Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’নাৰ অভিকেন্দ্ৰ আঠগাঁও মছজিদ

publisher by publisher
April 11, 2020
in COVID-19, News
Reading Time: 1 min read
0
কৰ’নাৰ অভিকেন্দ্ৰ আঠগাঁও মছজিদ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

সমগ্ৰ ভাৰতত ক’ভিড-১৯ সংক্ৰমণৰ অন্যতম হটস্পট ৰূৰে চিহ্নিত হোৱা দিল্লীৰ নিজামুদ্দিনৰ তবলিগি জামাতৰ সংযোগেৰে অসমৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী মহানগৰীৰ আঠগাঁও কবৰ স্থান – মছজিদ | ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত তিনিজন লোকৰ লগত এই মছজিদটোৰ প্ৰত্যক্ষ সম্পৰ্কৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে |
আজি ইয়াত এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে অসমত ক’ভিড-১৯ত আক্ৰান্তসকলৰ পূৰ্বৰ সম্পৰ্কৰ অনুসন্ধানত শেহতীয়াকৈ উন্মোচিত তথ্য অনুসৰি কাছাৰৰ জামালউদ্দিন, চাপৰৰ হাজী জামাল উদ্দিন আৰু কালি আক্ৰান্তৰূপে চিহ্নিত হোৱা ধুবুৰীৰ ৰহিম উদ্দিন নামৰ লোক তিনিজনেও যোৱা ১২ মাৰ্চৰ নিশা আঠগাঁও মছজিদত কটাইছিল | মন্ত্ৰীজনে উদ্বেগেৰে কয় যে সেইদিনা মছজিদটোত এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু তাত এশজন লোক উপস্থিত আছিল | যাৰ ভিতৰত নিজামুদ্দিনৰ তবলিগি জামাতৰ পৰা অহা কে’বাজনো লোক আছিল | ড০ শৰ্মাই কয়, ‘জামাতৰ পৰা অহাসকলৰ ভিতৰত দুজন হ’ল জামাল উদ্দিন আৰু হাজী জামাল উদ্দিন | ৰহিম উদ্দিন জামাতলৈ যোৱা নাছিল |
কিন্তু তেওঁ বৈঠকত উপস্থিত আছিল | তাত ভাগ লোৱা মানুহবোৰৰ ভিতৰত স্থানীয় লোকৰ লগতে কিছু দূৰৰ মানুহো আছিল | বৈঠকৰ নেতৃত্ব লোৱা মৰিগাঁৱৰ ভূৰাগাঁৱৰ চামছুল আলম নামৰ লোকজনৰ  পৰা বৈঠকত ভাগ লোৱা অন্য মানুহবোৰৰ তথ্য উদ্ধাৰৰ চেষ্টা অব্যাহত আছে | আমি ৫৮জনৰ তথ্য পাইছো | তেওঁলোকক বিভিন্ন ঠাইত কোৱাৰেণ্টাইনত ৰখা হৈছে |
বৰ্তমান পৰিস্থিতি চাই আঠগাঁও মছজিদটো যেন লাহে লাহে কৰ’না ভাইৰাছৰ হটস্পট (অভিকেন্দ্ৰ) লৈ গৈ আছে |’ এনে কাৰণতে আজি মছজিদটো ছীল কৰি দিয়া হয় | ইয়াৰ ফলত অন্ততঃ অহা ১৪ দিনলৈ মছজিদটোলৈ কোনো লোক যাব নোৱাৰিব  আৰু ভিতৰতে থকা লোকো বাহিৰ ওলাব নোৱাৰিব বুলি ড০ শৰ্মাই সদৰী কৰে | ভিতৰত থকা লোকসকলক প্ৰয়োজনীয় সা-সামগ্ৰী যোগান ধৰা হ’ব আৰু তেওঁলোকে মছজিদৰ নিত্য নৈমিত্তিক কাৰ্য সম্পাদন কৰিব পাৰিব | প্ৰসংগক্ৰমে ড০ শৰ্মাই জনাই যে ইতিমধ্যে নাম-ঠিকনা উদ্ধাৰ হোৱা লোকসকলৰ আঠজন জামাতী | তাৰে দুজন ক’ভিড-১৯ত আক্ৰান্ত হৈছে |
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM CORONA VIRUSCovid-19DELHI NIZAMUDDININDIA FIGHTS CORONATablighi Jamaat
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d