Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

    ৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী

    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ অনুভৱ: হাইদৰ হুছেইন

publisher by publisher
April 30, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ অনুভৱ: হাইদৰ হুছেইন
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

বিগত বৰ্ষৰ ডিচেম্বৰতে চীনৰ উহান প্ৰদেশত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ সময়তে আমেৰিকা , ইটালী, ফ্ৰান্স আদিৰ দৰে উন্নত ৰাষ্ট্ৰয়ো বিশেষ গুৰুত্ব দিয়া নাছিল। চলিত বৰ্ষৰ মাৰ্চৰ মাজভাগলৈ আমাৰ দেশতো চৰকাৰ, ৰাইজ তথা চিন্তাশীল লোকসকলেও কৰ’নাক বিশেষ গুৰুত্ব দিয়া নাছিল। দেশৰ কিছু ৰাজ্যত চৰকাৰ ভঙা-পতা, মন্দিৰ-মছজিদ-গীৰ্জাত চলিয়ে আছিল প্ৰাৰ্থনা সভা। দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত তবলিগি জামাতীসকলে অবিশ্বাস্যভাৱে দেশী-বিদেশী লোকৰে সনা-পোতোকাৰ মাজেৰে অব্যাহত ৰাখিছিল ধৰ্মালোচনা। মাৰ্চৰ শেষৰফালে কৰ’নাৰ ত্ৰাসে সমগ্ৰ বিশ্বকে কম্পমান কৰি তুলিছিল। জীৱনৰ প্ৰতি বীতশ্ৰদ্ধসকলে, জীয়া আৰু মৰাৰ প্ৰভেদ পাহৰি যোৱা ভোকাতুৰ মানুহে কেতিয়াবা কেতিয়াবা আত্মহত্যাৰ সিদ্ধান্তও গ্ৰহণ কৰে।
আজি কালি আমাৰ দেশত ইচ্ছামৃত্যুৰ বাবেও আগ্ৰহী লোকৰ সংখ্যা বাঢ়িছে। তৎসত্বেও প্ৰতিজন মানুহৰে জীয়াই থকাৰ বাসনা থাকে। মৃত্যুৰ আগদিনালৈকে এখন আকাংক্ষিত ঘৰ-সমাজ তথা আমাৰ মানুহৰ পৃথিৱীৰ কথা ভাবিয়েই, সকলোৱে জীয়াই থাকিব বিচাৰে। ময়ো এজন মানুহ। স্বাভাৱিকতে ইতিহাসে ঢুকি পোৱাৰ দিনৰে পৰা এনে ধৰণৰ বীজাণুৱে সমগ্র মানৱ জাতিক মৃত্যুভয়ৰ দ্বাৰা এনেভাৱে আতংকিত কৰিব পৰা নাছিল। সহজ অৰ্থত কোনো মানুহেই মৰিব নিবিচাৰে। বয়স বৃদ্ধিৰ পাছতো যিসকল লোকে সুস্থ জীৱন-যাপন কৰে, তেওঁলোকৰ মাজতো জীৱনত কৰিব নোৱাৰা কামবোৰ কৰাৰ স্পৃহা বাঢ়ে। গতিকে, সকলোৱে কম-বেছি পৰিমাণে আতংকগ্রস্ততাত ভোগাৰ দৰে ময়ো ভয় খাইছিলো। কিন্তু বিজ্ঞান আৰু মানুহৰ আশাশুধীয়া চেষ্টাই যিকোনো দুৰ্যোগকে পৰাভূত কৰাৰ ইতিহাসলৈ চাই মোকো এই কৰ’নাৰ বিৰুদ্ধে যুঁজাৰ সাহসী সৈনিক হ’বলৈ এই বয়সতো অনুপ্ৰেৰণা যোগাইছিল।
ধনকুৱেৰ আৰু শাসক- শোষকৰ কথা বেলেগ, কিন্তু সৰ্বসাধাৰণ মানুহে সীমিত সামৰ্থ্যৰে জীৱনত জয়ী হ’ব বিচাৰে । এয়া মানুহৰ স্বাভাৱিক প্ৰবৃত্তি । আমাৰ দেশ আৰু আমাৰ অসমখনো চৰকাৰে দেখুৱাব বিচৰাৰ দৰে, ধনী মানুহৰ দেশ নহয় । তলাবন্ধৰ মাজতো ভোকাতুৰ মানুহে সুযোগ পালেই, তলাবন্ধ বাধ্যবাধকতা পৰিহাৰ কৰি পা-পৰিয়ালৰ ওচৰলৈ যোৱাৰ বাবে হেতা-ওপৰাৰ দৃশ্যই আমাৰ দেশৰ সৰু সাধাৰণ শ্ৰমজীৱি মানুহৰ অৱস্থাৰ ছবিখন সুস্থৰূপত দাঙি ধৰে। আজিৰ তাৰিখতো চৰকাৰে স্বীকৃত ভাবে অকল অসমৰে চাৰি -পাঁচ লাখ শ্ৰমিক দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকাৰ কথা পোহৰলৈ আহিছে । আমি বিশ্বাস কৰো কৰ’নাৰ বিৰুদ্ধে যুঁজা যুদ্ধখন চৰকাৰে আৰু দেশৰ নাগৰিকৰ উমৈহতীয়া প্ৰচেষ্টাৰ মাজেৰে নিয়ন্ত্ৰণলৈ আহিব।
শেষত হয়তো বিজ্ঞানৰেই জয় হব। পৃথিৱীৰ সকলো প্ৰান্ততে বিয়পি পৰা এই ভাইৰাছ নিয়ন্ত্ৰিত হ’লেও বহুদিনলৈ অ’ত ত’ত এই ৰোগ সংক্ৰমিত হৈয়েই থাকিব। বিশ্বত নিবনুৱা সংখ্যা বাঢ়িব। আমাৰ দেশত ই ভয়ানক ৰূপ ল’ব । বাতৰি-কাকতত প্ৰকাশিত তথ্যৰ বিপৰীতে আমাৰ ৰাজ্যত উদ্যোগ, ব্যৱসায় আৰু ৰাজহুৱা খণ্ডত কৰ্ম সংস্থাপনৰ ক্ষেত্ৰখন অধিক সংকুচিত হৈ আহিছে। দেশৰ আৰু আমাৰ ৰাজ্যৰ অৰ্থনীতি ভাগি পৰিছে,উদং হৈ পৰিছে ৰাজভঁৰাল । এনে ক্ষেত্ৰত আগন্তুক দিনৰ পৰিস্থিতি চম্ভালাটো চৰকাৰ , ৰাইজ সকলোৰে বাবে বিৰাট প্ৰত্যাহ্বান হৈ দেখা দিব। আজি বিশ্বৰ মন্দিৰ-মছজিদ-গীৰ্জাত তলা লাগিছে। আজি কেৱল বিশ্ববাসীয়ে নহয়, চিনাকি ভগৱানেও গৃহবন্দী হ’বলৈ বাধ্য হৈছে। এনে পৰিপ্ৰেক্ষিততে নিৰাশাৰ মাজতো আশাৰ সপোনে আমাক ব্যতিব্যস্ত কৰি তুলিছে। সেয়ে আজিৰ সংকট কালত আমাকো জীৱনৰ অৰ্থ বিচাৰিবলৈ নতুনকৈ প্ৰেৰণা যোগাইছে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS COVID-19Covid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

September 27, 2026
ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন
Assam

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

September 27, 2026
কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা
Assam

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

September 27, 2026
কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী
Assam

কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

September 27, 2026
৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী
Assam

৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী

September 27, 2026
গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d