Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা

    গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

    Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

    Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

    Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

    Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গ্ৰীষ্ম বন্ধ খোলাৰ পিছত পাঠদান আৰম্ভ কৰাৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব কেন্দ্ৰইঃ হিমন্ত বিশ্ব শৰ্মা

publisher by publisher
May 23, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
বহিঃৰাজ্যৰ পৰা আহিবলগীয়া লোকক লৈ গভীৰ উদ্বেগৰ সৃষ্টি
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

  • অসম সমগ্ৰ অভিযানে মুকলি কৰা শৈক্ষিক টেলিভিছন চেনেলে জ্ঞানবৃক্ষ উদ্বোধনী অনুষ্ঠানৰ পিছত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷
  • ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমতি দিছে ৷কিন্তু পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে এতিয়াও অনুমতি দিয়া নাই।
  • তৎস্বত্বেও চলিত গ্ৰীষ্ম বন্ধ খোলাৰ পাছত দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে ৷
  • অহা ৩১ মে’ত অন্ত পৰিব গ্ৰীষ্ম বন্ধৰ ম্যাদ।
  • গ্ৰীষ্ম বন্ধ খোলাৰ পিছত সামাজিক দূৰত্ব বৰ্তাই ৰাখি কেৱল দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে অনুমতি বিচাৰি যোগাযোগ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ লগত ৷
  • অৱশ্যে এতিয়ালৈকে এই ক্ষেত্ৰত অনুমতি দিয়া নাই কেন্দ্ৰীয় চৰকাৰে ৷
  • পাঠদান কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল’ব ৷
  • প্ৰয়োজনত সপ্তাহত তিনিদিনকৈ শাখা অনুসৰি পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷
  • এই ক্ষেত্ৰত প্ৰয়োজনত অনুমতি পালেই বিভিন্ন স্থানত থকা কোৱাৰেন্টাইন কেন্দ্ৰ হিছাপে ব্যৱহৃত হৈ থকা শিক্ষানুষ্ঠানৰ বাবে ছাত্ৰছাত্ৰীৰ বাবে অন্য ব্যৱস্থা কৰা হ’ব।
  • ৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত সকলো সিদ্ধান্ত ৰাজ্য চৰকাৰে কৰিব নোৱাৰে ৷
  • বিশ্ব বিদ্যা এপ,দীক্ষা এপ তথা ই টিউবৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক কাৰ্যসূচী আগুৱাই নিয়াৰ পাছত প্ৰাগ নিউজৰ সহযোগত অসম সমগ্ৰ অভিযানে মুকলি কৰিছে জ্ঞানবৃক্ষ”শীৰ্ষক শৈক্ষিক টেলিভিছন চেনেল ।
  • কেবল”ৰ ১২ নম্বৰত উপলব্ধ হ’ব এই চেনেল ৷
  • ইয়াত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অভিজ্ঞ সম্পন্ন শিক্ষকৰ দ্বাৰা পাঠদান ৷
  • জ্ঞানবৃক্ষ শীৰ্ষক চেনেলৰ জৰিয়তে ঘৰত বহিয়েই ছাত্ৰ ছাত্ৰীসকলে পাঠগ্ৰহণৰ সুবিধা পাব ৷
  • সংশ্লিষ্ট ছাত্ৰছাত্ৰীৰ সুবিধা হোৱাকৈ প্ৰতিদিনে আগতীয়াকৈ শৈক্ষিক সূচী ঘোষণা কৰা হ’ব ৷
  • পৰৱৰ্তী সময়ত ইংৰাজী,বাংলা,বড়োকে আদি কৰি অন্যান্য পাঠদানৰ সূচীও আগবঢ়াই নিয়া হ’ব।
  • ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৰ্ষ সিদ্ধান্তৰ সম্পৰ্কত সকলো অভিভাৱকৰ পৰা মতামত বিচাৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ইচ্ছুক ব্যক্তিয়ে ছেবাৰ নিৰ্দিষ্ট ৱেবছাইটত এই সম্পৰ্কত মতামত দিব পাৰে।
  • আনহাতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানতে জীৱিকা সংক্ৰান্তীয় পৰামৰ্শ প’টেলো মুকলি কৰে ৷
  • এই পৰ্টেলৰ জৰিয়তে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীসকলে ভৱিষ্যতে কি পাঠ্যক্ৰম অধ্যয়ন কৰিব সেই সম্পৰ্কত জানিব পাৰিব ৷
  • অহা ২৭ এপ্ৰিলৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত কেউটা শাখাৰ ছাত্ৰ ছাত্ৰীয়ে নিজ নিজ শিক্ষানুষ্ঠানৰ পৰা বিনামূলীয়া পাঠ্যপুথি সংগ্ৰহ কৰিব পাৰিব ।
  • আজিৰ এই সংবাদমেলত জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা,সমগ্ৰ অভিযানৰ পৰিচালন সঞ্চালক কল্যাণ চক্ৰৱৰ্তী,প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণকে ধৰি কে’বাজনো আমোলা বিষয়া উপস্থিত থাকে ।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19Himanta Biswa SarmaLockdown
publisher

publisher

Related Posts

Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা
Assam

October 27, 2026
গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন
Assam

গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

October 26, 2026
Assam

Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

October 26, 2026
Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী
Assam

Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

October 26, 2026
Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ
Crime

Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

October 26, 2026
Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত
National

Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

October 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d