Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক
Meghalaya: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মেঘালয়ৰ ৰাজনৈতিক সমীকৰণ সলনি কৰি স্থানীয় ইউনাইটেড ডেম'ক্রেটিক পার্টি (ইউডিপি)ৰ আঠজন বিধায়কে বুধবাৰে বিজেপিত যোগদান কৰে। ...
Read moreDetails






























