Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

দ্বি-ভাষিক নীতি উলংঘাৰ অভিযোগত নিলম্বিত দুই বিষয়া

publisher by publisher
October 3, 2026
in India, News
Reading Time: 1 min read
0
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

দিনটোৰ ৰাশিফল

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

SignboardControversy :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : হিন্দী ভাষা ব্যৱহাৰক লৈ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত কটকটীয়া স্থিতিৰ মাজতে তামিলনাডুত লোৱা হৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰাজ্যখনৰ ৰাজ্যিক ঘাইপথৰ ছাইনব’ৰ্ডত হিন্দী ভাষাত নাম লিখাৰ অভিযোগত দুগৰাকী বিষয়াক নিলম্বন কৰা হৈছে।

ADVERTISEMENT

একে সময়তে ছাইনব’ৰ্ডসমূহৰ পৰা আঁতৰোৱা হৈছে হিন্দী ভাষাত লিখা অংশ। ঘটনাটো পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যে এয়া তামিলনাডুৰ দ্বি-ভাষিক নীতিৰ উলংঘন। তথ্য অনুসৰি, ঘটনাটো তুতিকোৰিনৰ সাত্তানকুলাম-নাজাৰেথ ৰাজ্যিক ঘাইপথ (SH-93)ৰ। পথটোৰ ছাইনব’ৰ্ডসমূহত তামিল আৰু ইংৰাজীৰ লগতে হিন্দী ভাষাতো চহৰৰ নাম লিখা হৈছিল।

বিষয়টো পোহৰলৈ অহাৰ পাছতে তৎপৰ হৈ পৰে চৰকাৰ। ছাইনব’ৰ্ডসমূহ স্থাপনৰ দায়িত্বত থকা দুগৰাকী বিষয়াক নিলম্বন কৰা হয়। তামিলনাডু চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে যে ৰাজ্যখনৰ দ্বি-ভাষিক নীতি উলংঘাৰ অভিযোগত দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ইয়াৰ ভিতৰত ছাইনব’ৰ্ডৰ পৰা হিন্দী ভাষা আঁতৰোৱাটোও অন্তৰ্ভুক্ত। চলিত বৰ্ষত এনে ঘটনা এইবাৰকে ধৰি তিনিবাৰ পোহৰলৈ আহিছে।

উল্লেখ্য যে তামিলনাডুত দীৰ্ঘদিন ধৰি দ্বি-ভাষিক নীতি প্ৰচলিত হৈ আছে। এই নীতি অনুসৰি চৰকাৰী কাম-কাজ আৰু শিক্ষাক্ষেত্ৰত তামিল আৰু ইংৰাজী ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক। কেন্দ্ৰীয় চৰকাৰে ত্ৰি-ভাষিক নীতি প্ৰয়োগৰ চেষ্টা চলালে আৰম্ভণিৰে পৰাই ৰাজ্যখনে ইয়াৰ বিৰোধিতা কৰি আহিছে।

১৯৬৫ চনত তামিলনাডুত চৰকাৰী ভাষা আইন গৃহীত হৈছিল। ইয়াৰ জৰিয়তে তামিল ভাষাক চৰকাৰী ভাষা হিচাপে গণ্য কৰা হয়। এই আইনৰ জৰিয়তে ৰাজ্যিক ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়ম পৃথক হ’ব পাৰে। ৰাজ্যখনে নিজৰ অধীনস্থ পথসমূহত নিজস্ব ভাষা নীতি প্ৰয়োগ কৰিব পাৰে।

ইয়াৰ উপৰি, বহু ৰাজ্যত দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ ছাইনব’ৰ্ডত স্থানীয় ভাষাৰ ব্যৱহাৰক লৈ নিয়ম আছে। যেনে, পঞ্জাৱত পাঞ্জাবী আৰু কৰ্ণাটকত কন্নড় ভাষাৰ ব্যৱহাৰ স্থানীয় আইনৰ জৰিয়তে বাধ্যতামূলক কৰা হৈছে। ইয়াৰ উদ্দেশ্য স্থানীয় ভাষাক উৎসাহিত কৰা।

তামিলনাডুৰ এই আইনৰ জৰিয়তে যোৱা মাৰ্চ মাহত তিৰুচিৰাপল্লীৰ ৰে’লৱে কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰা হিন্দীত লিখা ‘কৰ্তব্য দ্বাৰ’ আঁতৰোৱা হৈছিল। একেটা মাহতে দ্ৰাবিড় ৰাজনৈতিক দলৰ কৰ্মীসকলে ছিংগানাল্লুৰ ষ্টেচনত থকা হিন্দী লেখা ক’লা চিয়াঁহীৰে ঢাকি দিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d