ADVERTISEMENT

Tag: Covid-19

তলাবন্ধৰ অভিজ্ঞতা লিখি ভাবুকিৰ সন্মুখীন চীনা লেখিকা

তলাবন্ধৰ জৰিয়তে চীনৰ উহান প্ৰদেশত কৰ'নাৰ সংক্ৰমণ ৰোধ কৰাৰ চেষ্টা কৰিছিল জি জিনপিঙৰ প্ৰশাসনে। এই দিনবোৰৰ অভিজ্ঞতা কেনে আছিল? উহানবাসীয়ে ...

Read moreDetails

তিনিচুকীয়াত চাৰি ভূৱা পুলিচ আটক

মহামাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশজুৰি তলাবন্ধ অব্যাহত থকাৰ সময়তে তিনিচুকীয়াৰ বিভিন্ন স্থানত আৰক্ষীৰ পোচাক পৰিধান কৰি পথচাৰিক ...

Read moreDetails

অম্বুবাচী মেলা অনুষ্ঠিত নকৰা সিদ্ধান্তক আদৰণি অসম পৰ্যটন নিগমৰ : পৰ্যটন বিভাগেও গ্ৰহণ নকৰে কোনো কাৰ্যসূচী

♦ দেশৰ বৰ্তমানৰ পৰিস্থিতিত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত নকৰা সিদ্ধান্তক আদৰণি জনাইছে অসম পৰ্যটন নিগমে | ♦ নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল ...

Read moreDetails

ৰাজ্যৰ ১৭ খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ স’তে ভিডিঅ’ কনফাৰেঞ্চিৰে বাৰ্তালাপ শিক্ষা মন্ত্ৰীৰ

তলাবন্ধৰ মাজতে বৃস্পতিবাৰে ৰাজ্যৰ ১৭ খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ স'তে ভিডিঅ' কনফাৰেঞ্চিৰে বাৰ্তালাপ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | তেওঁ ...

Read moreDetails

ৰাজ্য চৰকাৰৰ নতুন সিদ্ধান্তসমূহ

■ ২৫ এপ্ৰিলৰ পৰা তিনিদিনৰ বাবে আন্তঃ জিলা চলাচলত চৰ্তসাপেক্ষে অনুমতি। ■ ৰোগী, জ্যেষ্ঠ নাগৰিক, মহিলা, ছাত্ৰ-ছাত্ৰীক অগ্ৰাধিকাৰ। ■ শ্রমিকসকলৰ ...

Read moreDetails

কৰ’নাৰ প্ৰতিষেধক উপলব্ধ নোহোৱালৈকে কি কৰিব?

♦ যেতিয়ালৈকে প্ৰতিষেধক অথবা ঔষধ উপলব্ধ নহয় তেতিয়ালৈকে ক'ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিগৰাকী ব্যক্তিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা স্বাভাৱিক কৰি ৰাখিবলৈ চেষ্টা ...

Read moreDetails

কৰ’না ভাইৰাছ দীঘলীয়া সময়ৰ কাৰণে থাকিবঃ বিশ্ব স্বাস্থ্য সংস্থা

সমগ্ৰ বিশ্বতে সম্প্ৰতি কৰ’না ভাইৰাছ মহামাৰীয়ে সংহৰী ৰূপ ধাৰণ কৰিছে। তেনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য সঞ্চালক টেড্ৰচ আধানোম গ্ৰেবেচচে ...

Read moreDetails

আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ স’তে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোডীৰ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ড০ লিঅ’ বাৰাড়কাৰ স'তে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয় | এই বাৰ্তালাপত বিশ্বত্ৰাস  ...

Read moreDetails

ইউৰোপ আমেৰিকাৰ তুলনাত ভাৰতত দুৰ্বল কৰ’না ভাইৰাছ 

ভাৰতত প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰ সমান্তৰালভাৱে মৃতকৰ সংখ্যাও বাঢ়িছে । ইয়াৰ মাজতে আমেৰিকাৰ নেশ্যনেল একাডেমী অৱ ছায়েন্সৰ ...

Read moreDetails

স্বাস্থ্যকৰ্মীৰ সুৰক্ষাত আপোচ কৰা নহ’ব : নৰেন্দ্ৰ মোদী

পাঁচ লাখ টকা পর্যন্ত জৰিমনা আৰু সাত বছৰ পর্যন্ত হ'ব পাৰে কৰাবাসৰ বিধান সমগ্র দেশত দুর্গত লোকৰ চিকিৎসাৰ কামত ব্যস্ত ...

Read moreDetails
Page 213 of 249 1 212 213 214 249