Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

স্বাধীনতা দিৱসত জনজাতিকৰণ নহ’লে কৰ’নালৈকো বাট নাচায়

publisher by publisher
August 1, 2020
in Assam, News
Reading Time: 1 min read
0
স্বাধীনতা দিৱসত জনজাতিকৰণ নহ’লে কৰ’নালৈকো বাট নাচায়
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

কৰ’নাৰ ভয়াৱহতাৰ মাজতো প্ৰাপ্য অধিকাৰৰ দাবীত পুনৰ আন্দোলনমুখৰ হোৱাৰ প্ৰস্তুতি চলাইছে ৰাজ্যৰ ছয় জনগোষ্ঠীয়ে ৷ আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু আদিবাসী চাহ জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি দীৰ্ঘদিনীয়া অন্যান্য সমস্যাসমূহ সমাধান নকৰাৰ প্ৰতিবাদতে কেউটা জনগোষ্ঠীৰ সংগঠনসমূহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ADVERTISEMENT

দৈনিক অগ্ৰদূতৰ আগত এই কথা সদৰী কৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে কয় যে কোচ ৰাজবংশীকে ধৰি ৰাজ্যৰ ছয় জনজাতিৰ জনজাতিকৰণকে ধৰি অন্যান্য সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ৷ সেয়ে সমাগত স্বাধীনতা দিৱসত দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰক সম্বোধি প্ৰদান কৰিবলগীয়া ভাষণৰ জৰিয়তে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো বিতং বিৱৰণ দিব পৰাকৈ আৰু সংসদৰ সমাগত গ্ৰীষ্মকালীন অধিবেশনত এই সম্পৰ্কীয় বিধেয়ক পাৰিত কৰাৰ স্বাৰ্থত ইতিপূৰ্বে গঠন কৰা ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন উচ্চ ক্ষমতাসম্পন্ন সমিতিক প্ৰয়োজনীয় প্ৰতিবেদন শীঘ্ৰে দাখিল কৰিবলৈ দাবী জনোৱা হৈছে।

ইয়াৰ পাছতো যদি স্বাধীনতা দিৱসত দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰক সম্বোধি দিয়া ভাষণত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত কোনো ব্যাখ্যা আগ নবঢ়ায় তেনেহলে অতিমাৰী কৰ’নাৰ ভয়াৱহতাকো নেওচি প্ৰাপ্য অধিকাৰৰ দাবীত ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ’ব । স্বজাতি সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত সৰ্বস্ব ত্যাগ কৰিবলৈ প্ৰতিজন জনগোষ্ঠীয় নেতা কৰ্মী সাজু বুলি উল্লেখ কৰি বৰ্মনে কয় যে কোচ ৰাজবংশীকে ধৰি ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিৰকৰণ প্ৰক্ৰিয়া অধিক সৰলীকৰণ প্ৰলোভনেৰে ২০১৬ ৰ ২৯ ফ্ৰেব্ৰুৱাৰীত তদানীন্তন গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সচিব এম কে সিংলাৰ অধ্যক্ষতাত এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰে ৷

লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ সম্পৰ্কত আৰ্হি প্ৰস্তুত কৰি ২০১৬ ৰ ৩১মে’ৰ ভিতৰত প্ৰতিবেদন দাখিলৰ বাবেও তদানীন্তন গৃহমন্ত্ৰী সিঙে নিৰ্দেশ দিয়ে । কিন্তু প্ৰতিবেদন দাখিল কৰাটো দূৰৈৰ কথা এই সম্পৰ্কত প্ৰতিবেদন দাখিল নকৰাকৈয়ে চাকৰিৰ পৰা অৱসৰ লয় সিংলাই । পৰৱৰ্তী পৰ্যায়ত উক্ত সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে গৃহ মন্ত্ৰণালয়ৰ সচিব ৰীতা মিত্ৰই ।ইপিনে ৰাজ্যসভাত চৰ্চা হোৱাৰ পূৰ্বে সামৰণি পৰে ৰাজ্যসভাৰ অধিবেশন। ইয়াৰ পাছতে বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষাত এই সম্পৰ্কত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ নামত কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ ২০ ডিচেম্বৰত গঠন কৰে আন এক উচ্চ ক্ষমতা সম্পন্ন সমিতি ৷

কিন্তু এইখন সমিতিয়েও আজি পৰ্যন্ত প্ৰতিবেদন দাখিল কৰা নাই । জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলিও বৰ্মনে স্পষ্ট কৰি দিয়ে ৷ অনুৰূপ মন্তব্য সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণৰো  ৷ তেওঁ কয় যে প্ৰাপ্য অধিকাৰৰ দাবীত আন্দোলন গঢ়ি তোলাৰ বাহিৰে অন্য বিকল্প নাই  ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19
publisher

publisher

Related Posts

সর্বনিম্ন আইনী মান এক কিলোমিটাৰ হ’লেও বিজ্ঞানসন্মতভাৱে গ্ৰহণযোগ্য নহয়
Assam

August 24, 2026
মহাৰাষ্ট্ৰৰ পাছত দিল্লীত শিহৰণকাৰী ঘটনা
India

মহাৰাষ্ট্ৰৰ পাছত দিল্লীত শিহৰণকাৰী ঘটনা

August 24, 2026
শিৱসাগৰ-চৰাইদেউৰ জিলা আয়ুক্তদ্বয়ৰ ভুলৰ বাবে মৃত্যু হ’ল ১০৫ জনৰ: অখিল

পুঁজিপতিক ৩৬ হেজাৰ কোটিৰ ঋণ ৰেহাই
India

পুঁজিপতিক ৩৬ হেজাৰ কোটিৰ ঋণ ৰেহাই

August 24, 2026
ভাষাৰ পৰিধি ভাঙি সংগীতৰ যাদুঃ এঘণ্টা ১৫ মিনিটত ৩০টা ভাষাত সুৰ তুলিলে কণমানি মাহদিয়াই

August 23, 2026
অৱশেষত হোৱাইট হাউছতে ট্রাম্পৰ বিলাসী বলৰূম নিৰ্মাণ আৰম্ভ
International

অৱশেষত হোৱাইট হাউছতে ট্রাম্পৰ বিলাসী বলৰূম নিৰ্মাণ আৰম্ভ

August 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d