Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

    নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

    মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

    হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    ‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তামুলপুৰত অভিযোগ প্ৰতি অভিযোগত ব্যস্ত বিপিএফৰ নেতা কৰ্মী

publisher by publisher
June 11, 2020
in Assam, News
Reading Time: 1 min read
0
তামুলপুৰত অভিযোগ প্ৰতি অভিযোগত ব্যস্ত বিপিএফৰ নেতা কৰ্মী
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

আজি তামুলপুৰ প্ৰেছ ক্লাৱত তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা বিপিএফৰ সাধাৰণ সম্পাদক ইমানুৱেল ম’ছাহাৰীয়ে এক সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেল সম্বোধন কৰি তেওঁ কয় –  “মই স্পষ্ট ভাষাত কৈছো, মই আৰু বিপিএফত নাই। আজিৰ দিনত মই বিপিএফ দলৰ হৈ কাম কৰি থকাও নাই । বিপিএফ দলৰ যি সকল বিৰোধী প্ৰাৰ্থী আছে তেওঁলোকক জয়ী কৰাবলৈ মই  কাম কৰি আছো । কিন্তু মই কেতিয়াও বিজেপি দলত যোগদান কৰা বুলি কোৱা নাই।” বিপিএফ  দলৰ মুৰব্বীসকলে সংবিধান অমান্য কৰাৰ অভিযোগ আনি তেওঁ কয় যে যোৱা জানুৱাৰী মাহৰ ২৬ তাৰিখৰ  পৰা বিগত পাঁচ মাহে  দলৰ বিৰুদ্ধে কাম কৰা আৰু দলে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ পিছতো দলক অৱজ্ঞা কৰি থকা  তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীক তামুলপুৰ জিলা বিপিএফে  কিয় পুনৰ দলত আকোৱালি ল’লে এইয়া এক বৃহৎ প্ৰশ্ন।

ADVERTISEMENT

তামুলপুৰত ৯ জুনত সাংবাদমেলযোগে ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে ইমানুৱেল মোছাহাৰীক বিপিএফ দলৰ হৈ কাম কৰাৰ আহ্বান জনোৱা সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত ম’ছাহাৰীয়ে কয় যে এতিয়া বহুত পলম হৈ গ’ল। প্ৰসংগক্ৰমে তেওঁ কয় যে ২০০৬ চনত তামুলপুৰ বিধান সভা সমষ্টিত বিধানসভাৰ নিৰ্বাচনত  বিশ্বজিত দৈমাৰীৰ বিৰুদ্ধে এতিয়াৰ বিপিএফ নেতা চণ্ডী বসুমতাৰীক ব্লেক টিকট দিয়া হৈছিল বাবে তেতিয়াই বিপিএফ দলৰ দ্বাৰা বিশ্বজিত দৈমাৰী ষড়যন্ত্ৰৰ বলি হৈছিল। একাংশ বিপিএফ নেতাই ইমানুৱেল ম’ছাহাৰীক সুবিধাবাদী ৰাজনীতি কৰা সন্দৰ্ভত তেওঁ স্পষ্ট কৰি দি প্ৰশ্ন কৰে যে সুবিধাবাদীৰ ৰাজনীতি কোনে কৰা নাই ? বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও কেতিয়াবা কংগ্ৰেছ, কেতিয়াবা বিজেপিৰ লগত থাকি সুবিধাবাদী ৰাজনীতি কৰি আহিছে । বিপিএফ দলটোই সুবিধাবাদীৰ দল বুলি হাগ্ৰামা মহিলাৰীয়ে ৰাজহুৱা ভাৱে কয় ৷

বিগত সময়চোৱাত মোক তিনিবাৰ লেং মাৰিছে। এতিয়া আৰু লেং মাৰিব দিব নোৱাৰো । প্ৰমীলাৰাণী ব্ৰহ্মৰ প্ৰসংগ টানি আনি তেওঁ কয় যে এইবাৰ বিটিচি নিৰ্বাচনত প্ৰমীলাৰাণী ব্ৰহ্মই পক্ষপাতিত্ব কৰিছে। তামুলপুৰত বিপিএফৰ নটা প্ৰাথমিক গোটৰ ভিতৰত আঠোটাকৈ প্ৰাথমিক গোটে বিচৰা প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান নকৰি প্ৰমিলাৰানীয়ে নিজৰ খুচি মতে তেওঁৰ পচন্দৰ প্ৰাৰ্থী নিৰ্বাচন কৰিছে বুলিও অভিযোগ উত্থাপন কৰে বিধায়ক ম’ছাহাৰীয়ে ৷  দলৰ হৈ কাম নকৰাৰ পিচতো  কিয় পদত্যাগ কৰা নাই বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় “মই আজিৰ দিনত পদত্যাগ কৰিব নোৱাৰো। দলে মোক বহিস্কাৰ কৰক, মই অনুৰোধ জনাইছোঁ। যদি মোক দলে বহিস্কাৰ কৰে  মই ধন্যবাদ জনাম আৰু পৰৱৰ্তী সময়ত পছন্দৰ দলত যোগদান কৰিম”৷

