Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

    নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

    মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

    হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    ‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমতে নগা আৰক্ষী-উগ্ৰপন্থীয়ে খাপ পিটিছে

publisher by publisher
June 11, 2020
in Assam, News
Reading Time: 1 min read
0
অসমতে নগা আৰক্ষী-উগ্ৰপন্থীয়ে খাপ পিটিছে
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী গেলেকীত অসম চৰকাৰৰ নিৰ্লিপ্ততাৰ গ্ৰহণ কৰি আগ্ৰাসী নগা বাহিনীয়ে শিঙিবিলস্হিত অসম আৰক্ষী বেটেলিয়ান শিবিৰৰ পৰা আধা কিলোমিটাৰ নিলগত অসমৰ বৃহৎ ৰাজহ ভূমি বেদখলৰে গৃহ নিৰ্মাণ কৰাৰ লগতে বাঁহৰ গেট দি অসমৰ ভূমিতে অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। তদুপৰি অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচা ধ্বংস কৰি তাণ্ডৱ চলাই আহিছে। এই বিষয়ে সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ কৰাৰ পাছত যোৱা আঠ জুনত শিৱসাগৰ জিলা তথা নাজিৰা মহকুমা প্ৰশাসনে অসমৰ ভূমিত নগাই নিৰ্মাণ কৰা বাঁহৰ গেট ভাঙি দিয়ে যদিও কেইবাদিনলৈ অসমৰ ভূমিত নগাই নিৰ্মাণ কৰা গৃহসমূহ ভঙাৰ বাবে আগবাঢ়ি যোৱা নাই মহকুমা প্ৰশাসন তথা অসম আৰক্ষী। নগাই নিৰ্মাণ কৰা বাঁহৰ গেটখন ভাঙি দিয়াৰ পাছতে নগা বাহিনীয়ে শিৱসাগৰ জিলা প্ৰশাসন তথা অসম আৰক্ষী বিষয়ে যুদ্ধংদেহি ৰূপ লয়। ইয়াৰ উপৰি বন্দুকধাৰী নগা নিৰাপত্তা বাহিনী আৰু নগা উগ্ৰপন্থীয়ে অসমৰ ভূমিতে এম্বুছ কৰি আক্ৰমণৰ বাবে তৎপৰ হৈ পৰাৰ আশংকা কৰা হৈছে ।

ADVERTISEMENT

বুধবাৰে পুৱাতে বৃহৎ নগা আৰক্ষী বাহিনী আৰু ভিলেজ গাৰ্ডেৰে পৰিৱেষ্টিত হৈ অসমৰ উক্ত ৰাজহ ভূমিত বাহৰ পতা শতাধিক নগা লোকে হাতে হাতে দা, কুঠাৰ আদি লৈ অসমৰ প্ৰকাশন তথা আৰক্ষী বাহিনীৰ সন্মূখতে নিৰ্মাণ চলাইছে নতুন গৃহৰ। এক ইঞ্চিও ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিয়া নহ’ব বুলি শূণ্যত গদা ঘূৰোৱা চৰকাৰ – প্ৰশাসন আৰু দল সংগঠনসমূহক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই নগাই চলাই গৈছে অসমৰ ভূমিত ভয়াৱহ আগ্ৰাসন। আনহাতে, অসমৰ আৰক্ষীয়েও বাংকাৰ নিৰ্মাণেৰে অৱস্থান কৰি সন্মুখ সমৰত লিপ্ত হোৱাৰ আখৰা চলাইছে যদিও নিধিৰাম চৰ্দাৰৰূপী অসম আৰক্ষী বা প্ৰশাসনে নগাই অসমৰ ভূমিত ইটোৰ পাছত সিটোকৈ নিৰ্মাণ কৰা গৃহসমূহ ভঙাৰ বাবে ক্ষুদ্ৰ চাহ বাগিচাত তাণ্ডৱ চলোৱা এজনো নগা দুৰ্বৃত্তক কৰায়ও কৰিব পৰা নাই। উল্লেখ্য যে সীমান্ত অঞ্চলৰ সীমাৰ প্ৰতি থকা চৰকাৰৰ নিৰ্লিপ্ততাৰ বাবে যোৱা ২৬ আগষ্টৰ পৰা নগা বাহিনী ক্ৰমাৎ তৎপৰ হৈ পৰিছে অসমৰ ভূমি দখলৰ বাবে।

