Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

    সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

    এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

    পানীৰ পাইপ মেৰামতি কৰোতে উদ্ধাৰ হোৱা প্ৰাচীন শিলৰ অস্ত্ৰই দিলে সন্ধান

    জুবিনৰ ফটোৰ কাষত দুটা বগা পাৰ, সামাজিক মাধ্যমত ভাইৰেল বিশেষ দৃশ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’নাই ভয়ানক বিপদ মাতিছে আন্দামানৰ আদিবাসীসকললৈ

publisher by publisher
August 30, 2020
in COVID-19, News
Reading Time: 1 min read
0
কৰ’নাই ভয়ানক বিপদ মাতিছে আন্দামানৰ আদিবাসীসকললৈ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

বহিঃ জগতৰ পৰা প্ৰায় বিচ্ছিন্ন হৈ থকা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আদিবাসী সকলৰ অন্তিম অস্তিত্বৰ প্ৰতি ভাবুকি মাতি আনিছে কৰ’না ভাইৰাছ অতিমাৰীয়ে । আন্দামানত বসবাস কৰা গ্ৰেট আন্দামানিজ জনজাতিৰ ১০ জন সদস্য কৰ’নাত আক্ৰান্ত হোৱাৰ লগে লগে প্ৰায় প্ৰতিটো জনজাতিক লৈ সম্প্ৰতি চৰকাৰ চিন্তিত হৈ পৰিছে ।

ADVERTISEMENT

ইয়াৰ পৰিপ্ৰেক্ষিতত বহিঃজগতৰ পৰা প্ৰায় সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰা জাৰোৱা আৰু ছেন্টিনেলিজ জনজাতিৰ লোকসকলৰো কৰ’না পৰীক্ষা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কিন্তু এইসকল আদিবাসীৰ পৰীক্ষা গ্ৰহণেই এতিয়া স্বাস্থ্য বিভাগৰ বাবে সবাতোকৈ ডাঙৰ প্ৰত্যহ্বান হৈ পৰিছে ।

বাহিৰৰ জগতখনৰ পৰা প্ৰায় আঁতৰি থকা জাৰোৱা জনজাতি আৰু একেবাৰে বিচ্ছিন্ন হৈ থকা ছেণ্টিনেলিজ জনজাতিৰ মাজত এবাৰ সংক্ৰমণ আৰম্ভ হ’লেই তেওঁলোকৰ অস্তিত্ব বিপন্ন হৈ পৰিব বুলি নৃতত্ববিদকলে আশংকা কৰিছে । সেয়ে সতৰ্কমূলকভাৱে ইতিমধ্যেই গ্ৰেট আন্দামানিজসকলৰ কৰ’না পৰীক্ষা সম্পন্ন কৰা হৈছে । ইয়াৰ পাছতে পৰীক্ষা হ’ব জাৰোৱাসকলৰ।

উল্লেখ্য যে, গ্ৰেট আন্দামানিজ জনজাতিৰ মাত্ৰ ৫৯ জন লোক জীৱিত অৱস্থাত আছে। ইয়াৰে ৩৪ জন লোকে আন্দামানৰ ষ্ট্ৰেইট দ্বীপত কাম কৰে স্থায়ীভাৱে বসবাস কৰে আৰু তেওঁলোকৰ থকা-খোৱাৰ সমস্ত দায়িত্ব কেন্দ্ৰীয় চৰকাৰে বহন কৰে। বাকী গ্ৰেট আন্দামানিজসকল থাকে আন্দামানৰ ৰাজধানী প’ৰ্ট ব্লেয়াৰত । ইয়াৰে একাংশই চৰকাৰী চাকৰিও কৰে।

তলাবন্ধৰ সময়ত তেওঁলোক ষ্ট্ৰেইট দ্বীপত কটাইছিল যদিও পৰৱৰ্তী সময়ত পুনৰ কামত যোগ দিয়ে। ইয়াৰে ছজনৰ শৰীৰত কৰ’নাৰ উপস্থিতি ধৰা পৰে। পাছত ষ্ট্ৰেইট দ্বীপত থকা আন চাৰিজন ক’ভিডত আক্ৰান্ত হয়।

ইপিনে, আন্দামানত জাৰোৱা জনজাতিৰ লোকৰ সংখ্যা সম্প্ৰতি ৫২০ জন। কিন্তু যাযাবৰ স্বভাৱৰ বাবেই আন্দামানৰ দৰে পানী আৰু জংঘলেৰে আৱৰা স্থানত চিকাৰী জনগোষ্ঠীৰ জনজাতিসকলৰ কৰ’না পৰীক্ষা কৰাটো কষ্টসাধ্য হ’ব বুলি ধাৰণা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Andaman and Nicobar IslandCovid-19
publisher

publisher

Related Posts

ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।
International

September 20, 2026
পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই
Entertainment

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

September 20, 2026
সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 
India

সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

September 20, 2026
এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক
International

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

September 20, 2026
পানীৰ পাইপ মেৰামতি কৰোতে উদ্ধাৰ হোৱা প্ৰাচীন শিলৰ অস্ত্ৰই দিলে সন্ধান
India

পানীৰ পাইপ মেৰামতি কৰোতে উদ্ধাৰ হোৱা প্ৰাচীন শিলৰ অস্ত্ৰই দিলে সন্ধান

September 20, 2026
জুবিনৰ ফটোৰ কাষত দুটা বগা পাৰ, সামাজিক মাধ্যমত ভাইৰেল বিশেষ দৃশ্য
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d