Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নগাঁৱত ভুৱা কৃষকৰ নামতে কোটি কোটি টকা আত্মসাৎ

publisher by publisher
May 25, 2020
in Assam, News
Reading Time: 1 min read
0
এজন হিতাধিকাৰীয়ে পাঁচবাৰকৈ লাভ কৰিছে ধনঃ এজাহাৰ দাখিল
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

নগাঁও জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত সৰ্বাধিক অনিয়ম সংঘটিত হৈছিল ৰূপহীহাট, ধিং আৰু বটদ্ৰৱা সমষ্টিত ৷ সমষ্টি কেইটাত হেজাৰ হেজাৰ ভুৱা অস্তিত্বহীন কৃষকৰ নাম পঞ্জীয়ন কৰি তেওঁলোকৰ নামতেই কোটি কোটি টকা আত্মসাৎ কৰা হৈছিল । এই দুৰ্নীতিত জিলাখনৰ কৃষি বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া, একাংশ মধ্যভোগী দালাল আৰু বিভিন্ন বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ বাণিজ্যিক প্ৰতিনিধিও জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । তথ্য অনুসৰি নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ উত্তৰ খাটোৱালত ৩৬৬৮ জন,দক্ষিণ খাটোৱাল ২৪৫৪ জন, হাতী পুখুৰীত ২৪৬৮, গদাইমাৰী পথাৰত ২৩০৪, ফাকলিত ১৬২৭ জন,কোচ গাঁৱত ১১১০ জন, মাহগুৰিত ১৫২৮, ছাইদৰীয়াত ১০৮৮, বৰপেটাত ৯৯১, বৰঘাটত ১০৪৭, গেৰেকীত ১৩১২, পূব ছতিয়ানত ৯৫৪ জন লোকৰ নাম প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বাবে পঞ্জীভুক্ত কৰা হৈছিল ৷

ADVERTISEMENT

ইপিনে ধিং সমষ্টিৰ লহকৰঘাট গাঁৱৰ ২৮৪০ জন, কান্ধুলিমাৰীৰ ১১৩৬,আলিটাঙনিৰ ১৬১১, বলিকটীয়াৰ ৯২৯, দগাঁৱৰ ৯২৭, বেছামাৰীৰ ১৩৪৩ আৰু খৈমাৰীৰ ৯৪৮ জন লোকৰ নাম বটদ্ৰৱা সমষ্টিৰ ৰামপুৰ সত্ৰৰ ১৪৩৩ জন, ৰামপুৰ পামৰ ১০৫০, বৰভেটিৰ ১৩২৩ আৰু আমলখিৰ ১২৫০ জন লোকৰ নাম পি এম কে ৱাই আঁচনিৰ কৃষক হিতাধিকাৰী হিছাপে পঞ্জীয়ন কৰা হৈছিল ৷ স্মৰ্তব্য যে জিলাখনৰ ভিতৰতে সৰ্বাধিক সংখ্যক লোকৰ নাম কৃষক হিচাপে পঞ্জীয়ন কৰা হৈছিল ৰূপহীহাট সমষ্টিৰ উত্তৰ খাটোৱালত আৰু দ্বিতীয় সৰ্বাধিক সংখ্যক ২৮৪০ জন লোকৰ নাম কৃষক হিচাপে পঞ্জীয়ন হৈছে ধিং সমষ্টিৰ লহকৰ ঘাটত ৷ কিন্তু ৰূপহীহাট সমষ্টিৰ উত্তৰ খাটোৱাল আৰু ধিং সমষ্টিৰ লহকৰ ঘাটত পি এম কে ৱাইৰ হিতাধিকাৰী হিচাপে নাম পঞ্জীয়ন কৰা প্ৰায় নব্বৈ শতাংশ কৃষকেই ভুৱা বুলি সংশ্লিষ্ট অঞ্চলৰ ৰাইজে অভিযোগ কৰিছে ।

দৈনিক অগ্ৰদূত”হাতত পোৱা তথ্য অনুসৰি এ কাদিৰ নামৰ লোক এজনৰ নাম ছবাৰ, আফিয়া খাতুনৰ নাম ছবাৰ,আইজুল হকৰ নাম সাত বাৰ, আনোৱাৰ খাতুনৰ নাম ১১ বাৰ, হাচনাৰা খাতুনৰ নাম পাঁচ বাৰ,আজিবুৰ ৰহমানৰ নাম পাঁচ বাৰ, হানুফা খাতুনৰ নাম পাঁচ বাৰ তালিকাত পঞ্জীভুক্ত কৰা হৈছে ৷ ঠিক সেইদৰে আৰফান আলীৰ নাম চাৰিবাৰ, এ কৰিমৰ নাম তিনিবাৰ, এ খালেকৰ নাম তিনিবাৰ, এ মালেকৰ নাম দুবাৰ, এ মতিনৰ নাম দুবাৰ, এ ৰহমানৰ নাম তিনিবাৰ, এ ৰেজাকৰ নাম, এ বি ছিদ্দিকৰ নাম দুবাৰ, এ মজিদৰ নাম দুবাৰ, আফিয়া বেগমৰ নাম দুবাৰ, আনোৱাৰ বেগমৰ নাম দুবাৰ, আনোৱাৰ হুছেইনৰ নাম তিনি বাৰ, আৰজিনা বেগমৰ নাম দুবাৰ, আহমদ আলীৰ নাম দুবাৰ, আনোৱাৰ বেগমৰ নাম দুবাৰ, আনোৱাৰ হুছেইনৰ নাম তিনি বাৰ, আৰজিনা বেগমৰ নাম দুবাৰ, হাচেন বাণুৰ নাম দুবাৰ, হাচেন আলীৰ নাম দুবাৰ, হাৱা বিবিৰ নাম তিনিবাৰ, হাবিবুৰৰ নাম দুবাৰ অন্তৰ্ভুক্ত কৰা হৈছে  ৷ ইপিনে লকহক গাঁও পঞ্চায়তখন অনুসুচীত জাতি লোকৰ যদিও পি এম কে ৱাইৰ হিতাধিকাৰীৰ তালিকাত অনুসূচিত জাতিৰ দহজনো কৃষকৰ নাম অন্তভুৰ্ক্ত হোৱা নাই ৷ সঠিক তদন্ত আৰু পঞ্জীভুক্ত কৃষকৰ নাম পুনৰ পৰীক্ষণ কৰিলে সমষ্টি কেইটাত হেজাৰ হেজাৰ ভুৱা কৃষক ওলাব বুলিও কৃষকসকলে দাবী কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamNagaonPradhan Mantri Kisan Samman Nidhi
publisher

publisher

Related Posts

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে
India

এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

September 21, 2026
ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d