Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ  মাজতে তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তত উত্তেজনা

publisher by publisher
April 27, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ  মাজতে তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তত উত্তেজনা
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

তলাবন্ধৰ  মাজতে দেওবাৰে  তিতাবৰ মহকুমাৰ বেকাজান সীমান্তত সৃষ্টি হৈছে উত্তেজনা। বেকাজান আৰক্ষী চকীৰ পৰা কিছু দূৰত্বৰ নগা পাহাৰৰ দাঁতিত নগাই কৌশলেৰে এখন পকী গেটৰ নিৰ্মাণ আৰম্ভ কৰাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাময় পৰিবেশৰ সৃষ্টি হৈছে। উল্লেখ্য যে অসম আৰু নগালেণ্ডৰ সীমা আজিকোপতি নিৰ্ধাৰণ হোৱা নাই যদিও পাহাৰৰ দাঁতি কাষৰীয়া ভূ-খণ্ডক নগাই নিজৰ বুলি দাবী কৰাক লৈ সীমান্তত সময়ে সময়ে বিবাদ সৃষ্টি হৈ আহিছে। নগাই পুনৰ অতি কৌশলেৰে বেকাজান সীমান্তৰ এই বিবাদমান এলেকাটোত এখন পকী গেট বনাবলৈ লোৱাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে।

ADVERTISEMENT

ঘটনাটোৰ সন্দৰ্ভত তিতাবৰ মহকুমা প্ৰশাসনৰ অৱগত হোৱাৰ  ততাতৈয়াকৈ দেওবাৰে বিয়লি এটা দল আহি গেট নিৰ্মাণস্থলীত উপস্থিত হয়। তিতাবৰৰ চক্ৰ বিষয়া মিতালী লাহন, মহকুমা আৰক্ষী বিষয়া অমৃত হোজাই, বৰহোলা থানাৰ অ’ চি মিণ্টু সন্দিকৈ, বেকাজানৰ আই চি গোপাল দলে উপস্থিত থকা দলটোৱে গেট নিৰ্মাণ স্থলীতে নগালেণ্ডৰ ঊষা জিলা কাউন্সিলৰ লগতে কে’বাজনো বিষয়-ববীয়াৰ লগত এক আলোচনাত মিলিত হয়। আলোচনাত উক্ত এলেকাটো অসমৰ অন্তৰ্ভুক্ত বুলি জোখ-মাখত প্ৰমান হ’লে লগে লগে গেটখন উচ্ছেদ কৰি দিব বুলি মত ব্যক্ত কৰে নগালেণ্ড কাউন্সিলে। ইফালে এলেকাটোৰ জোখ-মাখ শীঘ্ৰে আৰম্ভ কৰিব বুলি তিতাবৰ মহকুমা প্ৰশাসনে জানিবলৈ দিয়ে।

উল্লেখ্য যে, সীমা সমস্যাক কেন্দ্ৰ কৰি সময়ে সময়ে যোৰহাট আৰু গোলাঘাট জিলাৰ সীমান্ত অঞ্চলসমূহত নগা আৰু অসমীয়াৰ মাজত বিবাদ সৃষ্টি হৈ আহিছে যদিও কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ৰাজ্যদুখনৰ এই দীৰ্ঘদিনীয়া সমস্যাটো নিষ্পত্তিৰ ক্ষেত্ৰত বছৰে বছৰে মাথো প্ৰৱঞ্চনাহে কৰি আহিছে বুলি বেকাজানৰ সচেতন মহলেআজিও ক্ষোভ ব্যক্ত কৰে। সীমান্তৰ সৰ্বসাধাৰণ ৰাইজৰ সৰলতাৰ সুযোগ লৈ একাংশ  নগাই বিবাদমান এলেকাত এনেদৰে নিৰ্মাণ কৰিবলৈ লোৱা গেট শীঘ্ৰে উচ্ছেদ কৰিবলৈ প্ৰশাসনক বেকাজানৰ ৰাইজে দাবী জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d