Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কি হ’ব মানাহৰ ভৱিষ্যত ! পূৰ্বৰ দৰে পৰ্যটক আহিবনে মানাহলৈ !

মানাহত অৰ্ধ উলংগ-সমূহীয়া মুণ্ডনেৰে প্ৰতিবাদ

publisher by publisher
August 10, 2022
in Assam, India, News
Reading Time: 1 min read
0
কি হ’ব মানাহৰ ভৱিষ্যত ! পূৰ্বৰ দৰে পৰ্যটক আহিবনে মানাহলৈ !
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰী নোহোৱাত তীব্ৰ অসন্তুষ্টি আন্দোলনকাৰীৰ

কি হ’ব মানাহৰ ভৱিষ্যত ! মানাহলৈ পূৰ্বৰ দৰে আহিবনে পৰ্যটক ! পৰ্যটক নাহিলে কি হ’ব মানাহৰ পৰ্যটনৰ লগত জড়িত লোকসকলৰ ভৱিষ্যত ! বৰ্তমান সময়ত এই প্ৰশ্নই বাৰে বাৰে উত্থাপিত হৈছে মানাহত ৷ “খোদ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালকক তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিছিল, কিন্তু সেয়া আজিলৈ কাৰ্যকৰী নোহোৱাত আমি আশ্চৰ্য প্ৰকাশ কৰিছো ৷ আমাৰ সন্দেহ হৈছে, বিটিচি চৰকাৰ ইয়াত জড়িত বা মানাহৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰৰ স’তে বিটিচি চৰকাৰৰ সম্পৰ্ক আছে যাৰ বাবে সেই নিৰ্দেশ কাৰ্যকৰী কৰা নগ’ল”৷ এই মন্তব্য গ্ৰেটাৰ মানাহ কনজাৰ্ভেছন এণ্ড ট্যুৰিজিম ডেভেলপমেণ্ট ছ’চাইটিৰ নেতৃবৃন্দৰ ৷

ADVERTISEMENT

মানাহৰ পৰ্যটনক্ষেত্ৰত বৰ্ধিত মাছুল প্ৰত্যাহাৰৰ লগতে ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰক বদলিৰ দাবীত আজি মানাহত সমূহীয়া মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত কৰি এনেদৰে কয় সংগঠনটোৰ নেতৃবৃন্দই ৷ সংগঠনটোৱে যোৱা ন জুলাইৰ পৰা আৰম্ভ কৰা আন্দোলনৰ এমাহ উকলিল যদিও তেওঁলোকৰ দাবীসমূহ পূৰণৰ ক্ষেত্ৰত বিটিআৰ কিম্বা ৰাজ্য চৰকাৰৰ পৰা এতিয়াও গ্ৰহণ কৰা নাই কোনো ফলপ্ৰসু পদক্ষেপ ৷ সেয়েহে আজিৰে পৰা পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনটোৱে ৷

উল্লেখ্য যে যোৱা পাঁচ জুলাইত মানাহৰ পৰ্যটনক্ষেত্ৰত বিভিন্ন মাছুল বৃদ্ধি কৰাৰ জাননী প্ৰেৰণ কৰিছিল বিটিচি চৰকাৰে আৰু তাৰ পাছৰ পৰাই মানাহৰ পৰ্যটনক্ষেত্ৰত বছৰ বছৰ ধৰি জড়িত লোকসকলৰ লগতে বহুকেইটা সংগঠনৰ উমৈহতীয়া মঞ্চ গ্ৰেটাৰ মানাহ কনজাৰ্ভেছন এণ্ড ট্যুৰিজিম ডেভেলপমেন্ট ছ’চাইটিৰ উদ্যোগত যোৱা ন জুলাইৰ পৰাই মানাহৰ বৰ্ধিত মাছুল শীঘ্ৰে প্ৰত্যাহাৰ, মানাহৰ পৰ্যটনৰ লগত জড়িত বিভিন্ন সংগঠন আৰু দাঁতিকাষৰীয়া কোনো মানুহৰ লগত সম্পৰ্ক নৰখা মানাহৰ ক্ষেত্ৰ সঞ্চালকগৰাকীক বদলিৰ উপৰি মানাহৰ অন্তৰ্ভাগত বন্ধ কৰি থোৱা বিভিন্ন উপপথ মুকলিৰ লগতে আন আন দাবীৰে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি অহা হৈছে ।

ইতিমধ্যে বিটিআৰ চৰকাৰৰ উপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছিল বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ ৷ ইয়াৰ মাজতে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰণজিত বসুমতাৰীয়ে মানাহৰ বাঁহবাৰীত আন্দোলনকাৰী সংগঠনটোৰ স’তে এক আলোচনাতো মিলিত হৈছিল আৰু মাছুল বৃদ্ধিৰ বিষয়টো পুনৰ জাননী নিদিয়া পৰ্যন্ত আগৰ দৰেই বাহাল থাকিব বুলিও কৈছিল, কিন্তু এইপৰ্যন্ত কোনো লিখিত প্ৰতিশ্ৰুতি প্ৰেৰণ নকৰাত আশ্বস্ত হোৱা নাই সংগঠনটোৰ নেতৃবৃন্দ ৷

ইফালে, যোৱা ২৮ জুলাইত সংগঠনটোৰ নেতৃবৃন্দই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক গুৱাহাটীত সাক্ষাৎ কৰি বিষয়টো উত্থাপন কৰাত তেওঁ শীঘ্ৰে ইয়াৰ সমাধান হ’ব বুলি আশ্বাস দিছিল, তদুপৰি ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰক মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিয়াৰ বাতৰিও বিভিন্ন কাকতত প্ৰকাশ পাইছিল ৷ কিন্তু কিহৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰী নহ’ল তাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে সংগঠনটোৰ নেতৃত্বই ৷ সেয়েহে সংগঠনটোৰ দাবীসমূহ শীঘ্ৰে পূৰণৰ দাবীত আজি মানাহ ৰাষ্ট্ৰীয উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ মুখ্য প্ৰৱেশদ্বাৰত সংগঠনটোৰ নেতা-সদস্যই সমূহীয়া মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড লৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীও ৰূপায়ন কৰে ৷

উল্লেখযোগ্য যে তেওঁলোকৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত গণতান্ত্ৰিক আন্দোলনৰ উপৰি মানাহত জীপ ছাফাৰি বন্ধ থাকিব বুলি পুনৰ স্পষ্ট কৰি দিয়ে সংগঠনটোৰ নেতৃবৃন্দই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BTRHimanta Biswa SarmaManas National ParkProtestTravel and Tourism
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d