Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সপ্তম , নৱম আৰু দশম স্থান দখলৰে নগাঁৱলৈ সুনাম কঢ়িয়াই আনিলে চাৰি কৃতীমানে

samimsultana by samimsultana
June 6, 2020
in Assam, Education, News
Reading Time: 1 min read
0
সপ্তম , নৱম আৰু দশম স্থান দখলৰে নগাঁৱলৈ সুনাম কঢ়িয়াই আনিলে চাৰি কৃতীমানে
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰো সফলতাৰ ধ্বজা উৰিল অবিভক্ত নগাঁও জিলাত। শৈক্ষিক ক্ষেত্ৰ খনত নগাঁৱৰ সফলতাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি এইবাৰো অবিভক্ত নগাঁও জিলালৈ সুনাম কঢ়িয়াই আনিলে চাৰি কৃতীমান ক্ৰমে ঝলক জালান,শিল্পীশিখা ডেকা, ঋত্বিক কুমাৰ সূত আৰু অংকিতা দেই।আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি, নগাঁও চহৰৰ চেন্ট এন্টনিজ ইংলিছ স্কুলৰ ছাত্ৰী ঝলক জালানে সপ্তম স্থান,পলাশতল কাছমাৰী হাইস্কুলৰ ছাত্ৰী শিল্পীশিখা ডেকাই নৱম স্থান,ৰহাৰ প্ৰাঞ্জল মেমোৰিয়েল একাডেমীৰ ছাত্ৰ ঋত্বিক কুমাৰ সূতে দশম স্থান আৰু গুড সামাৰিটান ইংলিছ হাইস্কুলৰ ছাত্ৰী অংকিতা দেই দশম স্থান দখলৰে অবিভক্ত নগাঁও জিলালৈ বিৰল সন্মান কঢ়িয়াই আনিছে।তেওঁলোকৰ সফলতাই আজি অবিভক্ত জিলাখনৰ কলং-যমুনা উপত্যকাত আনন্দৰ জোৱাৰ তুলিছে।স্মৰ্তব্য যে, এই কৃতীমান সকলে অধ্যয়ন কৰা বিদ্যালয় কেইখনৰ ভিতৰৰ চেন্ট এন্টনিজ ইংলিছ স্কুল, ঋত্বিক কুমাৰ সূতে অধ্যয়ন কৰা ৰহাৰ প্ৰাঞ্জল মেমোৰিয়েল একাডেমী আৰু গুড সমৃতান ইংলিছ হাইস্কুল ব্যক্তিগত খণ্ডৰ বিদ্যালয়। অৱশ্যে নৱম স্থান লাভ কৰোতা শিল্পী শিখা ডেকাই অধ্যয়ণ কৰা পলাশতল কাছমাৰী হাইস্কুল চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়।

ADVERTISEMENT

আব্দুল কালামৰ কিতাপ পঢ়ি ভাল পায় সপ্তম স্থান প্ৰাপ্ত ঝলক জালানে

এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে সপ্তম স্থান লাভ কৰি নগাঁও জিলালৈ সুনাম কঢ়িয়াই অনা চহৰ খনৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় চেন্ট এন্টনিজ ইংলিছ স্কুলৰ ছাত্ৰী ঝলক জালান নগাঁও চহৰৰ ধিং গেটৰ বাসিন্দা তথা বস্ত্ৰ ব্যৱসায়ী পৱন জালান আৰু হেমলতা জালানৰ কণ্যা। তেওঁ হিন্দীত ৯৬,ইংৰাজীত ৯৮,সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ৯৭,সমাজ বিজ্ঞানত ৯৬আৰু উচ্চ গণিতত ১০০নম্বৰ সহ মুঠ ৫৮৭নম্বৰ লাভ কৰিছে।নিজৰ ফলাফলকলৈ সুখী ছাত্ৰী গৰাকীয়ে কয়যে, তেওঁ দৈনিক ছয়-সাত ঘন্টাকৈ নিয়মীয়াকৈ অধ্যয়ণ কৰিছিল যদিও পৰীক্ষাৰ পূৰ্বে দৈনিক ১০-১২ঘন্টাকৈ পঢ়িছিল। অৱশ্যে উচ্চ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ত তেওঁৰ টিউচন আছিল।গান শুণি ভাল পোৱা ছাত্ৰী গৰাকীৰ প্ৰিয় লেখক আব্দুল কালাম। তেওঁ কালামৰ কিতাপ পঢ়ি ভাল পোৱাৰ কথাও সদৰী কৰে।সদ্যহতে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম ভৰ্তি কৰাবলৈ সিদ্ধান্ত লোৱা ছাত্ৰী গৰাকীয়ে ক’ত নামভৰ্তি কৰিব সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত লোৱা নাই। ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰখাৰ কথা তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে।

