Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

publisher by publisher
October 12, 2026
in India, News
Reading Time: 1 min read
0
আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

CJP: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : কেতিয়াবা দেশৰ শিক্ষা ব্যৱস্থা সংস্কাৰৰ দাবীত, কেতিয়াবা ছাত্র-ছাত্রীৰ অধিকাৰৰ দাবীত আন্দোলনৰ নেতৃত্ব প্রদান কৰি কম দিনৰ ভিতৰতে দেশজুৰি চৰ্চা অৰ্জন কৰিবলৈ সক্ষম হোৱা নেহা বৰাৰ ওপৰত সম্প্ৰতি কোটি কোটি ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ আছে। বয়সৰ হিচাপত আজিও তেওঁ ৩০ত ভৰি দিয়া নাই। এই কম সময়তে মোদী চৰকাৰৰ নিদ্ৰাহৰণ কৰা নেহা হৈছে উত্তৰাখণ্ডৰ কন্যা। তেওঁৰ পিতৃ সেনাবাহিনীত কৰ্মৰত। পিতৃৰ বদলি সূত্রে তেওঁ কিছু বছৰ পশ্চিমবংগৰ শিলিগুৰিৰ বাসিন্দা আছিল।

ADVERTISEMENT

শিলিগুৰিতে তেওঁ উচ্চ মাধ্যমিক আৰু একাদশ শ্রেণীৰ শিক্ষাগ্রহণ কৰে। এতিয়াও তেওঁৰ বাংলা ভূমিৰ স’তে যোগসূত্র আছে। দৰাচলতে বাংলাৰ ভূমিতে তেওঁৰ হৃদয়ত বাঁও আন্দোলনৰ বীজ অংকুৰিত হৈছিল। মেধাবী ছাত্রী নেহাই সম্প্রতি বাঁওপন্থী ছাত্র সংগঠন ‘আইছা’ৰ নেতৃত্ব বহন কৰি আছে।

তেওঁ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)ৰ স্কুল অব আর্টছ এণ্ড এস্থেটিক্সত পিএইছডি কৰি আছে। নেহা দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রীধাৰী। উল্লেখ্য যে ককৰোচ জনতা পার্টিয়ে নীট-ইউজিৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ আঁত ধৰি প্রাক্তন শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ পদত্যাগৰ দাবীত যোৱা
জুলাইত যন্তৰ মন্তৰত প্ৰতিবাদ গঢ়ি তোলাৰ সময়ত নেহাই ২৩ দিন ধৰি অনশন পালন কৰিছিল।

তেতিয়াৰে পৰা তেওঁৰ জনপ্রিয়তা দ্রুতগতিত বৃদ্ধি পায়। উল্লেখ্য যে শনিবাৰে যম্ভৰ মন্তৰৰ প্ৰতিবাদৰ প্ৰাক্ষণত বিমানৰ পৰাই চিজেপি নেতৃত্বক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত দুপৰীয়া বাঁওপন্থী ছাত্র সংগঠন আইছাৰ নেত্রী নেহা বৰা আৰু জ্যেষ্ঠ সাংবাদিক যোগেন্দ্ৰ যাদৱৰ নেতৃত্বত এক বৃহৎ সমদল ওলায়। পাছত আৰক্ষীয়ে পথৰ পৰা নেহাসহ একাংশ প্রতিবাদকাৰীক আটক কৰি গাড়ীত তুলি লৈ যায়।

এনে দমন নীতিয়েও তেওঁক ভীত-সন্ত্রস্ত কৰিব পৰা নাই। বৰঞ্চ অধিক দৃঢ়তাৰে তেওঁ ৰাজপথ কঁপাই আছে। আজিও তেওঁ জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু ভোটাৰ তালিকাৰ এছআইআৰ বাতিলৰ দাবীত দিল্লীত ৰাজপথলৈ ওলাই আহে।

উল্লেখ্য যে নাটকৰ আঁত ধৰি ৰাজনীতিৰ মঞ্চলৈ আহে নেহা। এই সম্পর্কত তেওঁ কয়, ‘নাটকেই মোক ৰাজনীতি নতুনকৈ চিনি পাবলৈ শিকালে।ৰাজনীতি কেৱল নির্বাচন নহয়, ৰাজনৈতিক দল অথবা ক্ষমতাৰ যুদ্ধতে ৰাজনীতি সীমাবদ্ধ নহয়। বৰঞ্চ মানুহৰ দৈনন্দিন জীৱনত ৰাজনীতি গভীৰভাৱে জড়িত আছে। নাটকৰ স’তে জড়িত হোৱাৰ সময়তে এই কথা মোৰ উপলব্ধি হৈছিল।’

নেহাৰ প্ৰিয় হৈছে বিশ্ববিখ্যাত কবি পাবলো নেৰুদাৰ কবিতা। বাংলাৰ ভূমিতে তেওঁ সোঁপন্থী ৰাজনীতিৰ স’তে দূৰত্ব সৃষ্টিৰ শিক্ষা আহৰণ কৰে। ক্ৰমে তেওঁ ক্ষমতাশালী তথা চৰকাৰ-প্ৰশাসনক প্রশ্ন কৰিবলৈ আৰম্ভকৰে। জবাবদিহিতা, গণতান্ত্রিক অধিকাৰ আৰু সেই অধিৰকাৰক তৰুণ প্ৰজন্মৰ স্বাৰ্থত ব্যৱহাৰক লৈ তেওঁ সক্রিয় হৈ উঠে।

এনেদৰে ক্ৰমে তেওঁ জনপ্রিয়তা অর্জন কৰিবলৈ ধৰে। অৱশ্যে বিগত নির্বাচনত পশ্চিমবংগৰ ক্ষমতা বিজেপিলৈ যোৱাত তেওঁ বহু পৰিমাণে হতাশো। উল্লেখ্য যে ২০২০ৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত একাংশক বেআইনী কার্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি ৰখাৰো বিৰোধিতা কৰি আহিছে নেহাই।

সম্প্রতি কাৰাৰুদ্ধ হৈ থকা ওমৰ খালিদসহ একাংশৰ মুক্তিৰ দাবীতো তেওঁ সৰৱ হৈ আহিছে। লক্ষ্যণীয় যে নেহাৰ জনপ্রিয়তা অথবা উত্থান কেৱল সামাজিক মাধ্যমত সীমাবদ্ধ হৈ থকা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #NehaBora #StudentActivism #Student #Dainikagradoot
publisher

publisher

Related Posts

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

October 12, 2026
লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন
International

লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

October 12, 2026
চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ
India

চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

October 12, 2026
‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’
India

‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

October 12, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d