰিয়তে যোৱা মাৰ্চ মাহত তিৰুচিৰাপল্লীৰ ৰে’লৱে কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰা হিন্দীত লিখা ‘কৰ্তব্য দ্বাৰ’ আঁতৰোৱা হৈছিল। একেটা মাহতে দ্ৰাবিড় ৰাজনৈতিক দলৰ কৰ্মীসকলে ছিংগানাল্লুৰ ষ্টেচনত থকা হিন্দী লেখা ক’লা চিয়াঁহীৰে ঢাকি দিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Assam

Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

October 26, 2026
Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী
Assam

Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

October 26, 2026
Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ
Crime

Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

October 26, 2026
Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত
National

Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

October 26, 2026
Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন
Assam

Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন

October 26, 2026
Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !
National

Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !

October 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d