যোৱা ২৬ আগষ্টত অসমৰ প্ৰশাসনে নিৰ্মাণ কৰা শ্মশানগৃহ ভাঙি লণ্ড – ভণ্ড কৰাৰ পৰৱৰ্তী পৰ্যায়ত যোৱা ২১ মে’ত নাগালেণ্ডৰ লুংলেং জিলাৰ অধীনৰ ইয়ংলক বস্তিৰ দিশৰ পৰা অহা নগাৰ দলে নিশা অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচা ধ্বংস কৰাৰ পাছত নগা উগ্ৰপন্থী সংগঠনৰ লগতে নগা ৰাইজে সীমান্ত অঞ্চলটোৰ নাজিৰা ৰাজহ চক্ৰৰ অধীনৰ ৭১, ৭২, ৬২ আদি কেইবাটাও দাগৰ অসমৰ বৃহৎ ৰাজহ ভূমি দখল কৰি নিৰ্মাণ কৰে ঘৰ। তদুপৰি বাঁহৰ গেট দি অসমৰ উক্ত ভূমিত অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰি উক্ত ৰাজহ ভূমিৰ লগতে ক্ষুদ্ৰ চাহ বাগিচাত তাণ্ডৱ সৃষ্টি কৰে। উক্ত ঘটনাৰ পাছতে বুধবাৰে ভাৰপ্ৰাপ্ত সীমান্ত দণ্ডাধীশ ৰাজীৱ সোনোৱাল, ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামী, অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বড়া, মহকুমা আৰক্ষী বিষয়া দীপজ্যোতি তালুকদাৰ, গেলেকি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰীৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ দলে নগাই নিৰ্মাণ কৰা গেট ভাঙি দিয়ে।

অসমৰ প্ৰশাসনৰ এই তৎপৰতাৰ পোতক তুলিবলৈ সীমান্ত অঞ্চলটোৰ অসমৰ উক্ত ভূমিত নগা আৰক্ষীৰ বৃহৎ বাহিনীৰ নিৰাপত্তাৰে পৰিৱেষ্টিত হৈ বৃহৎ নগাৰ দলে হাতে হাতে দা কুঠাৰ লৈ অৱস্হান কৰে। আনহাতে, নগা উগ্ৰপন্থীৰ এটা দলে অসমৰ উক্ত অঞ্চলৰ বনভূমিৰ মাজত এম্বুচ কৰি আক্ৰমণ কৰাৰ আশংকা কৰা হৈছে। আনহাতে, অসম আৰক্ষীৰ এটা বৃহৎ বাহিনীয়ে অঞ্চলটোত অৱস্থান কৰি বাংকাৰ নিৰ্মাণেৰে নগা বাহিনীৰ স’তে সন্মুখ সমৰত লিপ্ত হোৱাৰ আখৰা কৰে যদিও অসমৰ প্ৰশাসন আৰু অসম আৰক্ষীৰ বৃহৎ বাহিনীক প্ৰত্যাহ্বান জনাই বুধবাৰে নগাই দিন দুপৰতে অসমৰ প্ৰশাসনৰ সন্মুখতে পুনৰ টিনপাতেৰে স্হায়ীভাৱে এটা গৃহ নিৰ্মাণ কৰে।

ইয়াৰ পাছতো অসমৰ প্ৰশাসন আৰু অসম আৰক্ষীয়ে নগাই পূৰ্বে নিৰ্মাণ কৰা গৃহ উচ্ছেদ কৰাতো দূৰৈৰ কথা তেওঁলোকে নিৰ্মাণ কৰা বাংকাৰ তথা গৃহ নিৰ্মাণত বাধা দিবলৈ আগবঢ়া নাই। অসমৰ এই অঞ্চলটোত নগা উগ্ৰপন্থী, দুৰ্বৃত্ত, নগা আৰক্ষী, নগা ভিলেজ গাৰ্ড সকলোৱে হাতে হাতে দা বন্দুক লৈ পিয়াপি দিছে। নগা প্ৰশাসন, নগা ভিলেজ কাউন্সিল, উগ্ৰপন্থী সকলোৱে অসমৰ উক্ত বৃহৎ ভূখণ্ড দখলৰ বাবে এনেদৰে যুদ্ধংদেহি হৈ পৰাৰ বিপৰীতে এই পৰ্যন্ত সীমান্ত অঞ্চলটোত অসম আৰক্ষীৰ ভূমিকা দুৰ্বল। শেহতীয়াভাৱে নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামীৰ নেতৃত্বত আৰক্ষীয়ে সীমান্তত নগাই স্হাপন কৰা গৃহ উচ্ছেদ কৰিবলৈ ৰাওনা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamAssam PoliceSivasagar
publisher

publisher

Related Posts

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন
Assam

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান
Assam

বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

October 11, 2026
খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন
International

খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

October 11, 2026
নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত
India

নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026
মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী
India

মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

October 11, 2026
হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত
International

হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d