Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

 চলিত বৰ্ষৰ ডিচেম্বৰলৈকে কৰ’না ভাইৰাছ ঔষধ পোৱা যাবঃ ড’নাল্ড ট্ৰাম্প

publisher by publisher
May 4, 2020
in COVID-19, News, world
Reading Time: 1 min read
0
 চলিত বৰ্ষৰ ডিচেম্বৰলৈকে কৰ’না ভাইৰাছ ঔষধ পোৱা যাবঃ ড’নাল্ড ট্ৰাম্প
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

সমগ্ৰ বিশ্বৰ লগতে আমেৰিকাত সম্প্ৰতি কৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। এই সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মন্তব্য কৰিছে যে চলিত বৰ্ষৰ ডিচেম্বৰৰলৈকে কৰ’না ভাইৰাছৰ ঔষধ উদ্ভাৱন হ’ব। এক সাক্ষাৎকাৰত দেওবাৰে ট্ৰাম্পে কয়” কৰ’না ভাইৰাছৰ ভেকচিন চলিত বৰ্ষৰ শেষৰফালে উদ্ভাৱন হ’ব।এই সন্দৰ্ভত আমি চেষ্টা অব্যাহত ৰাখিছো ৷আমি ঔষধসমূহক বিতৰণ কৰিবলৈও বিশেষ ব্যৱস্থা কৰিছো।

ADVERTISEMENT

লগতে কৰ’না ভাইৰাছৰ সন্দৰ্ভত ট্ৰাম্পে কয় “আমেৰিকাত এই অতিমাৰীত মৃত্যু হোৱা লোকৰ সংখ্যা অনাগত দিনত বৃদ্ধি হ’ব পাৰে ৷ কিন্তু আমি অনাগত দিনত যাতে কৰ’না ভাইৰাছত মৃত্যু হোৱা লোকক হেৰুৱাব লগা নহয় তাৰ কাৰণে চেষ্টা কৰিম। ইপিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে বিগত সপ্তাহত কৰ’না ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ৬০ হেজাৰ বুলি সদৰী কৰিছিল ৷

কিন্তু সাম্প্ৰতিক সময়লৈকে আমেৰিকাত কৰ’না ভাইৰাছত ৬৮ হেজাৰৰ অধিক লোকৰ মৃত্যু হৈছে। আনহাতে কৰ’না ভাইৰাছৰ ঔষধ উদ্ভাৱন প্ৰসংগত ট্ৰাম্পৰ আৰু বিশেষজ্ঞসকলৰ মন্তব্যৰ মাজত বৈসাদৃশ্য দেখিবলৈ পোৱা গৈছে। বিশেষজ্ঞসকলৰ মত অনুসৰি কৰ’না ভাইৰাছৰ ঔষধ অনাগত বৰ্ষৰ জানুৱাৰীলৈকে পোৱা যাব ৷

বিশেষজ্ঞসকলৰ মতে কৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰিবলৈ প্ৰায় ১৮ মাহ লাগিব ৷ কাৰণ সাধাৰণ এটা ঔষধ প্ৰস্তুত কৰোতে আৰু ইয়াৰ পিছত সেই ঔষধটোক বজাৰত বিক্ৰী হোৱালৈকে প্ৰায় এবছৰ সময়ৰ প্ৰয়োজন। উল্লেখযোগ্য যে জনছন এণ্ড জনছন কম্পেনীয়ে আমেৰিকাৰ হেল্থ এণ্ড হিউমেন চৰ্ভিছৰ লগত যুটীয়াভাৱে ভেকচিন প্ৰস্তুত কৰিবলৈ চুক্তিবদ্ধ হৈছে ৷বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সমগ্ৰ বিশ্বৰ বহু কেইখন দেশে কৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

ইপিনে ট্ৰাম্পৰ সুৰতে সুৰ মিলাই আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক প’ম্পিয়’ই কৈছিল যে কৰ’না ভাইৰাছ চীনৰ য়ুহানত প্ৰস্তুত কৰা হৈছিল ৷ ইয়াৰ প্ৰমাণ আছে। অৱশ্যে ইতিমধ্যে আমেৰিকাৰ এটা বিশেষ সংস্থাই কৰ’না ভাইৰাচ যে মানৱ সৃষ্ট নহয় সেয়া সদৰী কৰিছে। কিন্তু কৰ’না ভাইৰাছৰ সংহাৰী ৰূপক প্ৰতিৰোধ কৰিবলৈ অনাগত দিনত ঔষধ উদ্ভাৱন নহ’লে, এই ভাইৰাছ যে অতি ভয়ানক হৈ উঠিব সেয়া নুই কৰিব নোৱাৰি ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Corona VirusCovid-19DONALD TRUMPINDIA CORONA VIRUSworld corona virus
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d