Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

তলাবন্ধত গৃহবন্দীঃ আমনি পাইছে যদি চাওক  বলীউডৰ এইসমূহ পৰিয়ালকেন্দ্ৰিক ছবি 

publisher by publisher
April 27, 2020
in Entertainment, News
Reading Time: 2 mins read
0
তলাবন্ধত গৃহবন্দীঃ আমনি পাইছে যদি চাওক  বলীউডৰ এইসমূহ পৰিয়ালকেন্দ্ৰিক ছবি 
12
SHARES
116
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

সম্প্ৰতি কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবৰ কাৰণে সমগ্ৰ বিশ্বতে দিয়া তলাবন্ধৰ কাৰণে সকলো ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছে ৷ কৰ্মব্যস্ততাৰ কাৰণে পৰিয়ালক সময় দিব নোৱাৰাসকলৰ কাৰণে সম্প্ৰতি কৰ’না ভাইৰাছে যেন এক সুযোগ প্ৰদান কৰিলে ৷ লগতে যিসকলে নিজৰ প্ৰিয়জনৰ লগত সময় কটাবলৈ হাবাথুৰি খাই থাকে ৷ তেওঁলোকৰ কাৰণেও সুবৰ্ণ সুযোগ প্ৰদান কৰিলে কৰ’না ভাইৰাছে ৷ কিন্তু  প্ৰায় ৩৬ দিন তলাবন্ধত সকলো গৃহবন্দী হৈ থকা সময়ত ঘৰৰ অন্যান্য কাম কৰাৰ লগতে মনোৰঞ্জনৰ কাৰণে চাব পাৰে বিভিন্ন ধৰণৰ পৰিয়ালকেন্দ্ৰিক ছবি ৷ কাৰণ কৰ’না ভাইৰাছৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে ঘৰৰ ভিতৰত থাকি আমনি পোৱাটো সকলোৰে কাৰণে স্বাভাৱিক কথা ৷ গতিকে চাওঁ আহক বলীউডৰ কেইখনমান পৰিয়াল কেন্দ্ৰিক ছবিৰ তালিকা ৷

ADVERTISEMENT

১)কভি খুশী কভি গম 

বলীউডৰ জনপ্ৰিয় ছবি “কভি খুশী কভি গম” ছবিখন আপোনালোকে চাব পাৰে আমাজন প্ৰাইম ভিডিঅ’ত । পৰিচালক কৰণ জোহৰৰ ছবি কভি খুশী কভি গম ছবিখনে আমাক নিজৰ অভিভাৱকৰ দায়িত্ব,সন্মান,মৰম এই সকলোবোৰৰ বিষয়ে চিন্তা কৰিবলৈ সকিয়াই দিয়ে । ছবিখনত বিগ বি অমিতাভ বচ্চন, জয়া বচ্চন, কৰীনা কাপুৰ, ঋত্বিক ৰোশন, বাদশ্বাহ শ্বাহৰুখ খানৰ অভিনয় আৰু কাজলৰ উৎপতীয়া অভিনয়ে সকলোকে আকৰ্ষণ কৰে ৷ লগতে কভি খুশী কভি গম ছবিখনত কৰীনা কাপুৰ খানে অভিনয় কৰা পু চৰিত্ৰটোক চাগে কোনো চলচ্চিত্ৰপ্ৰেমীয়েই পাহৰিব নোৱাৰে ।

২.দিল ঢড়কনে দো

বলীউডৰ অন্যতম জনপ্ৰিয় ছবি দিল ঢড়কনে দো ছবিখনক আপুনি চাব পাৰে নেটফ্লিক্স”ত ৷ জয়া আখতাৰৰ পৰিচালনাৰে এই ছবিখনেও অভিভাৱকৰ মৰম, দায়িত্বক মনত পেলাই দিয়ে।  লগতে ছবিখনত সকলো সময়ত যে অভিভাৱকে লোৱা সিদ্ধান্ত সন্তানৰ কাৰণে উপযুক্ত নহয় সেই কথাও সকিয়াই দিয়ে ৷ আনহাতে আধুনিকতাৰ ধামখুমীয়াত আমি এখন মুখা পিন্ধি অভিনয় কৰোতে যেন নিজৰ লগতে সম্পৰ্কসমূহকো যে পাহৰি যাওঁ সেই সম্পৰ্কেও বৰ সুন্দৰকৈ উপস্থাপন কৰিছে ছবিখনত । বলীউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ আৰু শেফালী শ্বাহে ক্ৰমে কমল আৰু নিলম মেহেৰা নামৰে পতি পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে। ইফালে তেওঁলোকৰ সন্তানৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিং(কবীৰ) আৰু প্ৰিয়ংকা চোপ্ৰাই (আয়েশা)। লগতে ছবিখনত অনুস্কা শৰ্মায়ো এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷

৩.হাম সাথ সাথ হ্যে 

যদি আপুনি ভাবিছে যে তলাবন্ধৰ সময়ত পৰিয়ালৰ লগত মনোৰঞ্জনৰ সোৱাদ লওঁ তেন্তে চাব পাৰে সুৰয বাৰ্জাট্যৰ ছবি হাম সাথ সাথ হ্যে ৷ ছবিখনত পিতৃ মাতৃয়েই যে আমাৰ কাৰণে ভগৱান তুল্য সেই সন্দৰ্ভত সুন্দৰকৈ দেখুওৱা হৈছে । লগতে ছবিখনৰ জৰিয়তে যেন সকলোৱে ল’ৰালি কাললৈ ঘূৰি যাব পাৰে । গতিকে ছবিখনৰ চতুৰ্বেদী পৰিয়ালৰ লগত তলাবন্ধৰ সময়ত সময় কটাব পাৰে আপুনি ৷

