ADVERTISEMENT

Tag: Akshay Kumar

অপেক্ষাৰ অন্ত পেলাই ছবিগৃহলৈ আহি আছে অক্ষয়ৰ নতুন ছবি সূৰ্য্যবংশী

পৰিচালক ৰোহিত ছেট্টিয়ে প্ৰায় এবছৰ আগতে নতুন ছবি 'সূৰ্য্যবংশী'ৰ মুক্তিৰ কথা ঘোষণা কৰিছিল। ছবিখনৰ মুখ্য অভিনেতা অক্ষয় কুমাৰ আৰু অভিনেত্ৰী ...

Read more

কৃষক বিক্ষোভক লৈ ৰিহানা-গ্রেটাৰ টুইটক প্ৰত্যুত্তৰ বলিউডৰ

ভাৰতত কৃষকে অব্যাহত ৰখা আন্দোলনক লৈ আন্তর্জাতিক খ্যাতিসম্পন্ন পপ তাৰকা ৰিহানা আৰু পৰিৱেশ কর্মী গ্রেটা থুনবার্গে কৰা টুইটৰ প্ৰসংগত প্রতিক্রিয়া ...

Read more

কৰ’নাৰ কালতাে ব্যাপক উপার্জন

২০২০ বর্ষতাে ক’ভিড-১৯ৰ ব্যাপক সংক্রমণৰ ফলত সকলােৰে উপার্জনৰ দিশ বিশেষভাৱে প্ৰভাৱিত হৈছিল। কিন্তু কৰ'নাৰ এনে সংক্রমণৰ কালতাে একাংশ। লােকে নিজৰ ...

Read more

জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ ভিডিঅ’ আপলোড কৰি বিহাৰৰ ইউটিউবাৰে ভৰিব লগা হ’ল ৫০০ কোটি টকাৰ জৰিমনা

বিহাৰৰ ইউটিউবাৰ ৰচিদ ছিদ্দিকে বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ অপমানজনিত ভিডিঅ' আপলোড কৰি মানহানিৰ গোচৰত ভৰিব লগা হ'ল ৫০০ কোটি ...

Read more

মই নিয়মীয়া ভাৱে গো-মূত্ৰ পান কৰিছিলো-অক্ষয় কুমাৰ

'মই নিয়মীয়া ভাৱে গো-মূত্ৰ পান কৰিছিলো'- এই অকপট স্বীকাৰোক্তি অক্ষয় কুমাৰৰ।ইনষ্টাগ্ৰামত বিয়েৰ গ্ৰীলছ আৰু হুমা কুৰেছিৰ লগত আড্ডা জমি উঠাৰ ...

Read more

সুশান্তৰ আত্মহত্যাৰ তদন্ত উচ্চতম ন্যায়ালয়ে চি বি আইক দিয়াৰ সিদ্ধান্তক আদৰণি বলীউডৰ

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্ত উচ্চতম ন্যায়ালয়ে চি বি আইক দিয়াৰ পিছতে সন্তুষ্টি প্ৰকাশ কৰিছে বলীউডৰ লগতে সৰু ...

Read more

অসমৰ বানাক্ৰান্তলৈ ১কোটিৰ সাহায্য অক্ষয় কুমাৰৰঃটুইটাৰযোগে ধন্যবাদ মুখ্যমন্ত্ৰী সোনোৱালৰ

অসমৰ বানাক্ৰান্তৰ বাবে ১ কোটিৰ সাহাৰ্য আগবঢ়াইছে বলীউডৰ অভিনেতা অক্ষয় কুমাৰে ৷এই কথা টুইটাৰযোগে জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ ইতিমধ্যে ...

Read more
Page 3 of 4 1 2 3 4