Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বাঘজানৰ ঘটনাই অতিক্ৰম কৰিলে ১০০ দিন

publisher by publisher
September 3, 2020
in Assam, News
Reading Time: 1 min read
0
বাঘজানৰ ঘটনাই অতিক্ৰম কৰিলে ১০০ দিন
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

তিনিচুকীয়া জিলাৰ বাঘজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ অভিশপ্ত বি জি আৰ-৫ নং তৈল খাদত জ্বলি থকা বিধ্বংসী জুইকুৰাই ১০০ দিন ২,৪০০ ঘন্টা অতিক্ৰম কৰিলে ৷ যোৱা ২৭ মে’ত গেছ কূপ বিস্ফোৰণ ঘটি (ব্ল-আউট) ৯ জুনত উক্ত তৈল খাদটোত সংঘটিত হোৱা বিধ্বংসী জুইকুৰা নিৰ্বাপনত চুড়ান্তভাৱে ব্যৰ্থ হোৱা অইল কৰ্তৃপক্ষই অভিশপ্ত তৈল খাদটো ’কিলিং’ অভিযানৰ কথা কৈয়েই ৮৭ দিন অতিক্ৰম কৰিলে ৷

ADVERTISEMENT

অইল কৰ্তৃপক্ষৰ ভুলৰ বাৱে তৈল খাদটোত সংঘটিত অগ্নিকাণ্ডই বাঘজানৰ জনজীৱন স্তব্ধ কৰি তোলাৰ পিছতো ক্ষতিগ্ৰস্ত ৰাইজে অস্বাস্থ্যকৰ পৰিৱেশত ১০০ দিন আশ্ৰয় শিবিৰত দুৰ্বিসহ জীৱন অতিবাহিত কৰিলে ৷ কৃষকৰ ঘৰ-বাৰী জ্বলাই ছাৰখাৰ কৰি তোলা তৈল খাদটোৰ বিধ্বংসী জুইকুৰা নিৰ্বাপিত কৰিবলৈ সক্ষম নোহোৱা অইল কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত ৰাইজক ১০০ দিনতো ক্ষতিপূৰণ মোকলাই নিদিলে ৷

ছিংগাৰপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজাষ্টাৰ, অএনজিচি’ৰ নাজিৰা ডিভিজন আৰু গুজৰাটৰ বড়োদা ডিভিজনৰ অভিজ্ঞ বিশেষজ্ঞ দলটোৱে যোৱা ১৭ আগষ্টত দাওদাওকৈ জ্বলি থকা জুইকুৰাৰ মাজত বিপদসংকুল পৰিস্থিতিত খাদটোত ব্ল-আউট প্ৰিভেন্টাৰ (বি অ’ পি) সংস্থাপিত কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু বিঅ’পিটো স্থাপনৰ পিছদিনা অভিশপ্ত তৈল খাদটো ‘কিলিং’ অভিযানত পুণৰ বিস্ফোৰণ ঘটে ৷

উল্লেখ্য যে বিশেষজ্ঞ দলটোৱে ভূঃগৰ্ভৰ পৰা ৪,২০০ মিটাৰ গভীৰতাৰ পৰা ১৮ ইঞ্চি বহল এডাল পাইপেৰে ঘন্টাত ৪,৭৫০ ঘনমিটাৰ গতিবেগত নিৰ্গত হৈ থকা গেছ আৰু কণ্ডেনছেট অইলত সংঘটিত জুইকুৰা নিৰ্বাপিত কৰিবলৈ হলে গেছ আৰু কণ্ডেনছেট অইল নিৰ্গত ১৮ ইঞ্চি পাইপডাল ‘কিলিং’ কৰিবই লাগিব ৷ শেহতীয়া খবৰ মতে তৈল খাদটো ‘কিলিং’ কৰিবলৈ অইল ইণ্ডিয়া লিমিটেডে কানাডাৰ পৰা ব্ল-আউট ‘কিলিং’ টোলচ্‌ আমদানি কৰিছে ৷

আনহাতে, অইল কৰ্তৃপক্ষৰ ভুলৰ বাবে তিনিচুকীয়া জিলাৰ বাঘজানত এইবাৰ শালি খেতি কৰাৰ পৰা বঞ্চিত হ’ল কৃষক ৰাইজ ৷ বাঘজানৰ কৃষক ৰাইজে এইবাৰ শালি খেতি পথাৰত ভূই ৰুব নোৱাৰিলে ৷ অইল কৰ্তৃপক্ষৰ ভুলৰ বাৱে বি জি আৰ-৫ নং তৈল খাদত সংঘটিত অগ্নিকাণ্ডৰ জুইকুৰাত কৃষক ৰাইজৰ নাঙল জুৱলি জাহ যোৱাৰ ঘটনাই বাঘজানত হাহাকাৰ অৱস্থা সৃষ্টি কৰিছে ৷ অইল কৰ্তৃপক্ষৰ ভুলৰ বাৱেই বাঘজান গাৱঁৰ খাটিখোৱা গঞাৰ দুখ-দুৰ্দশাই লগ নেৰা হৈছে ৷ গাৱঁখনত কৃষক ৰাইজৰ মুখৰ ভাতমুঠিও অইল কৰ্তৃপক্ষই কাঢ়ি নিয়া অৱস্থাৰ সৃষ্টি হৈছে ৷

