Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

    প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

    দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত যন্তৰ মন্তৰত প্ৰতিবাদৰ ঘোষণা অভিজিত দীপকেৰ

publisher by publisher
October 3, 2026
in India, News
Reading Time: 1 min read
0
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

CockroachJantaParty :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ককৰোচ জনতা পাৰ্টি (CJP)ৰ আহ্বায়ক অভিজিত দীপকে ‘দিল্লী চলো’ৰ আহ্বান জনাইছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত অহা ১০ অক্টোবৰত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে তেওঁ। শুকুৰবাৰে, অৰ্থাৎ দুই অক্টোবৰত মুম্বাই আৰু দিল্লীত আন্দোলনকাৰীসকল সমবেত হোৱাৰ পাছত শুকুৰবাৰে নিশাই ১০ অক্টোবৰৰ প্ৰতিবাদী কাৰ্যসূচীৰ কথা ঘোষণা কৰে অভিজিত দীপকে।

ADVERTISEMENT

ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে দীপকে লিখিছে, ‘জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে সমগ্ৰ দেশৰ ককৰোছ বাহিনীয়ে সমদল কৰি দিল্লীলৈ যাব। ১০ অক্টোবৰত যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা হ’ব। দিল্লী আৰক্ষীয়ে আমাক বাধা দিয়াৰ চেষ্টা কৰিলে, য’ত আমাক আটক কৰা হ’ব, সেই স্থানেই আমাৰ যন্তৰ মন্তৰ হৈ পৰিব। আমাৰ আন্দোলন শান্তিপূৰ্ণ হ’ব। আমি মহাত্মা গান্ধীয়ে দেখুওৱা পথেৰেই আগবাঢ়িম। এয়া গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। অবাধ আৰু সফল নিৰ্বাচন বিচৰা প্ৰতিগৰাকী নাগৰিকেই এই আন্দোলনত অংশগ্ৰহণ কৰা উচিত।’

উল্লেখ্য যে, দুই অক্টোবৰত ‘ককৰোচ জনতা পাৰ্টি’য়ে বিভিন্ন ছাত্ৰ সংগঠনৰ স’তে মিলি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত নতুন দিল্লী আৰু মুম্বাইৰ শিৱাজী পাৰ্কত প্ৰতিবাদ সাব্যস্ত কৰিছিল। দিল্লীত কমেও ১১০০ জনক আটক কৰা হৈছিল। আটকাধীন লোকসকলৰ ভিতৰত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অতিশীও আছিল। যন্তৰ মন্তৰৰ পৰা দিল্লী আৰক্ষীয়ে তেওঁক টানি লৈ যোৱাৰ অভিযোগ উত্থাপিত হয়।

আটক হোৱা আনসকলৰ ভিতৰত চিপিএম পলিটব্যুৰ’ সদস্য বৃন্দা কাৰাট, আইছা নেত্ৰী নেহা বোৰা, আপ সাংসদ সঞ্জয় সিংসহ আপৰ কেইবাগৰাকীও শীৰ্ষ নেতা আছিল।

ইফালে, শুকুৰবাৰেই মুম্বইৰ শিৱাজী পাৰ্কত মূল সমাৱেশৰ আহ্বান জনাইছিল ককৰোচ জনতা পাৰ্টিয়ে। কিন্তু আৰক্ষীয়ে তাতো প্ৰতিবাদৰ অনুমতি দিয়া নাছিল। তাৰ পাছতো সমাৱেশ অনুষ্ঠিত হয়। মুম্বাইত অনুষ্ঠিত এই প্ৰতিবাদত নাছিৰুদ্দিন শ্বাহ, শ্বাবানা আজমী আৰু বিশাল দাদলানিৰ দৰে ব্যক্তিত্বও উপস্থিত থাকে।

ইয়াৰ পাছতে শুকুৰবাৰে নিশা অভিজিত দীপকৰ পোষ্টৰ পাছত ১০ অক্টোবৰত দিল্লীত পুনৰ বৃহৎ সমাৱেশ দেখা যাব নেকি, তাক লৈ চৰ্চা আৰম্ভ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা
India

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

October 25, 2026
ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী
International

ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

October 25, 2026
প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ
News

প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

October 25, 2026
দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি
India

দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

October 25, 2026
ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ
Assam

ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

October 25, 2026
ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী
Assam

ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

October 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d