Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

অসমত কৰ’নাৰ সামাজিক সংক্ৰমণ হোৱাৰ আশংকা

publisher by publisher
April 30, 2020
in COVID-19, News
Reading Time: 1 min read
0
অসমত কৰ’নাৰ সামাজিক সংক্ৰমণ হোৱাৰ আশংকা
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

অসমত ক’ভিড১৯ ৰ সংক্ৰমণ ৰাজহুৱা স্তৰলৈ বিস্তাৰিত হৈছে নেকি? বঙাইগাঁৱৰ শালমাৰাত আফিয়া তবাছুম নামৰ কিশোৰগৰাকীৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱাৰ পাছতে বৃদ্ধি হৈছে এই আশংকা । এক সংবাদমেলত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত কয়, “ধুবুৰীৰ প্ৰথমজন আক্ৰান্ত হাজী জামালুদ্দিনৰ সংস্পৰ্শলৈ আহিছিল ৷ তাৰ সুদীৰ্ঘ ৩৬ দিনৰ পাছত আফিয়াৰ শৰীৰত ক’ভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰে । ইমান দিনৰ পাছত সংক্ৰমণ ধৰা পৰাৰ ফলত সন্দেহ হৈছে যে তেওঁলোকৰ মাজত আক্ৰান্ত কোনোবা ব্যক্তি থাকিব পাৰে যাৰ জৰিয়তে কিশোৰগৰাকীৰ শৰীৰত ভাইৰাছ পোৱা গৈছে। ইয়াৰ পৰা কমিউনিটি পৰ্যায়লৈ ভাইৰাছ সংক্ৰমণৰ আশংকা বাঢ়িছে ।
তদুপৰি মন্ত্ৰীজনে কয় কিশোৰীগৰাকী আছিল হোম কোৱাৰেন্টাইনত। অসমত হোম কোৱাৰেন্টাইনত থকাৰ পিছত ক’ভিড-১৯ ত আক্ৰান্ত হোৱা এইয়াই প্ৰথম ঘটনা । ইফালে হোম কোৱাৰেন্টাইনত থাকিলেও অলপ হ’লেও সমাজৰ লগত সম্পৰ্কত থাকে বুলি আশংকা কৰে মন্ত্ৰী ড° শৰ্মাই । তদুপৰি কিশোৰীগৰাকীৰ পৰিয়ালত আছে ছজন লোক ৷ গতিকে সমগ্ৰ বিষয়টো সুক্ষ্মভাৱে বিবেচনা কৰিবলৈ বঙাইগাঁৱৰ উপায়ুক্তক নিৰ্দেশ দিছে ড° শৰ্মাই । ইয়াৰ বিপৰীতে আনজন আক্ৰান্ত মফিজুদ্দিন আহমেদ চৰকাৰী কোৱাৰেন্টাইন কেন্দ্ৰত আছিল ।
আনহাতে অসমত ক’ভিড১৯  আক্ৰান্ত লোকৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে ৷  আজি নতুনকৈ বঙাইগাঁও জিলাত চাৰি জন লোকৰ মাজত ক’ভিড ১৯ ৰোগ সংক্ৰমণ হোৱা বুলি প্ৰকাশ কৰিছে ৰাজ্যৰ বিত্ত, শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | যোৱা ২৮ এপ্ৰিলত বঙাইগাঁও জিলাৰ আফিয়া তাবাছুম নামৰ ষোল্ল বছৰীয়া কিশোৰী গৰাকী ক’ভিড-১৯ ৰোগত আক্ৰান্ত হোৱাৰ পাছত আজি বঙাইগাওঁ জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত কভিড ১৯ সন্দৰ্ভত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় | ৰাজ্যৰ  ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম সহ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মী প্ৰিয়া, আৰক্ষী অধীক্ষক সিংহৰাম মিলি সহ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল এই সভাত উপস্থিত থাকে |
ইফালে, বঙাইগাঁও চহৰ অঞ্চলত আজি ক’ভিড-১৯ ৰোগ নিশ্চিত হোৱা সন্দৰ্ভত চাৰি গৰাকী লোকৰ নাম প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | মন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, জিলা খনৰ উত্তৰ শালমাৰা মহকুমাৰ আমগুৰি দ্বিতীয় খণ্ডৰ দীপক মল্লিক (৩২), বঙাইগাওঁ থানাৰ অধীনৰ চাপৰাকাটাৰ অনুপম ঠাকুৰীয়া (১৮), বঙাইগাওঁ বৰপাৰা ছহিদ বেদীৰ ববিতা বাসফোৰ (২৯) আৰু নিউ বঙাইগাঁও ৰে’ল কলনিৰ মীনা বিশ্বকৰ্মা (৬০) ৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে | ক’ভিড ১৯ ৰোগত আক্ৰান্ত লোক সকলৰ ভ্ৰমণৰ কোনো তথ্য পোৱা হোৱা নাই | সম্প্ৰতি বঙাইগাঁও জিলাক ৰেড জ’ন ঘোষণা কৰাৰ লগতে বঙাইগাঁও চহৰ অঞ্চলৰ তিনি আক্ৰান্ত ৰোগীৰ তিনি কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভৌগলিক এলেকা ছীল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19HIMANTA BISWA SHARMALockdown
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d