ADVERTISEMENT

Tag: Uttar Pradesh

বি .কম পাছ নীতা আম্বানীক অতিথি অধ্যাপক হোৱাৰ প্ৰস্তাৱত বিতৰ্ক

বানাৰছ হিন্দু বিশ্ববিদ্যালয় (বিএইচইউ)ত অতিথি অধ্যাপক হিচাপে শিক্ষা দান কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছিল মুকেছ আম্বানীৰ পত্নী ৰীতা অম্বানীক । যোৱা ...

Read more

কইনা বিচাৰি আৰক্ষী থানা পালেগৈ উত্তৰ প্ৰদেশৰ দুই ফুট উচ্চতাৰ আজিম

নাবালিকাৰ বিবাহ প্ৰতিহত কৰিবলৈ আৰক্ষীক বহুতো ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰা দেখা যায়। বৈবাহিক বিবাদৰ পৰা ধৰি ঘৰুৱা কন্দললৈকে সকলোৰে ...

Read more

শ্বৱনম পুত্রৰ আবেদন,ৰাষ্ট্রপতি আংকল, মােৰ মাক ফাঁচি নিদিব

উত্তৰ প্ৰদেশৰ অমৰােহাৰ বহুচর্চিত বামনখেড়ী কাণ্ডৰ অপৰাধী শ্বৱনমৰ মৃত্যু পৰােৱানা যিকোনাে মুহূর্ততে জাৰি হ’ব পাৰে। মথুৰাৰ কাৰাগাৰত সম্প্রতি শ্বৱনমক মৃত্যুদণ্ড ...

Read more

 পুত্রক সাবটি ধৰি দীর্ঘসময় চকুলাে টুকিলে মৃত্যুদণ্ডপ্রাপ্ত শ্বৱনমে

যিকোনাে মুহূর্ততে হ’ব পাৰে ফাঁচি। মথুৰাৰ কাৰাগাৰত বন্দী হৈ থকা মৃত্যুদণ্ডৰ ৰায়প্রাপ্ত ভাৰতৰ প্রথমগৰাকী মহিলা অপৰাধীক মৃত্যু পৰােৱানা’ জাৰি হ’লে ...

Read more

মোদী-যোগীক লৈ আপত্তিকৰ প’ষ্ট

ছ'চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক লৈ আপত্তিকৰ প'ষ্টৰ অভিযোগ । উত্তৰ প্ৰদেশৰ প্ৰথম বৰ্ষৰ এজন আইনৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ...

Read more

‘লাভ জিহাদ’ বিৰোধী আইনত প্ৰথম গোচৰ ৰোজো মধ্যপ্ৰদেশত

'লাভ জিহাদ' বিৰোধী আইনত প্ৰথম গোচৰ ৰোজো কৰা হয় মধ্যপ্ৰদেশত । মধ্যপ্ৰদেশৰ বাৰৱানি জিলাৰ ২২ বছৰীয়া যুৱতীৰ অভিযোগৰ ভিত্তিত ৰোজো ...

Read more

কৰ’না প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত এজন লোকৰ মৃত্যু উত্তৰ প্ৰদেশত

কৰ'না ভাইৰাছৰ প্ৰতিষেধক লোৱাৰ এটা দিন পাছত উত্তৰ প্ৰদেশৰ মুৰাদাবাদ জিলাত এজন ৪৬ বছৰীয়া স্বাস্থ্য কৰ্মীৰ মৃত্যু হয়।সূত্ৰ অনুসৰি, মৃত ...

Read more

উত্তৰ প্ৰদেশৰ মুৰদনগৰৰ শ্মশানৰ ছাদ খহি মৃত্যু ১৮গৰাকীৰ

তথ্য অনুসৰি আত্মীয়জনৰ শেষকৃত্য সম্পন্ন কৰিবলৈ গৈ বৰষুণৰ পৰা ৰক্ষা পাবলৈ ছাদৰ তলত থিতাপি লওঁতে ছাদখন খহি পৰাত মৃত্যু মুখত ...

Read more
Page 8 of 11 1 7 8 9 11