Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

নলবাৰীৰ জাপি, বাঁহ-বেত শিল্পীৰ গভীৰ আৰ্থিক সংকট

publisher by publisher
May 4, 2020
in COVID-19, News
Reading Time: 1 min read
0
নলবাৰীৰ জাপি, বাঁহ-বেত শিল্পীৰ গভীৰ আৰ্থিক সংকট
5
SHARES
53
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

কৰ’না ভাইৰাছৰ বাবে চৰম আৰ্থিক সংকটত ভোগা নলবাৰীৰ স্বাভিমান জাপি আৰু বাঁহ-বেত শিল্পী সকলৰ বাবে নলবাৰী জিলা ছাত্ৰ সন্থাই বিশেষ পেকেজ ঘোষণা কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। আজি শিল্পীসকলৰ স্বাৰ্থত জিলা ছাত্ৰ সন্থাই উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকা স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰে যে সম্প্ৰতি কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে অব্যাহত থকা তলাবন্ধৰ ফলত অন্যান্য বহু লোকৰ দৰে নলবাৰী জিলাত বিভিন্ন ঠাইৰ জাপি আৰু বাঁহ-বেতৰ শিল্পৰ লগত জড়িত ব্যক্তিসকলৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় হৈ পৰিছে। বজাৰৰ অভাৱত বহু শিল্পীয়ে উৎপাদিত জাপিকে ধৰি আন বাঁহ-বেতৰ সামগ্ৰী সমূহ নষ্ট হোৱাৰ উপক্ৰম হৈছে। তেনে অৱস্থাত নলবাৰীৰ স্বাভিমান জাপি শিল্পৰ লগত জড়িত আৰু বাঁহ-বেতৰ শিল্পী সকলৰ পৰিয়াল সমূহে ভাতমুঠিৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি এই শিল্পী সকলৰ বাবে অতি সোনকালেই যে বজাৰৰ সৃষ্টি হ’ব সেয়াও অনিশ্চিত হৈ পৰিছে বুলি স্মাৰক পত্ৰত উল্লেখ কৰে। সেয়ে উক্ত শিল্পী সকলক তাৎক্ষণিকভাৱে সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ পেকেজ ঘোষণা কৰিবলৈ স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনায়।

ADVERTISEMENT

আনহাতে কৰ’নাৰ ত্ৰাসৰ সময়ত সমগ্ৰ দেশজুৰি অব্যাহত থকা তলাবন্ধৰ সুযোগ লৈ নলবাৰী জিলাৰ একাংশ মুনাফালোভী প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে নিৰ্দ্ধাৰিত দামতকৈ চ’ৰা দামত সামগ্ৰী বিক্ৰী কৰি সাধাৰণ ৰাইজক মাধমাৰ শোধোৱা বুলি অভিযোগ কৰিছে।  চৰকাৰী নীতি নিয়ম মতে সামগ্ৰী আৰু সেৱা কৰৰ (GST) বিল খুচুৰা ব্যৱসায়ী সকলক প্ৰদান কৰিব লাগে যদিও একাংশ ব্যৱসায়ীয়ে উকা কাগজত কেচমেমো দি লক্ষ লক্ষ টকাৰ ৰাজহ ফাকি দিয়া বুলিও অভিযোগ কৰি নলবাৰী জিলা ছাত্ৰ সন্থাই উপায়ুক্তক এখন পৃথক স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰৰ জৰিয়তে কয় যে ইতিমধ্যে এই ক্ষেত্ৰত নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। উক্ত ঘটনা সন্দৰ্ভত নিৰপেক্ষ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। উল্লেখ্য যে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিবাহক ভৱজিৎ বেজবৰুৱাৰ নেতৃত্বত এটি সজাতি দলে পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM FIGHTS COVID-19Covid-19Lockdown
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d