Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা

    প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান

    ৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ষাড়ঁৰ অন্তিমযাত্ৰাত কে’বাশ লোকৰ ভিৰ তামিলনাডুত

publisher by publisher
April 19, 2020
in COVID-19, News
Reading Time: 1 min read
0
ষাড়ঁৰ অন্তিমযাত্ৰাত কে’বাশ লোকৰ ভিৰ তামিলনাডুত

In this picture taken on April 13, 2020 villagers gather around the body of a racing bull during its funeral in Madurai. - Some 200 mourners defied India's national coronavirus lockdown to pay their last respects to a bull adored for his race-winning heroics and revered as a deity, an official said April 16. (Photo by - / AFP)

2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

দেশত আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ তামিলনাডু আৰু পশ্চিমবঙ্গত আঠ জন আটক

কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা বহু লোকৰ মৃতদেহ পৰ্যন্ত গ্ৰহণ কৰা নাই পৰিয়ালৰ লোকে কিন্ত এনে অৱস্থাত আকৌ এটা ষাড়ঁৰ মৃত্যুত সমবেত হ’ল কে’বাশ মানুহ । তলাবন্ধৰ নিয়ম উলংঘা কৰি এটা ষাড়ঁৰ শেষকৃত্য সম্পন্ন কৰে তামিলনাডুৰ মুধুবাৰাপট্টি নামৰ গাওঁত । চলিত সপ্তাহতে তামিলনাডুৰ জাল্লিকাটু উৎসৱত অংশগ্ৰহণ কৰা এটা ষাড়ঁ গৰুৰ মৃত্যু হয় । জাল্লিকাটুত অংশ লোৱা ষাড়ঁবোৰৰ স্থানীয় মানুহৰ মাজত যথেষ্ট মৰ্যাদা আছে । এনে ষাড়ঁৰ মৃত্যুত মানুহৰ দৰেই  নীতি-নিয়ম পালন কৰি সৎকাৰ কৰাৰ নিয়ম আছে ।  মৃত ষাড়ঁ গৰুটোৰ ওপৰত দিয়া হৈছে ফুল ,মালা আদি। ধূপ জ্বলাই ষাড়ঁ গৰুটোৰ গাড়ীৰ আগে-পিছে সমদল কৰি গৈছে কে’বাশ লোক । মুখত কোনো আৱৰণ নোলোৱাকৈয়ে ষাড়ঁগৰুটোৰ অন্তিম যাত্ৰাত সামাজিক দূৰত্ব নামানি অংশ ললে এইসকল লোকে । এই দৃশ্য  সামাজিক মাধ্যমত বিয়পি পৰে । এই  বিষয়টো সমালোচনা কৰিছে বিভিন্ন জনে । উল্লেখ্য যে তামিলনাডুত ১২শ ৰ অধিক লোক এই পৰ্যন্ত ক’ভিড-১৯ ত আক্ৰান্ত হৈছে ,তৎসত্বেও সতৰ্ক নহয় অধিকাংশ লোক । সমগ্ৰ দেশতে এনে তলাবন্ধ ভঙা নিয়ম সংঘটিত হৈ আছে ।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONAJallikattu festivalLockdownTAMIL NADU
publisher

publisher

Related Posts

SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা
India

November 3, 2026
প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ
India

প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

November 3, 2026
ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!
News

ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

November 3, 2026
আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান
International

আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান

November 3, 2026
৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ
International

৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ

November 3, 2026
চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়
Assam

চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

November 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d