Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Loksabha Election

কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু নৱ কুমাৰ শৰণীয়াকে ধৰি তিনিজনৰ মনোনয়ন দাখিল

publisher by publisher
April 2, 2019
in Loksabha Election, News
Reading Time: 1 min read
0
কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু নৱ কুমাৰ শৰণীয়াকে ধৰি তিনিজনৰ মনোনয়ন দাখিল

Bodoland People's Front (BPF) candidate Pramila Rani Brahma filling nomination for Kokrajhar Constituency for coming lok sabha election at Kokrajhar on 02-04-19.Pix by UB Photos

5
SHARES
50
VIEWS
ShareShareShareShare

RelatedPosts

হেলিকপ্টাৰৰ তেল শেষ, গাড়ী ভাড়াত লৈ মিটিঙত উপস্থিত হাগ্ৰামা মহিলাৰী

Hagrama Mohilary:নিৰ্বাচনী গৰম বতাহৰ মাজত হাগ্ৰামা মহিলাৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

পৃথক বড়ো ৰাজ্যৰ বিৰোধিতা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ হকে কাম কৰিম : নৱ কুমাৰ শৰণীয়া

কোকৰাঝাৰ : তৃতীয় পৰ্যায়ত অনুষ্ঠিত হবলগা কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মই আজি মনোনয়ন পত্ৰ দাখিল কৰে ৷ বিপিএফ দলে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টি পুণৰ উদ্ধাৰৰ বাবে বাছি লৈছে শুভ লগ্ন ৷ পঞ্জীকা অনুসৰি ভাল দিন , ভাল বাৰ , ভাল ক্ষণ আৰু ভাল যোগ অৰ্থাৎ শুভ লগ্নৰ দিনত আজি মনোনয়ন দাখিল কৰে  প্ৰাৰ্থী তথা ব্ৰহ্মই । কোকৰাঝাৰ সদৰ চহৰৰ সমীপৰ গৌৰাং নৈৰ কাষৰ বিশাল পথাৰৰ পৰা হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ ঢোলে ডোগৰে আহি জিলা নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰমিলা ৰাণী ব্ৰহ্মক সঙ্গ দিয়ে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী , সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে । মনোনয়ন পত্ৰ দাখিলৰ অন্তত প্ৰাৰ্থী ব্ৰহ্মই বিপিএফৰ বিজয় নিশ্চিত বুলি দাবী কৰে । নিৰ্বাচনত জিকাৰ পিছতে সৰ্বপ্ৰথমে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হকে কাম কৰিব বুলি সদৰি কৰে । তেওঁৰ নিকটতম প্ৰতিদ্বণ্দিতা এবছু সমৰ্থিত প্ৰাৰ্থীৰ সতেই হব বুলি কয় । ইপিনে মনোনয়নপত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মক সঙ্গ দিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে পঞ্জিকা অনুসৰি শুভ লগ্নৰ সময়তে ১১-০৬ বজাত বিপিএফে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু কমেও ৩ লাখ ভোটৰ ব্যৱধানত বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰানী ব্ৰহ্ম জয়ী হব বুলি দাবী কৰে । অগপ বিজেপিৰ সতে মিত্ৰতা আছে যদিও নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে অগপ -বিজেপিৰ পৰা কোনো ষ্টাৰ কেম্পেইনাৰ নালাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি এবছু সমৰ্থিত প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম সৈতে মূল যুঁজ হব বুলি দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷ আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই আজি কোকৰাঝাৰ জিলা নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে । কেইবা সহস্ৰাধিক সমৰ্থকেৰে পৰিবেষ্টিত হৈ ডিমলগাঁওৰ পৰা প্ৰায় ৭/৮ কিলোমিটাৰ পথ শোভাযাত্ৰা কৰি নৱ কুমাৰ শৰণীয়াই মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তত সংবাদমাধ্যমৰ আগত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ , অবড়োৰ ভূমিৰ অধিকাৰ আৰু বড়ো -অবড়োৰ সংঘাত ৰাজনৈতিকভাৱে সমাধান কৰিব বুলি মন্তব্য কৰে । তদুপৰি এইবেলিও পূৰ্বৰ দৰেই তেওঁ বিপুল ভোটত জয়ী হব বুলি দাবী কৰি যোগেশ্বৰ কলিতা বিটিএডিৰ মানুহ নহয় বুলি কয় ৷ ইপিনে চিপিআইএমৰ বিৰাজ ডেকায় মনোনয়নপত্ৰ জিলা ৰিটাৰ্নিং বিষয়াৰ ওচৰত দাখিল কৰে ৷ উল্লেখ্য যে সমষ্টিটোত কাইলৈ  কংগ্ৰেছৰ শব্দ ৰাম ৰাভা আৰু ইউপিপিএলৰ উৰ্খাও গৌৰা ব্ৰহ্মইও নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব ৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hagrama MohilaryKokrajharLoksabha Election
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d