ADVERTISEMENT

Tag: Protest

কি হ’ব মানাহৰ ভৱিষ্যত ! পূৰ্বৰ দৰে পৰ্যটক আহিবনে মানাহলৈ !

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰী নোহোৱাত তীব্ৰ অসন্তুষ্টি আন্দোলনকাৰীৰ কি হ’ব মানাহৰ ভৱিষ্যত ! মানাহলৈ পূৰ্বৰ দৰে আহিবনে পৰ্যটক ! পৰ্যটক নাহিলে ...

Read moreDetails

অসম আৰু অসমীয়া জাতিৰ ভাবুকিস্বৰূপ “ধৰ্মীয় মৌলবাদী শক্তিসমূহক পুলিয়ে-পোখাই উৎখাত কৰক অসম ভূমিৰ পৰা”

শেহতীয়াকৈ নামনি অসম আৰু মধ্য অসমৰ কিছু অঞ্চলত ধৰ্মীয় মৌলবাদী শক্তি কিছুমান খোপনি পোতা বুলি আৰক্ষী প্ৰসাশন তথা বিভিন্ন সংবাদমাধ্যমযোগে ...

Read moreDetails

Rahul Gandhi detained : সমদল কৰি ৰাষ্ট্রপতি ভৱন যোৱাৰ পথত আটক ৰাহুল গান্ধী, দেশজুৰি বিক্ষোভ কংগ্রেছৰ

সংসদ ভৱনৰ বাহিৰত ৰাহুল গান্ধীসহ একাধিক কংগ্রেছ সাংসদক আটক কৰিলে দিল্লী আৰক্ষীয়ে । মূল্যবৃদ্ধি, নিবনুৱা আৰু খাদ্যপণ্যৰ ওপৰত জিএছটি সংযোগ ...

Read moreDetails

মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

কিছুদিন পূৰ্বে মন্ত্ৰী অজন্তা নেওগৰ জালুকবাৰী বাসগৃহৰ পৰা অসহায় অৱস্থাত এগৰাকী মহিলা উদ্ধাৰ হয় । এজন জোৱানে চাকৰিৰ প্ৰলোভনেৰে মহিলাগৰাকীক ...

Read moreDetails

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক ইডি-ৰ তলব

নেছনেল হেৰল্ড গোচৰত কংগ্ৰেছ দলৰ সভানেত্ৰী ছোনিয়া গান্ধীক প্ৰৱৰ্তক সঞ্চালকালয়ে (ইডি) পূৰ্বেই তলব কৰিছিল । কিন্তু কৰ'নাত আক্ৰান্ত হৈ হাস্পাতালত ...

Read moreDetails

Sri Lanka Crisis : শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ পলায়নৰ পাছতেই সহস্ৰাধিক বিক্ষোভকাৰী প্ৰৱেশ কৰিছে তেওঁৰ প্ৰাসাদত

গণবিক্ষোভত জ্বলিছে শ্রীলংকা । বিক্ষোভকাৰীসকলে ৰাজধানী কলম্বোত ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষেৰ প্রাসাদত প্ৰৱেশ কৰিছে । তাৰ ঠিক আগতেই ৰাষ্ট্ৰপতিক নিৰাপদ স্থানলৈ ...

Read moreDetails

Sri Lanka : পেট্রল শেষ হ‌ওঁতেই শিলাবৃষ্টি শ্রীলংকাত

বিদেশী মুদ্রাৰ ভাণ্ডাৰ কার্যত সমাপ্ত হৈছে । আর্থিকভাৱে বিপর্যস্ত শ্রীলংকাত ইন্ধন সংকট চৰমত । ইয়াৰ ফলত প্ৰত্যেক দিনে দেশৰ নানা ...

Read moreDetails

‘কৃষি আইনৰ দৰেই অগ্নিপথ প্রকল্পও প্রত্যাহাৰ কৰিবলৈ বাধ্য হ’ব কেন্দ্র’, প্ৰত্যাহ্বান ৰাহুলৰ

বিতর্কিত তিনি কৃষি আইনৰ দৰে অগ্নিপথ প্রকল্পও প্রত্যাহাৰ কৰিবলৈ বাধ্য হ'ব কেন্দ্র । মোদী চৰকাৰক একপ্রকাৰ প্ৰত্যাহ্বান দিলে কংগ্রেছ নেতা ...

Read moreDetails

Agnipath Scheme : অগ্নিপথ-বিক্ষোভত প্রথম প্রাণহানি ছেকেন্দৰাবাদত, আৰক্ষীৰ গুলীত নিহত এক, আহত প্ৰায় ১৫

অগ্নিপথ বিৰোধী বিক্ষোভত প্রথম মৃত্যু তেলেংগানাত । শুকুৰবাৰে বিয়লি ছেকেন্দৰাবাদ ষ্টেছনত উত্তেজিত বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ গুলী চালনা কৰে আৰক্ষীয়ে । ...

Read moreDetails
Page 8 of 26 1 … 7 8 9 … 26