Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ইটালীত যুৱ সমাজৰ নতুন শ্ল’গান, গাঁৱলৈ যাওঁ ব’লক

publisher by publisher
May 13, 2020
in COVID-19, News
Reading Time: 1 min read
0
ইটালীত যুৱ সমাজৰ নতুন শ্ল’গান, গাঁৱলৈ যাওঁ ব’লক

This image is a different composition than the earlier production of a similar image titled "Golden Hour at Manarola". The frame is almost the same but the photo was taken later in the day and post processed to create a somewhat somber mood to characterize the retreat from the sea. Posterization was added to create a painterly look consistent with other Cinque Terre images intended to compose a related collection of fine art prints. Processed by Sam Dobrow 11-26-2011

8
SHARES
80
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত ইটালীৰ ৰন্ধনশৈলী : বিশ্বত প্ৰথমবাৰলৈ এই বিৰল স্বীকৃতি

তীব্ৰ গৰমত ইউৰোপত মৃত্যু আঠ জন!

কৰ’না ভাইৰাছে ব্যাপক পৰিৱৰ্তন সাধন কৰিছে ইটালীত। বিশ্বৰ অন্যতম ধুনীয়া দেশখন সম্প্ৰতি কৰ’না অতিমাৰীৰ কবলত পৰি শ্মসানসদৃশ হৈ পৰিছে । পৰ্যটনকে উপার্জনৰ মুখ্য কৰি লোৱা দেশখনে এতিয়া কৰ’নাৰ মাধমাৰৰ বাবে শোচনীয় আৰ্থিক সংকটৰ সন্মূখীন হৈছে । কৰ’নাৰ আতংক আৰু এনেবোৰ পৰিস্থিতিত এতিয়া ইটালীবাসীৰ চিন্তা ধাৰণাতো অনেক পৰিৱৰ্তন হৈছে । অতিমাৰীৰ কবলৰ পৰা সামান্য ৰূপে সকাহ পোৱাৰ উপক্ৰম ঘটিছে যদিও বিগত দুটা মাহৰ ভয়াবহ অভিজ্ঞতাৰ ভিত্তিত দেশখনৰ নাগৰিকৰ মাজত এটা নতুন শ্ল’গানহে উদয় হৈছে । সেই শ্ল’গান হৈছে গাঁৱলৈ যোৱাৰ আহ্বান ।

ADVERTISEMENT

কৰ’নাৰ মাধমাৰত কোঙা হৈ পৰা ইটালীৰ জন জীৱনে এতিয়া চহৰীয়া ঢং ত্যাগ কৰি গাওঁমুখী হৈছে। বিভিন্ন চহৰৰ অধিকাংশ লোকেই ইতিমধ্যে গাঁও অঞ্চলত বসবাসৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । ইয়াৰ দ্বাৰা ভৱিষ্যতে যিকোনো মহামাৰী বা সংক্ৰমণৰ পৰা ৰক্ষা পোৱাত সহায় পোৱা যাব বুলি এইসকল লোকে ধাৰণা কৰিছে । লক্ষণীয় ভাৱে গাঁৱলৈ যাব বিচৰাসকলৰ অধিকাংশই হৈছে ইটালীৰ যুৱ প্ৰজন্মৰ। যুৱ সমাজৰ এটা বৃহৎ সংখ্যকে মন্তব্য কৰিছে যে তেওঁলোকে চহৰীয়া জীৱনৰ মাত্ৰাধিক ব্যস্ততা, হিংসা-আতংকবাদ, নিচাৰ দৰে বস্তুৰ লগতে আৰ্থিক সংকটৰ পৰা ৰেহাই বিচাৰিছে। ইয়াৰ উপৰি এতিয়া গাওঁ সমূহতো চহৰৰ দৰেই বিভিন্ন সা-সুবিধা উপলব্ধ আৰু ইণ্টাৰনেটৰ বাবে অফিচৰ বহুতো কাম সহজ হৈ পৰিছে। আনহাতে তেওঁলোকৰ ওপৰত থকা চহৰত পঢ়াৰ আৰ্থিক চাপো হ্ৰাস পাব ।

ইপিনে, স্বয়ং ইটালী চৰকাৰেও এই বিষয়টোত গুৰুত্ব দিছে আৰু কিছু আর্থিক সকাহ লাভৰো চিন্তা কৰিছে। এই সন্দৰ্ভত ইটালীৰ চহৰ মিলানত বহু পৰিৱেশ বান্ধৱ অট্টালিকা নিৰ্মাণৰ বাবে প্রখ্যাত ভাস্কৰ্যবিদ ষ্টিফান’ ব’ইৰীয়ে কয়, ‘এয়া সাহসী তথা বাস্তৱ সিদ্ধান্ত লোৱাৰ সময়। এতিয়া চহৰ সমূহক সংক্ৰমণ বোমাত পৰিণত হোৱাৰ পৰা ৰক্ষা কৰাটো জৰুৰী হৈ পৰিছে।’ ভাস্কৰ্যবিদ ব’ইৰীৰ মতে , ইটালীত কমেও পাঁচ হেজাৰ আঠশ এনে গাঁও আছে, যিসমূহৰ মুঠ বাসিন্দাৰ সংখ্যা প্ৰায় পাঁচ হেজাৰৰো কম। ইয়াৰ উপৰি প্ৰায় ২৩শ এনে গাওঁ আছে যিসমূহ গাঁওক সম্পূৰ্ণৰূপে ত্যাগ কৰা হৈছে। অৰ্থাৎ সেই গাওঁসমূহত কোনো লোকে এতিয়া বাস নকৰে। এইসমূহ গাঁৱত চৰকাৰে বসতি স্থাপন কৰিব পাৰে বুলি ব’ৰীয়ে কয়। এই গাঁওসমূহত ‘ৱৰ্ক ফ্ৰম হোম’, ইণ্টাৰনেটৰ সুবিধা, কৰ ৰেহাই, পৰিবহণ ব্যৱস্থাৰ উন্নত হ’লে চহৰৰ ওপৰত থকা বোজাও  বহুলাংশে হ্ৰাস পাব বুলিও ভাস্কৰ্যবিদজনে কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSCovid-19FIGHT AGAINST COVID-19Italy
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d