Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’নাৰ চাপত বিপৰ্যস্ত অৰ্থনীতি

publisher by publisher
April 17, 2020
in COVID-19
Reading Time: 1 min read
0
কৰ’নাৰ চাপত বিপৰ্যস্ত অৰ্থনীতি
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

তলাবন্ধৰ সময়ত স্তব্ধ হৈছে দেশৰ অৰ্থনীতি ৷ দেশৰ বৃহৎসংখ্যক লোকৰ ভৱিষ্যতক লৈ উদ্বেগৰ প্ৰশ্ন উত্থাপিত হৈছে ৷ অৰ্থনীতিৰ এই থমকনি যাত্ৰাত দেশৰ বৃহৎসংখ্যক দৰিদ্ৰ অনাহাৰ অৰ্ধাহাৰৰ মুখলৈ গতি কৰিব নেকি? কৰ’নাৰ দৰে বিশ্ব মহামাৰীৰ আঘাত চম্ভালি উঠাৰ পূৰ্বে দেশৰ অৰ্থনীতিয়ে মুখ থেকেচা খাব নেকি? এনে ভয়াৱহ সংকটকালত চৰকাৰে কি কৰা উচিত ? ন’বেল জয়ী অৰ্থনীতি বিদ অমৰ্ত্য সেন,অভিজিৎ বিনায়ক বন্দ্যোপাধ্যায় আৰু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনৰ পৰামৰ্শ মতে কৰ’নাৰ দৰে বৃহৎ চাপ এৰাই চলিবলৈ চৰকাৰে বুদ্ধিমানৰ দৰে ব্যয় কৰা উচিত ৷ অৱশ্যে ইয়াৰ সমান্তৰালভাৱে প্ৰকৃতাৰ্থত প্ৰয়োজনীয় সকলৰ ক্ষেত্ৰত ব্যয়ত যাতে কৰ্পণ্য কৰা নহয় তালৈ দৃষ্টি ৰাখিবলৈ বিশ্বখ্যাত অৰ্থনীতিবিদক ৷মন কৰিবলগীয়া যে কৰ’নাৰ কাৰণে দেশৰ অৰ্থনীতি জটিল অৱস্থাৰ দিশলৈ গতি কৰিছিল।

ADVERTISEMENT

আন্তৰ্জাতিক বিভিন্ন সমীক্ষাই দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ অৱনমিত হ’ব বুলি আশংকা ব্যক্ত কৰিছিল ৷ সমগ্ৰ দেশত কৰ’নাৰ তাণ্ডৱলীলা প্ৰত্যক্ষ কৰিয়েই দেশজুৰি তলাবন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । আৰু ইয়াৰ ফলত গতিহীন হৈ পৰে দেশৰ অৰ্থনীতি । এই প্ৰসংগত অৰ্থনীতিবিদ কেইজনে কয় সংক্ৰমণ ৰোধৰ বাবে দেশত সম্পূৰ্ণ অথবা আংশিকভাৱে তলাবন্ধ অব্যাহত থাকিব । এই সময়ছোৱাত দেশৰ বৃহৎসংখ্যক লোক যাতে দৰিদ্ৰ বা অনাহাৰৰ অন্ধকাৰ গহ্বৰত প্ৰৱেশ নকৰে সেই বিষয়ে তেওঁলোকে সতৰ্ক কৰি দিছে ৷ তেওঁলোকৰ মতে এনে হ’লে তলাবন্ধৰ বিধি উলংঘা হ’ব ৷ কিয়নো এই শ্ৰেণী লোকৰ হেৰুৱাবলৈ একো নাই । সেয়েহে তলাবন্ধ একপ্ৰকাৰ ট্ৰেজেডীত পৰিণত হোৱাৰ আশংকা থাকিব ।

ইয়াৰোপৰি বিভিন্ন ৰাজ্যত বন্দী হৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে কেন্টিনৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে তেওঁলোকে ৷ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰে ঘৰে গৈ খাদ্য যোগান ধৰিবলৈ কৈছে তেওঁলোকে ৷ এনে ক্ষেত্ৰত স্বেচ্ছাসেৱী সংস্থাসমূহৰ নিয়োগৰ পোষকতা কৰে তেওঁলোকে । অৰ্থনীতিবিদ কেইজনৰ মতে “অনাহাৰ বৃহৎ সমস্যাৰ এটি ক্ষুদ্ৰ অংশ” ৷ প্ৰকৃত সমস্যা আন বহু বিষয়ৰ স’তে জড়িত হৈ আছে । তলাবন্ধৰ সময়ত বহু মানহৰ উপাৰ্জন শূন্য ৷ এই সংকটৰ সময়ত খাদ্য নিশ্চিত হ’লেও কৃষকৰ বাবে বীজ ক্ৰয়ৰ কাৰণে ধনৰ প্ৰয়োজন। গেলামালৰ দোকানৰ পৰা নানা সামগ্ৰী ক্ৰয়ৰ কাৰণে অৰ্থৰ প্ৰয়োজন ৷ চৰকাৰৰ ভূমিকাক সমালোচনা কৰি তিনিওজন অৰ্থনীতিবিদে কয় খুব সীমিত সংখ্যক মানুহকহে চৰকাৰে নগদ ধন দিব পাৰিছে ৷ যদি সাহসিকতাৰে কাম কৰিব বিচাৰে আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ বিচাৰে তেন্তে এতিয়াই প্ৰত্যাহ্বান গ্ৰহণৰ উপযুক্ত সময় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abhijit BanerjeeAmartya SenCovid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONARaghuram RajanSTAY HOME STAY SAFEWORLD FIGHTS CORONAVIRUS
publisher

publisher

Related Posts

মোডীৰ স’তে সাক্ষাৎ কৰাৰ পূৰ্বে কৰিব লাগিব RT-PCR, নির্দেশ মন্ত্রীসকলক
COVID-19

June 11, 2025
ভাৰতত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ , সক্ৰিয় ৰোগী ৬৪৯১, উদ্বেগ বাঢ়িছে কেৰালা আৰু গুজৰাটত  

June 10, 2025
Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

June 6, 2025
UK Company AstraZeneca Will Withdraw its COVID-19 Vaccine:বিশ্বজুৰি কভিশ্বিল্ডৰ পার্শ্বক্ৰিয়া !
India

May 8, 2024
‘Disease X’ Looms As A Potential Global Threat:কৰ’নাতকৈ সাত গুণ বেছি প্রাণঘাতী ‘ডিজিজ এক্স’!
International

‘Disease X’ Looms As A Potential Global Threat:কৰ’নাতকৈ সাত গুণ বেছি প্রাণঘাতী ‘ডিজিজ এক্স’!

September 27, 2023
Covid Update : এমাহত বিশ্বত ক’ৰনাত মৃত্যু ১৪ হেজাৰ ! দেশত নিম্নমুখী সংক্ৰমণ

April 28, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d