Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’না প্ৰতিৰোধত বিশ্বৰে শীৰ্ষত নৰেন্দ্ৰ মোদী

publisher by publisher
April 25, 2020
in COVID-19, News
Reading Time: 1 min read
0
কৰ’না প্ৰতিৰোধত বিশ্বৰে শীৰ্ষত নৰেন্দ্ৰ মোদী
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

ক’ভিড১৯ ৰ সন্ত্ৰাসত সমগ্ৰ বিশ্ব সম্প্ৰতি কম্পমান ৷প্ৰতিখন দেশে নিজৰ সুৰক্ষাৰ বাবে তলাবন্ধকে ধৰি বিভিন্ন প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিছে ৷স্বাভাৱিকতে ইয়াৰ নেতৃত্ব দিছে দেশৰ মুৰব্বীসকলে ৷এই ক্ষেত্ৰত বিশ্বৰ নেতাসকলৰ ভিতৰত সকলোতকৈ আগত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷বিশ্বৰ নেতাসকলে নিজ নিজ দেশৰ ক্ষেত্ৰত গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাক লৈ পলষ্টেৰ মৰ্ণিং কনচাল্ট নামৰ আন্তৰ্জাতিক সংস্থা এটাই চলোৱা জৰীপত এই তথ্য পোহৰলৈ আহিছে ৷
সংস্থাটোৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে ৪৪৭ টাকৈ গ্ৰহণ কৰা মতামতৰ ভিত্তিত প্ৰধানমন্ত্ৰী মোদীয়ে ৬৮ ৰেটিং লাভ কৰি শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ইয়াৰ পাছতে ৩৯ পইন্ট লাভ কৰি দ্বিতীয় স্থানত থাকে মেক্সিকোৰ ৰাষ্ট্ৰপতি এণ্ড্ৰেছ মেনুৱেল লোপেজ অৰবাডেৰে ৷ইয়াৰ পাছতে  স্থান লাভ কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছে ৷
লক্ষ্যনীয়ভাৱে প্ৰথম ১০ খন ৰাষ্ট্ৰৰ তালিকাত আটাইতকৈ কম বেটিং লাভ কৰি একেবাৰে তলত স্থান পাইছে জাপানৰ প্ৰধানমন্ত্ৰী আবেই ৷পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থতা তথা সময় উপযোগী সিদ্ধান্ত গ্ৰহণত লক্ষ্যণীয়ভাৱে ব্যৰ্থ হৈছে ইখনৰ পাছত সিখন মহাশক্তিধৰ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰ প্ৰধানে ৷ তাৰ ফলত জনপ্ৰিয়তা হ্ৰাসৰ শীৰ্ষত থকা এজন শক্তিশালী নেতা হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷এই তালিকাত থকা আন এগৰাকী উল্লেখযোগ্য নেতা হ’ল ব্ৰাজিলৰ প্ৰধানমন্ত্ৰী জাইৰ বলছানাৰো ৷
উল্লেখ্য যে ক’ভিড ১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ তথা ভাইৰাছবিধক প্ৰত্যাহ্বান জনাবলৈ ১৩০ কোটি তকৈ অধিক জনসংখ্যাৰ বিশাল দেশ ভাৰতত এদিন জনতা কাৰ্ফিউ ঘোষণাৰ লগতে যোৱা ২৪ মাৰ্চৰ পৰা ২১ দিনীয়া তলাবন্ধ ঘোষণা কৰা হয়। ইয়াৰ পাছতে যোৱা ১৫ এপ্ৰিলৰ পৰা পুনৰ ১৯ দিনীয়া দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰা হয় ৷ স্বাভাৱিকতে দীঘলীয়া এই তলাবন্ধ ভাৰতৰ দৰে উন্নয়নশীল এখন দেশৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান।
কিন্তু দেশৰ জনতাৰ সুৰক্ষাৰ বাবে ভাৰতত এই ভাইৰাছৰ প্ৰভাৱ আৰম্ভ হোৱাৰ সময়তে ঘোষণা কৰা হয় দীঘলীয়া তলাবন্ধ ৷ইয়াৰ ফলত ভাৰতৰ দৰে বিশাল জনসংখ্যাৰ দেশত কৰ’নাৰ সংক্ৰমণ বহু পৰিমাণে নিয়ন্ত্ৰিত হৈ থকা বুলি বিশ্ব স্বাস্থ্য সংস্থায়ো উল্লেখ কৰিছে ৷ভাৰতৰ বিপৰীতে বিশ্বৰ আগশাৰীৰ কে’বাখনো দেশে ভাইৰাছৰ সংক্ৰমণ বিস্তাৰিত হোৱাৰ পাছতহে তলাবন্ধ ঘোষণা কৰিছে ৷ইয়াৰ ফল ইটালী,আমেৰিকাকে ধৰি প্ৰথম বিশ্বৰ দেশসমূহে ভূগিবলগীয়া হৈছে।
আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ফেচবুকতো আটাইতকৈ জনপ্ৰিয় বিশ্ব নেতাৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। ক’ভিড ১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা সময়োচিত পদক্ষেপৰ বাবে পুনৰ এই জনপ্ৰিয়তা মোদীয়ে অব্যাহত ৰাখিবলৈ সক্ষম হৈছে ৷ইপিনে ফেচবুকত ট্ৰাম্প দ্বিতীয়স্থানত আছে যদিও তেওঁ লাইক,কমেণ্ট আৰু শ্বেয়াৰৰ জৰিয়তে পূৰ্বৰ দপ দপনি অব্যাহত ৰাখিবলৈ সক্ষম হোৱা নাই ৷ ট্ৰাম্পে যোৱা ১২ মাহত ৩০৯ নিযুত  কমেন্ট,লাইক আৰু শ্বেয়াৰ লাভ কৰে। ব্ৰাজিলৰ প্ৰধানমন্ত্ৰী বলছোনাৰোৰ এনে সংখ্যা হ’ল ২০৫ নিযুত ৷এই ক্ষেত্ৰত মোদীৰ স্থান তৃতীয় আৰু যোৱা ১২ মাহত ৮৪ নিযুত,লাইক,কমেন্ট আৰু শ্বেয়াৰ পায় ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Corona VirusCovid-19DONALD TRUMPINDIA FIGHTS CORONA VIRUSLockdownNarendra Modi
publisher

publisher

Related Posts

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

October 12, 2026
লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন
International

লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

October 12, 2026
চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ
India

চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

October 12, 2026
আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত
India

আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

October 12, 2026
‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’
India

‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

October 12, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d