বাঘজান গাঁওস্থিত অইলৰ অভিশপ্ত তৈল খাদত যোৱা ২৭ মে’ত সংঘটিত গেছ কূপ (ব্ল-আউট) বিস্ফোৰণ ঘটনাটোৰ ফলত গাঁওবাসীয়ে ঘৰবাৰী এৰি আশ্ৰয় শিবিৰত থিতাপি লোৱাৰ মৰ্মান্তিক ঘটনাক চিন্তাবিদ, বুদ্ধিজীৱী, সাহিত্যিক, দল-সংগঠনসহ সমাজৰ সকলো শ্ৰেণীলোকে হৃদয়ংগম কৰা সময়ত গাঁওখনৰ কৃষক ৰাইজে শালি খেতি পথাৰত নাঙল জুৱলি লগাব নোৱাৰি মূৰে কপালে হাত দিবলগীয়া হৈছে ৷

এনে সীমাহীন দুখ দুৰ্দশাই লগ নেৰা গাঁওখনৰ কৃষক ৰাইজৰ পোহনীয়া জীৱজন্তুবোৰ হঠাতে গাৱঁখনৰ পৰা অন্তৰ্ধান হ’ব ধৰা ঘটনাই বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ৰ’দ-বৰষুণৰ পৰা বাচি থকাৰ ঠাই বুলিবলৈ বাঘজান গাঁওবাসীৰ বাৱে আশ্ৰয় শিবিৰে একমাত্ৰ ঠাই হিচাপে চিহ্নিত হৈ পৰা কৃষি প্ৰধান গাঁওখনত যোৱা ২৭ মে’ৰ পৰা অসহায় অৱস্থাত বিচৰণ কৰি ফুৰা কৃষকৰ পশুধনৰ ওপৰত চোৰাং গৰু মাফিয়াৰ শেনচকু পৰিছে ৷

তৈল খাদটোত যোৱা ৯ জুনত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ জুইকুৰাই গাঁওখনৰ কৃষক ৰাইজৰ শালি পথাৰসমূহ ছাৰখাৰ কৰি তোলাৰ বেদনাই ছানি ধৰাৰ সময়তে গাঁওখনৰ পৰা গৰু মাফিয়াই চুৰি কাৰ্য চলাই যাব ধৰিছে ৷ অভিযোগ অনুসৰি বাঘজান গাৱঁৰ লগতে কাষৰীয়া কলীয়াপানী গাৱঁৰ কৃষকৰ গৰু সমূহ চুৰি হ’ব ধৰিছে ৷

কেৱল গৰুৱে নহয় ছাগলীও এফালৰ পৰা চুৰি হ’ব ধৰিছে ৷ ইতিমধ্যে স্থানীয় বাঘজান আৰক্ষী থানাত বাঘজান গাৱঁৰ কৃষকে গৰু আৰু ছাগলী চুৰি ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷

উল্লেখ্য যে মৰিশালিত পৰিণত হোৱা বাঘজান গাৱঁৰ কৃষকৰ ঘৰৰ ভিতৰত থকা বিছনাকে ধৰি অন্যান্য বয়বস্তু সমূহ চোৰে চুৰি কৰি নিয়াৰ ঘটনা মাৰ নৌযাওঁতেই গৰু মাফিয়াই গাঁওখনৰ পৰা কৃষক ৰাইজৰ হালোৱা গৰু চুৰি কৰি নিয়া ঘটনাই বাঘজানত দায়িত্বত থকা সেনা-আৰক্ষী তথা নিৰাপত্তাৰক্ষীৰ ভূমিকাক লৈ সন্দেহৰ আঙুলি তুলিছে কৃষক ৰাইজে ৷

আনহাতে, অইল কৰ্তৃপক্ষ, জিলা প্ৰশাসন কিম্বা ৰাজ্য চৰকাৰখনৰ আমোলা বিষয়াসকলে বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষতিপূৰণ কেতিয়া মোকলাই দিব তাক লৈ এতিয়া ভুক্তভোগীসকলৰ মনত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা ঘটিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBaghjan
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d