শেহতীয়াকৈ ৰিহণ দৈমাৰী, চন্দন ব্ৰহ্মকে আদি কৰি  কেইবাগৰাকীও জ্যেষ্ঠ বিপিএফৰ মন্ত্ৰী বিধায়কে  বিপিএফ দল ত্যাগ কৰাৰ কথা সংবাদ মাধ্যমত চৰ্চা হৈ থকা সম্পৰ্কত সোধা এক প্ৰশ্নৰ উত্তৰত ম’ছাহাৰীয়ে কয়” মই তেওঁলোকৰ কথা নাজানো । প্ৰাক্তন এগৰাকী বিধায়ককে ধৰি বহু নেতাই দল ত্যাগ কৰি বিজেপিলৈ আহিবলৈ  সাজু হৈ  আছে যদিও মই কাকো একো অনুৰোধ কৰা নাই। বিপিএফ দলত সম্প্ৰতি সংবিধান বুলি একো নাই, কোনো ধৰণৰ অনুশাসন নাই ৷ দলৰ এজন জেষ্ঠ নেতা হিচাপে দলৰ কিছুমান নেতা কৰ্মীৰ ব্যৱহাৰত মই দুখ পাইছো ৷ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰো কথা নুশুনা একাংশ নেতা কৰ্মীৰ বাবেই এতিয়া বিপিএফ দলত গৰাখহনীয়া আৰম্ভ হৈছে ৷ ২০১০, ২০১১ আৰু ২০১৬ চনত দলৰ বিৰোধিতা কৰা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক সমালোচনা কৰা লোকক প্ৰাৰ্থীত্ব দি বিপিএফৰ প্ৰাথমিক গোট সমূহক সন্মান নজনাই এতিয়া সেই সকল লোকক দলে আদৰণি জনালে বুলিও সংবাদ মেলত  ইমানুৱেল ম’ছাহাৰীয়ে ক্ষোভ প্ৰকাশ কৰে।

আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ২৭নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত মিত্ৰজোঁট বিজেপি দলৰ প্ৰাৰ্থী থকাৰ পিছতো, মাজে মাজে কংগ্ৰেছ, অবড়ো, বিজেপিয়ে কৰা আৰু কিছুদিন আগতে বিজেপি দলৰ পৰা বহিষ্কৃত হোৱা ৰবীন্দ্ৰ বিশ্বাসক বিপিএফ দলৰ পৰা ব্লেক টিকট দিয়াৰ গুৰুতৰ অভিযোগ আনে বিপিএফৰ সাধাৰণ সম্পাদক তথা বিধায়ক ইমানুৱেল ম’ছাহাৰীয়ে।সংবাদমেল যোগে  ম’ছাহাৰীয়ে কয় যে তেওঁ যিহেতু বিপিএফ দলত নাই বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে তাৰ পিচত দলৰ একাংশ নেতা কৰ্মীয়ে তেওঁ দল বিৰোধী কাম কাজত জড়িত হোৱা  দলৰ বাবে কোনো ফেক্টৰ নহয় বুলি কৈ থকা কথাবোৰ অতি হাস্যকৰ ৷ বহু কষ্টেৰে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ অনুৰোধত দলৰ ভেঁটি শক্তিশালী কৰিছিল ৷ কিন্তু এচাম সুবিধাবাদী নেতাৰ বাবে দলটোৰ পৰা ওলায় আহিবলৈ বাধ্য হ’ল বুলি সংবাদমেলত মত পোষণ কৰি বিধায়ক ম’ছাহাৰীয়ে কয় অদূৰ ভৱিষ্যতে যি কৰিম তামুলপুৰবাসীৰ লগতে বিটিচিবাসীৰ ভালৰ বাবেই কৰিম ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBPFBTC ElectionTamulpur
publisher

publisher

Related Posts

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন
Assam

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান
Assam

বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

October 11, 2026
খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন
International

খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

October 11, 2026
নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত
India

নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026
মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী
India

মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

October 11, 2026
হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত
International

হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d