Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বিভিন্ন ৰাজ্যত আৱদ্ধক ওভতাই আনিবলৈ বাছ প্ৰেৰণৰ সিদ্ধান্ত দিছপুৰৰ

publisher by publisher
May 2, 2020
in COVID-19, News
Reading Time: 1 min read
0
বিভিন্ন ৰাজ্যত আৱদ্ধক ওভতাই আনিবলৈ বাছ প্ৰেৰণৰ সিদ্ধান্ত দিছপুৰৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

তলাবন্ধৰ কাৰণে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলক পৰ্যায়ক্ৰমে অসমলৈ ওভতাই অনা হ’ব ৷অৱশ্যে এই ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত থকা লোকসকলে। এই মন্তব্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷এক সংবাদমেলত অংশ গ্ৰহণ কৰি মন্ত্ৰী ড° শৰ্মাই কয় যে দেশৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ আছে অসমৰ লোক ৷ এই সকল লোকক ওভতাই অনাই স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ কাৰণে বিৰাট প্ৰত্যাহ্বান । ইয়াৰ কাৰণে অসমৰ বিভিন্ন স্থানত থকা কোৱাৰেন্টাইন কেন্দ্ৰ আৰু বাছৰ সুসামঞ্জস্য ৰাখিহে এইলোকসকলক অসমলৈ অনা হ’ব। কলকাতা,দিল্লী,বিহাৰ,ঝাৰখণ্ড আদিত আৱদ্ধ হৈ থকা সকলৰ কাৰণে পৰিবহণ নিগমৰ বাছসমূহ পৰ্যায়ক্ৰমে পঠোৱা হ’ব ৷কিন্তু দাক্ষিণাত্যত আৱদ্ধ হৈ থকা লোকসকলক বাছৰে ওভতাই অনাটো সহজ কথা নহয় । ইয়াৰ বাবে ৰেলৰ প্ৰয়োজন হ’ব ৷

ADVERTISEMENT

লগতে প্ৰয়োজনত সংশ্লিষ্ট ৰাজ্যসমূহৰ পৰা বাছো ভাড়াত লোৱা হ’ব । সকলোকে একেলগে ওভতাই অনাটো সহজ নহয় । আনহাতে কৰ্কট ৰোগীসকলৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় যে কৰ্কট ৰোগীসকলক অসমলৈ অনাৰ ক্ষেত্ৰত বিমান সেৱাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ স’তে যোগাযোগ অব্যাহত ৰাখিছে চৰকাৰে ৷কেন্দ্ৰৰ পৰা সেউজ সংকেত লাভ কৰিলেই সংশ্লিষ্ট লোকসকলক অনা হ’ব ৷ ইপিনে বহিঃৰাজ্যৰ লোকসকলক অসমলৈ অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালত এক বৈঠক অনুষ্ঠিত কৰে ৷ মুখ্যমন্ত্ৰীৰ এক সূত্ৰই জনোৱা মতে কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ৰ নিৰ্দেশনা মৰ্মে ইতিমধ্যে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলক পৰ্যায়ক্ৰমে অসমলৈ ওভতাই অনাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক ন’ভেল বিষয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙক বিকল্প ন’ভেল বিষয়া হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। বহিঃৰাজ্যত আৱদ্ধ হৈ থকা প্ৰসংগত এই বৈঠকত আলোচনা কৰা হৈছে ৷ এই বৈঠকত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,ভাস্কৰজ্যোতি মহন্ত,পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আদিৰ লগতে বহুকেইজন নেতা,মন্ত্ৰী উপস্থিত আছিল ৷ লগতে এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰাৰ প্ৰসংগকো আদৰণি জনোৱা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d