৪.তাৰে জমীন পৰ 

তলাবন্ধৰ সময়ত পৰিয়ালকেন্দ্ৰিক এখন ছবি হৈছে তাৰে জমীন পৰ ৷ দৰ্শন চাফাৰীয়ে অভিনয় কৰা ঈশান নন্দকিশোৰ অৱস্থিয়ে Dyslexia নামৰ এটি ৰোগত আক্ৰান্ত হয়। কিন্তু এই বিষয়ে জ্ঞাত নহয় ঈশানৰ অভিভাৱক ৷ ইয়াৰ পিছত আমিৰ খানৰ তত্ত্বাৱধানত অভিভাৱকে এই বিষয়ে জানিব পাৰে। ইফালে ছবিখনত আমিৰ খানে দিয়া ব্যক্তব্যটো সকলৰো কাৰণে প্ৰেৰণাৰ উৎস।

৫.তামাছা

বলীউডৰ অন্যতম জনপ্ৰিয় পৰিচালক ইমতিয়াজ আলীৰ তামাছা চলচ্চিত্ৰ প্ৰেমীসকলে চাব পাৰে জি ফাইভত । ছবিখনত ৰনৱীৰ কাপুৰ আৰু দিপীকা পাডুকনে অভিনয় কৰিছে ৷ ছবিখনত ৰনৱীৰ কাপুৰৰ মন’ল’গে হৃদয় স্পৰ্শ কৰিব আপোনাৰ ৷

৬.উড়ান

বিক্ৰমাদিত্যৰ ছবি উড়ানে পিতা পুত্ৰৰ সম্পৰ্কক সুন্দৰকৈ উপস্থাপন কৰিছে ৷ ছবিখনত ৰজত বাৰেমছা আৰু ৰণিত ৰয়ে অভিনয় কৰিছে।

৭.পিকু 

পিকু ছবিখন আপোনালোকে চাব পাৰে চ’নী লাইভত ৷ ছবিখনত পিতৃ আৰু জীয়ৰীৰ সম্পৰ্কক সুন্দৰকৈ দেখুওৱা হৈছে। ছবিখনত অভিতাভ বচ্চন আৰু দীপিকা পাডুকনে অভিনয় কৰিছে । দীপিকা পাডুকনৰ বিপৰীতে অভিনয় কৰিছে ইৰফান খানে ।

৮.কাপুৰ এণ্ড চন্ছ

নেটফ্লিক্স”ত তলাবন্ধৰ সময়ত আপুনি চাব পাৰে “কাপুৰ এণ্ড চনচ” ছবিখন ৷ পৰিয়ালকেন্দ্ৰিক এই ছবিখনত ৯০ বছৰীয়া অমৰজিৎ কাপুৰে(ঋষি কাপুৰ)পৰিয়ালৰ ফ’টো ক্লিক কৰিব বিচাৰে ৷ গতিকে তলাবন্ধৰ আগত যিসকল লোকে কৰ্মৰ খাতিৰত পৰিয়ালৰ পৰা আঁতৰি আছিল ৷ সম্প্ৰতি পৰিয়ালৰ লগত থকা সময়ত কাপুৰ এণ্ড চনচ ছবিখন উপভোগ কৰিব পাৰে ৷

৯.অংগ্ৰেজী মিডিয়াম 

ডিজনী আৰু হটষ্টাৰ ভিআইপিত উপলব্ধ এখন পৰিয়ালকেন্দিক ছবি হৈছে অংগ্ৰেজী মিডিয়াম ।অলপতে মুক্তি পোৱা ছবিখনত ইৰফান খান আৰু ৰাধিকা মডনে সাৱলীল অভিনয় কৰিছে ৷ কিন্তু অংগ্ৰেজী মিডিয়ামৰ লগতে হিন্দী মিডিয়ামো চাবলৈ নাপাহৰিব আপোনালোকে ৷

১০. দো দুনী চ্চাৰ 

নেটফ্লিক্স”ত উপলব্ধ আন এখন জনপ্ৰিয় ছবি হৈছে দো দুনী চ্চাৰ ৷ বাস্তৱ জীৱনত পতি পত্নী ঋষি কাপুৰ আৰু নীতু সিঙে ছবিখনতো পতি পত্নীৰ চৰিত্ৰতেই অভিনয় কৰিছে ৷ যদি আপোনালোকৰ পৰিয়ালত চাৰিচকীয়া নতুন বাহনৰ লোৱাৰ সন্দৰ্ভত আলোচনা হৈ আছে তেন্তে নিশ্চয়কৈ চাওক ছবিখন। কাৰণ পাঞ্জাৱী মধ্যবিত্ত এটা পৰিয়ালত এখন বাহন লোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ চিন্তা চৰ্চাসমূহ কমেডীৰ জৰিয়তে দৃশ্যায়ন কৰা হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BOLLYWOODCovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d