Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ

    মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক

    বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

    জ্ঞানেশক আঁতৰ নকৰালৈ নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব চিজেপিয়ে

    পথত লোৰ জোং স্থাপন কৰিও বাধা প্রতিবাদকাৰীক

    শ্বাসৰুদ্ধকৰ পৰিৱেশত উত্তাল ৰাজধানী

    শ্বাসৰুদ্ধকৰ পৰিৱেশত উত্তাল ৰাজধানী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক

এবছৰৰ বাবে শান্তি ভংগ কৰিব নোৱাৰাৰ চৰ্তত মুক্তি

publisher by publisher
October 11, 2026
in India, News
Reading Time: 1 min read
0
মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

CockroachJantaParty : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ককৰোচ জনতা পাৰ্টি (CJP)ৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক মুকলি কৰি দিলে দিল্লী আৰক্ষীয়ে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

ADVERTISEMENT

দেওবাৰে পুৱা তিনিওজনকে দিল্লী কেণ্টনমেণ্ট থানাত কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। তাৰ পিছতে তেওঁলোকক মুকলি কৰি দিয়া হয়। অৱশ্যে নিৰ্দিষ্ট চৰ্ততহে মুক্তি লাভ কৰিছে দীপকে, সৌৰভ আৰু ৰাঙ্কাই।

CJPৰ আইনী বিষয়সমূহ চোৱাচিতা কৰা ‘লিগেল টীম’ৰ মুৰব্বী ৰত্না সিঙে জানিবলৈ দিয়া অনুসৰি, দীপকে, সৌৰভ আৰু ৰাঙ্কাই এবছৰৰ বাবে কোনো স্থানতে শান্তি ভংগ কৰিব নোৱাৰিব। এই চৰ্ততে তেওঁলোকক মুকলি কৰি দিয়া হৈছে। মুক্তি লাভ কৰাৰ পাছত ৰাঙ্কাই জনায় যে দেওবাৰে দুপৰীয়া দুই বজাত তেওঁলোকে এখন সংবাদমেল অনুষ্ঠিত কৰিব।

দীপকে আৰু আন দুজন নেতাৰ মুক্তিৰ পিছতে CJPয়ে এটা বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত কোৱা হৈছে, ‘‘ককৰোছ কেতিয়াও নমৰে। অৱশেষত দীপকে, সৌৰভ আৰু ৰাঙ্কাক মুকলি কৰি দিবলৈ বাধ্য হ’ল দিল্লী আৰক্ষী।’’

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১২৬ আৰু ১৭০ নং ধাৰাৰ অধীনত CJPৰ তিনি নেতাক সতৰ্কতামূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল। দিল্লীৰ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ শনিবাৰে পুৱা মুম্বাইৰ পৰা তেওঁলোক ৰাজধানীত উপস্থিত হৈছিল।

পুৱা ১০ বাজি ১৯ মিনিটত তেওঁলোকৰ বিমানখন দিল্লী বিমানবন্দৰত অৱতৰণ কৰিছিল। সেই বিমানখনত উঠিয়েই আৰক্ষীয়ে তেওঁলোকক আটক কৰে।

তেওঁলোকৰ মুক্তিৰ দাবীত CJPয়ে উচ্চতম ন্যায়ালয়ৰো দ্বাৰস্থ হৈছিল। অৱশ্যে তাৰ আগতেই তেওঁলোকক মুকলি কৰি দিয়া হয়। শনিবাৰে পুৱাৰে পৰা দীপকে, ৰাঙ্কা আৰু সৌৰভ ক’ত আছিল, সেই বিষয়ে জানিব পৰা হোৱা নাছিল।

তেওঁলোকৰ পৰিয়ালেও যোগাযোগ কৰিব পৰা নাছিল বুলি অভিযোগ উত্থাপন হৈছিল। ইয়াৰ মাজতে শনিবাৰে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত দীপকেৰ আইতাকৰ মৃত্যু হয়। দিল্লী আৰক্ষীয়ে দাবী কৰে যে দীপকেৰ ওচৰলৈ মৃত্যুৰ খবৰ প্ৰেৰণ কৰা হৈছে।

যন্তৰ-মন্তৰৰ অভিযানত অংশগ্ৰহণ কৰাৰ পূৰ্বে ইউটিউবাৰ ধ্ৰুৱ ৰাঠীকো আৰক্ষীয়ে আটক কৰিছিল। শনিবাৰে পুৱা গুৰুগ্ৰামৰ বাসগৃহৰ পৰা তেওঁক আটক কৰা হৈছিল। গভীৰ নিশা তেওঁক মুকলি কৰি দিয়া হৈছে বুলি খবৰ প্ৰকাশ পাইছে।

ইয়াৰ উপৰি শুকুৰবাৰে নিশাৰ পৰা শনিবাৰৰ গোটেই দিনটো ৰাজধানীৰ বিভিন্ন স্থানত ব্যাপক ধৰপাকড় চলায় আৰক্ষীয়ে। প্ৰায় ৭,০০০ লোকক আটক কৰা হৈছিল। তেওঁলোকৰ অধিকাংশকে নিশাৰ ভিতৰতে মুকলি কৰি দিয়া হয়।

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) বাতিলৰ দাবীত শনিবাৰে যন্তৰ-মন্তৰ অভিযানৰ আহ্বান জনাইছিল দীপকে আৰু তেওঁৰ সহযোগীসকলে। তেওঁলোকক আটক কৰা হ’লে অজিংক্য শিণ্ডেই আন্দোলনৰ নেতৃত্ব দিব বুলি ঘোষণা কৰিছিল দীপকে। বৰ্তমান অজিংক্য মুম্বাইত আছে।

দেওবাৰে বিয়লি মুম্বাইৰ শিৱাজী পাৰ্কত তেওঁ প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে। ইয়াৰ লগতে পুনৰ এবাৰ যন্তৰ-মন্তৰ অভিযানৰ আহ্বান জনাইছে ককৰোচসকলেও।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #CJP #CockroachJantaParty #AbhijitDipke #SaurabhDas #AshutoshRanka #DelhiPolice #DelhiProtest #GyaneshKumar #SIR #JantarMantar #DhruvRathee #DainikAgradoot
publisher

publisher

Related Posts

দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ
India

দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ

October 11, 2026
বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’
Assam

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

October 11, 2026
জ্ঞানেশক আঁতৰ নকৰালৈ নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব চিজেপিয়ে
India

জ্ঞানেশক আঁতৰ নকৰালৈ নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব চিজেপিয়ে

October 11, 2026
পথত লোৰ জোং স্থাপন কৰিও বাধা প্রতিবাদকাৰীক
India

পথত লোৰ জোং স্থাপন কৰিও বাধা প্রতিবাদকাৰীক

October 11, 2026
শ্বাসৰুদ্ধকৰ পৰিৱেশত উত্তাল ৰাজধানী
India

শ্বাসৰুদ্ধকৰ পৰিৱেশত উত্তাল ৰাজধানী

October 11, 2026
CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

October 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d