Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

২৫ বছৰে বিনা বেতনে শিক্ষকতা কৰা পিতৃ-মাতৃৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে প্ৰীতিমণিয়ে

publisher by publisher
June 7, 2020
in Assam, Education, News
Reading Time: 1 min read
0
২৫ বছৰে বিনা বেতনে শিক্ষকতা কৰা পিতৃ-মাতৃৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে প্ৰীতিমণিয়ে
2
SHARES
19
VIEWS
ShareShareShareShare

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ওদালগুৰি জিলাৰ এখন অপ্ৰাদেশিকীকৃত বিদ্যালয় পশ্চিম মাঝিকুছি জগন্নাথ হাইস্কুলৰ এগৰাকী ছাত্ৰী প্ৰীতিমণি কাকতিয়ে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে । ১৯৯৫ চন স্থাপিত ভেন্সাৰ স্কুল খনত সুদীৰ্ঘ ২৫ বছৰ কাল বিনা বেতনে শিক্ষকতা কৰি দুখৰ মাজতো আশাৰ ৰেঙণি দেখিবলৈ পাইছে ৷ কাৰণ এইখন বিদ্যালয়ৰে প্ৰধান শিক্ষক বুদ্ধিৰাম কাকতি আৰু ইংৰাজী বিষয়ৰ শিক্ষয়ত্ৰী ৰুক্মনী ভৰাঁলীৰ একমাত্ৰ জীয়ৰী প্ৰীতিমনি কাকতিয়ে উক্ত বিদ্যালয়ৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯২.৩৩% ডিষ্টিংচনলৈ উত্তীৰ্ণ হবলৈ সক্ষম হৈছে । বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী তামোলবাৰী(গৰমপাৰা) গাঁৱৰ নিবাসী প্ৰীতিমণি কাকতিয়ে আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰি গোটেই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে ।

ADVERTISEMENT

কিন্তু দূৰ্ভাগ্যজনক যে প্ৰীতিমনিৰ পিতৃ মাতৃ দুয়োগৰাকী যোৱা ২৫ বছৰ ধৰি বিনা বেতনে পশ্চিম মাঝিকুছি জগন্নাথ হাইস্কুলত শিক্ষা দান কৰি আহিছে।যাৰ বাবে সন্তানক দিব পৰা নাছিল উপযুক্ত সা-সুবিধা। মাতৃ ৰুক্মনী কাকতিয়ে নিজে টিউচন কৰি জীয়ৰী প্ৰীতিমণিৰ প্ৰয়োজনীয় কিতাপ-পত্ৰ আদি যোগান ধৰিছিল। ভৱিষ্যতে এগৰাকী সফল চিকিৎসক হোৱাৰ সপোন দেখা প্ৰীতিমণিৰ পিতৃ মাতৃয়ে এতিয়া থমকি ৰ’ব লগা হৈছে আৰ্থিক দৈন্যতাৰ বাবে।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

উল্লেখ্য যে ২০১৫ত বিদ্যালয়খন প্ৰাদেশিকীকৰণৰ যোগ্য বুলি তালিকাত নাম অন্তৰ্ভুক্তি হোৱাৰ পিছতো কিন্তু অপ্ৰাদেশীকৃত হৈ ৰ’ল । যাৰ ফলত অন্যান্য বিদ্যালয়ৰ লগতে এই বিদ্যালয়ৰো মুঠ ৯ জন শিক্ষক-শিক্ষয়িত্ৰীয়ে অনিশ্চয়তাৰে কটাব লগা হৈছে জীৱন। সম্প্ৰতি প্ৰীতিমণিক উচ্চশিক্ষা প্ৰদানৰ কথা ভাবি থমকি ৰ’ব লগা হৈছে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ দুয়ো পিতৃ-মাতৃয়ে। লগতে বিদ্যালয়খন ৮ জনকৈ শিক্ষক-শিক্ষয়িত্ৰীয়ে এতিয়াও জীৱন -জীৱিকাৰ বাবে সংগ্ৰাম কৰি থাকিব লগীয়া হৈছে । এতিয়া প্ৰশ্ন হৈছে বিত্ত তথা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই ব্যৱস্থা ল’ব নে এই অপ্ৰাদেশীকৃত বিদ্যালয়সমূহৰ ক্ষেত্ৰত ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamHSLC Result 2020Udalguri
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d