ভৱিষ্যতে চিকিৎসক হোৱাৰ মন শিল্পীশিখা ডেকাৰ

নৱম স্থান দখল কৰি নগাঁও জিলা বাসীক গৰ্বিত কৰি চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় নগাঁও জিলাৰ পলাশতল কাছমাৰী হাইস্কুল ছাত্ৰী শিল্পীশিখা ডেকা পলাশতল কাছমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ভূৱন চন্দ্ৰ ডেকা আৰু বিদ্যামন্দিৰ জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী ডুলুমণি বৰা ডেকাৰ কণ্যা। তেওঁ অসমীয়াত ৯৮,ইংৰাজীত ৯৫,সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ৯২,সমাজ বিজ্ঞানত ১০০আৰু উচ্চ গণিতত ১০০নম্বৰ সহ মুঠ ৫৮৫নম্বৰ লাভ কৰিছে।নিজৰ ফলাফলত উৎফুল্লিত ছাত্ৰী গৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ স্থান লাভ কৰিব বুলি নিশ্চিত আছিল। তেওঁৰ কোনো টিউচন নাছিল যদিও উচ্চ গণিত বিষয়ত কিছুদিন টিউচন লৈছিল। তেওঁ অতি নিয়মিত ভাৱে অধ্যয়ণ কৰিছিল। পৰীক্ষাৰ আগত তেওঁ দৈনিক ৯ -১০ ঘন্টাকৈ অধ্যয়ণ কৰিছিল।অৱশ্যে কিবা নুবুজিলে তেওঁ বিদ্যালয়ৰ শিক্ষকৰ কাষ চাপিছিল বুলি কয়। বৰগীত গাই ভাল পোৱা শিল্পীশিখাৰ কিতাপ পঢ়া, খেলাধূলাৰ প্ৰতিও বিশেষ ৰাপ থকাৰ কথাও সদৰী কৰে।সদ্যহতে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম ভৰ্তি কৰি অধ্যয়ণ কৰিবলৈ সাজু হোৱা ছাত্ৰী গৰাকীৰ ভৱিষ্যতৰ সপোন এগৰাকী চিকিৎসক হোৱা। তেওঁ কয়,”নিজৰ মনত একাগ্ৰতা,ধৈৰ্য, বিশ্বাস থাকিলে এজন বিদ্যাৰ্থীয়ে সফলতা লাভ কৰিবই। চৰকাৰী বিদ্যালয়েই হওঁক বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়েই হওঁক পঢ়াতো কেৱল নিজৰ ওপৰতে নিৰ্ভৰ কৰে। ছাত্ৰ ছাত্ৰী সকলে নিজৰ কৰ্তব্য আৰু দায়িত্ব নিষ্ঠাৰে পালন কৰি গ’লে সফলতা লাভ কৰিব পাৰিব।”

এগৰাকী সু নাগৰিক হোৱাৰ মন দশম স্থান লাভ কৰা ঋত্বিকৰ

দশম স্থান লাভ কৰি নগাঁও জিলালৈ সুনাম কঢ়িয়াই অনা ঋত্বিক কুমাৰ সূত নগাঁও জিলাৰ ৰহা গড়মাৰী নিৱাসী তথা বিষয় শিক্ষক দীপক কুমাৰ সূত আৰু ৰহা কলেজৰ সহযোগী অধ্যাপিকা ৰিণু বৰা সূতৰ পুত্ৰ।ঋত্বিকে অসমীয়াত ৯২,ইংৰাজীত ৯৭,সাধাৰণ গণিতত ১০০,সমাজ বিজ্ঞানত ৯৮আৰু উচ্চ গণিতত ১০০নম্বৰ সহ মুঠ ৫৮৪নম্বৰ লাভ কৰিছে। তেওঁ দৈনিক ১১-১২ঘন্টাকৈ অতি নিয়মিত ভাৱে অধ্যয়ণ কৰিছিল। মূকাভিনয়ৰ,কিতাপ পঢ়াৰ প্ৰতি বিশেষ ধাউতি থকা মেধাৱী ছাত্ৰ জনে নগাঁৱৰে শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম ভৰ্তি কৰি অধ্যয়ণ কৰিব। তেওঁৰ ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ সপোন পুহি ৰাখিছে যদিও চিকিৎসক হিচাপেও প্ৰতিষ্ঠা লাভ কৰিব বিচাৰে।

দশম স্থান লাভ কৰা গুড সামাৰিটান ইংলিছ হাইস্কুলৰ ছাত্ৰী অংকিতা দেৰ মন চিকিৎসক হোৱা

লংকাৰ “গুড সামাৰিটান বিদ্যালয়’ৰ ছাত্রী অঙ্কিতা দে পিতৃ নির্মল দে আৰু মাতৃ সুদীপ্তা দে। লংকা চহৰৰ ৫ নম্বৰ ওয়ার্ডৰ সুভাষ নগৰৰ বাসিন্দা অঙ্কিতাৰ পিতৃ নির্মল দে এজন শিক্ষক । অঙ্কিতাই অতি নিয়মিত ভাৱে অধ্যয়ণ কৰিছিল। তেওঁ লিখা মেলাৰ প্ৰতি আগ্ৰহী যদিও ম’বাইলৰ প্ৰতি আগ্ৰহী নাছিল। সময়ে সময়ে তেওঁ মাকক ঘৰুৱা কামতো সহায় কৰিছিল। আজৰি সময়ত নৃত্য কৰি,ছবি আঁকি ভাল পায় ছাত্ৰী গৰাকীয়ে। ভবিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন ছাত্ৰী গৰাকীৰ।চিকিৎসক হৈ তেওঁ মানৱ সেৱা কৰিব বিচাৰে। তেওঁ হিন্দীত ৯২, ইংৰাজীত ৯৮,সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ৯৯,সমাজ বিজ্ঞানত ৯৫আৰু উচ্চ গণিতত ১০০নম্বৰ লাভ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HSLC Result 2020Nagaon
samimsultana

samimsultana

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d