ADVERTISEMENT

Tag: india

ৰাময়ণ-মহাভাৰতৰ কাহিনী শুনি পাৰ হৈছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামৰ শৈশৱ

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ মনত ভাৰতৰ প্ৰতি আছে এক বিশেষ স্থান। কিয়নো বাৰাক অ’বামাই তেওঁৰ গ্ৰন্থ A Promised Landত ...

Read moreDetails

দীপাৱলীৰ বজাৰলৈ উভতিল লক্ষ্মী

ক্ৰমে স্বাভাৱিক অৱস্থাৰ দিশে গতি কৰিছে ভাৰতীয় অৰ্থনীতিয়ে । দেশৰ বজাৰ অৰ্থনীতিলৈ সক্ৰিয়তা নামি অহাৰ স্পষ্ট উমানো ইতিমধ্যে দৃষ্টিগোচৰ হ'বলৈ ...

Read moreDetails

জনজাতিকৰণঃ প্ৰতিবেদনৰ অপেক্ষা

বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগত চৰকাৰৰ ভূমিকালৈ তীক্ষ্ণ দৃষ্টি দিছে সংশ্লিষ্ট দল-সংগঠনসমূহে । ...

Read moreDetails

দিল্লীত প্ৰদূষণেই ক’ভিড-১৯ৰ সংক্ৰমণৰ কাৰক : অৰবিন্দ কেজৰীৱাল

ক'ভিড-১৯ সংক্ৰমণ উল্লেখনীয় হাৰত বৃদ্ধি হোৱাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে আজি প্ৰদূষণক মূল কাৰণ হিচাপে চিহ্নিত কৰি কয় যে ...

Read moreDetails

নজিৰবিহীন মন্দাৱস্থাত ভাৰত : বৃদ্ধি পাইছে উদ্বেগ

এক নজিৰবিহীন মন্দাৱস্থাত প্ৰৱেশ কৰিছে ভাৰত। ৰিজাৰ্ভ বেংকৰ ডেপুটি গভর্ণৰ মাইকেল পাত্রসহ অর্থনীতিবিদৰ দলে এক প্রতিবেদন প্রকাশ কৰে যে চলিত ...

Read moreDetails

পুনৰ প্ৰধানমন্ত্ৰী মোদীক সমালোচনাৰে থকা সৰকা ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে পুনৰ দেশৰ আৰ্থিক স্থিতিক লৈ প্ৰধানমন্ত্ৰী মোদীক সমালোচনাৰ কেন্দ্ৰ কৰি লৈছে ।আজি গান্ধীয়ে টুইটাৰ যোগেৰে ...

Read moreDetails

গৰ্ভ সংস্কাৰঃ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ নতুন চিকিৎসা পদ্ধতি

ৰামায়ণত উল্লেখ আছে যে অষ্টাবক্ৰ মুনিয়ে মাতৃ গৰ্ভতেই বেদজ্ঞান লাভ কৰিছিল । এইবাৰ আধুনিক ভাৰতৰ বুকুতো আৰম্ভ হৈছে 'গৰ্ভ সংস্কাৰ'ৰ ...

Read moreDetails

SCO সন্মিলনত পাকিস্তান আৰু চীনক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে Shanghai Cooperation Organization ৰ SCO সন্মিলনত অনলাইন যোগেৰে অংশ লয়। SCO ৰ ২০ সংখ্যক সন্মিলনত ভাগ ...

Read moreDetails
Page 103 of 156 1 … 102 103 104 … 156