Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

২০০৫ চনতে আৰম্ভ কৰি ১৫ বছৰে সম্পূৰ্ণ নহ’ল “ফ’ৰলেনৰ” নিৰ্মাণ

publisher by publisher
July 26, 2020
in Assam, News
Reading Time: 1 min read
0
২০০৫ চনতে আৰম্ভ কৰি ১৫ বছৰে সম্পূৰ্ণ নহ’ল “ফ’ৰলেনৰ” নিৰ্মাণ
4
SHARES
39
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

লেহেমীয়া গতিৰে অতিৰিক্ত পুঁজি লুন্ঠনত সহযোগ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

ADVERTISEMENT

সমগ্ৰ দেশতে সম্পূৰ্ণ হ’ল, কিন্তু অসমত যোৱা ১৫ বছৰে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ নকৰিলে ফ’ৰলেন নিৰ্মাণৰ কাম। ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু লোকসভা, ৰাজ্যসভাৰ ২১জন অসমৰ সাংসদৰ দৃষ্টি আকৰ্ষণ কৰি অসম সংগ্ৰামী মঞ্চৰ আহ্বান, ‘২০০৫ চনৰ পৰা যোৱা ১৫ বছৰে অসমত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ফ’ৰলেন নিৰ্মাণৰ ক্ষেত্ৰত প্ৰবঞ্চনা কৰি আহিছে, এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক।’ এক বিবৃতিত অসম সংগ্ৰামী মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰ আৰু কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে, যোৱা ১৫ বছৰে অসমৰ ৩০টা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰকল্প সম্পূৰ্ণ কৰা নাই ।

ৰাজ্যৰ বাহিৰৰ প্ৰতিষ্ঠানক নিৰ্মাণৰ দায়িত্ব দিয়া ফ’ৰলেনৰ কাম নিৰ্দ্ধাৰিত সময়ত সম্পূৰ্ণ নকৰি এতিয়া সময় বৃদ্ধি কৰি অতিৰিক্তভাৱে পুঁজি সৰকাই নিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । ১৬টা প্ৰকল্পৰ নামত বহি:ৰাজ্যৰ ঠিকাদাৰ গোষ্ঠীয়ে অতিৰিক্তভাৱে ১,৯৯৩,৫৫ কোটি টকা মোকলাই লৈছে। ৰাজ্য চৰকাৰৰ দায়িত্বহীনতাৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া আৰু ঠিকাদাৰ গোষ্ঠীয়ে ঐক্যবদ্ধভাবে অসমৰ ফ’ৰলেনৰ নামত লুন্ঠনৰ বেহু ৰচনা কৰিছে। কোঁৱৰ আৰু ফুকনে কয়, ২০১৭ চনৰ ১ ফ্ৰেব্ৰুৱাৰীত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি ২০০৫ চনৰ ৭ এপ্ৰিলত অনুমোদন দিয়া ধৰমতুল-সোণাপুৰৰ ২২ কিলোমিটাৰ পথৰ নিৰ্মাণৰ দায়িত্ব লোৱা কে এন চি কনষ্ট্ৰাকচন নামৰ ঠিকাদাৰ গোষ্ঠীয়ে কাম সম্পূৰ্ণ নকৰাকৈ ১৩৭.৭৫ কোটিৰ পৰিৱৰ্তে ১৪৮.৫৭ কোটিলৈ নিৰ্মাণ ব্যয় বৃদ্ধি কৰি ল’লে ।

ফ’ৰলেনৰ কাম সম্পূৰ্ণ নকৰাকৈয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক অতি ৰহস্যজনকভাবে বহু কেইখন টোলগে’ট স্হাপনৰ অনুমোদন দিলে বিজেপি চৰকাৰে। বিবৃতিটোত কোঁৱৰ আৰু ফুকনে অভিযোগ উত্থাপন কৰি কয় যে, ২০০৫ চনৰ ৩১ মে’ত অনুমোদন জনোৱা নলবাৰী-বিজনীৰ ২৭ কিলোমিটাৰ পথ বৰ্তমানো সম্পূৰ্ণ নকৰি ২০৮ কোটিৰ পৰিৱৰ্তে দুবাৰকৈ সময় বৃদ্ধি কৰি ২৩০ কোটি টকালৈ নিৰ্মাণ পুঁজি বৃদ্ধি কৰিলে কে এন চি নামৰ প্ৰতিষ্ঠানটোৱে। নলবাৰী-বিজনীৰ আন এক ২৫ কিলোমিটাৰ পথ নিৰ্মাণৰ অনুমোদন তিনিটা কোম্পানীক ২০০৫ ৰ ১৮ মাৰ্চতে দিয়া হৈছিল যদিও কাম সম্পূৰ্ণ নকৰি নিৰ্মাণ পুঁজি ১৪২.৪৮ কোটিৰ পৰা ১৯৫.২২ কোটিলৈ বৃদ্ধি কৰিলে ।

মাইবং-লামডিঙৰ মাজৰ ২৩ কিলোমিটাৰ পথ ২০১৪ ৰ ৩১ ডিচেম্বৰত সম্পূৰ্ণ কৰিব লাগিছিল যদিও বৰ্তমানো সম্পূৰ্ণ কৰা নহ’ল আৰু নিৰ্মাণ পুঁজিৰ পৰিমাণ ২৫৫ কোটিৰ পৰা ৩০২ কোটিলৈ বৃদ্ধি কৰি ল’লে। কলিয়াবৰ-তিনিআলি -ডলাবাৰীৰ ১৭.৩ কিলোমিটাৰ পথ ২০১৫ চনৰ ১৫ এপ্ৰিলত তিনি বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দায়িত্ব লোৱা গেমন ইণ্ডিয়াই কাম লেহেমীয়া কৰি ৫৮৮.৯৫ কোটিৰ পৰিৱৰ্তে ৮৭৩.৯১ কোটি টকালৈ নিৰ্মাণ ব্যয় বৃদ্ধি কৰি ল’লে । জাজী-ডিমৌৰ ৪৪.২ কিলোমিটাৰ ফ’ৰলেনৰ কাম ২০১৮ চনৰ ৩ মে’ত সম্পূৰ্ণ কৰাৰ সময় নিৰ্দ্ধাৰণ কৰা আছিল ।

আইছ’লাক্স কৰছান নামৰ কোম্পানীটোৱে বৰ্তমান কাম সম্পূৰ্ণ নকৰি ৮১১ কোটিৰ পৰিৱৰ্তে নিৰ্মাণ ব্যয় ১,৩৬০ কোটি টকা নিৰ্দ্ধাৰণ কৰি ল’লে। এনেদৰে ৩০টা ফ’ৰলেন নিৰ্মাণৰ প্ৰকল্প লেহেমীয়া গতিৰে নিৰ্মাণ কৰি অতিৰিক্তভাবে বৃহৎ অংকৰ পুঁজি সৰকোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বহি:ৰাজ্যৰ ঠিকাদাৰ গোষ্ঠী। মুখ্যমন্ত্ৰী আৰু অসমৰ সাংসদসকলক এই ক্ষেত্ৰত বিশেষভাবে দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনায় অসম সংগ্ৰামী মঞ্চই। লগতে চৰকাৰৰ প্ৰকল্পসমূহ যাতে নিৰ্দ্ধাৰিত সময়তে সম্পূৰ্ণ হয়, তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ ৰাইজলৈ আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d