Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

৩০ খন আসনেৰে বি টি আৰ দখল কৰিব ইউপিপিএলে – ইউ জি ব্ৰহ্ম

publisher by publisher
September 11, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
৩০ খন আসনেৰে বি টি আৰ দখল কৰিব ইউপিপিএলে – ইউ জি ব্ৰহ্ম
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ক’ভিড-১৯ৰ বাবে বিটিচিৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ মাজত সম্প্ৰতি আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ । বিপিএফ, বিজেপি, কংগ্ৰেছ, ইউপিপিএল আদি কৰি কোনো দল, সংগঠনে বহি থকা নাই ।

ADVERTISEMENT

তেনে এক সময়তে বাক্সা জিলাৰ ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ কাউৰবাহাৰ গোহাঁই গাঁৱত আজি এনডিএফবিৰ ৰঞ্জন আৰু সংবিজিত গ্ৰুপৰ ৫০ জন সদস্য সহ, বিজেপি, বিপিএফ আৰু কংগ্ৰেছৰ প্ৰায় পাঁচ শতাধিক কৰ্মী ইউপিপিএলত যোগদান কৰে ।

IMG 20200911 WA0025

এই যোগদানত কাৰ্য্যসূচীত প্ৰাক্তন সাংসদ তথা বৰ্তমান ইউ পি পি এলৰ উপদেষ্টা ইউ জি ব্ৰহ্মই অংশগ্ৰহণ কৰি কয়, বৰ্তমান বিটিআৰ ৰাইজে নিৰ্বাচনৰ দিনটোলৈ বাট চাই আছে । কাৰণ বিটিএডিৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফৰ চৰকাৰৰ ১৭ বছৰ ৰাজত্ব ৰাইজে দেখিছে ।

বিপিএফে শাসনৰ নামত ৰাইজক কি দিলে আৰু কি কৰিলে সেইটো বহলাই কোৱাৰ প্ৰয়োজন নাই যদিও তেখেতে পাঁচ বছৰ সাংসদ হৈ থকাৰ পিছতো এটা ভাল ঘৰ আৰু এখন দামী গাড়ীও নাই বুলি কয় । কিন্তু তাৰ বিপৰীতে আজি বিপিএফৰ এজন সাধাৰণ নেতাৰ ঘৰত ৰজাৰ দৰে থকা, খোৱাৰ- পাইছো, ঘৰ, দামী দামী বিলাসী গাড়ী থকাৰ কথা উল্লেখ কৰি কয় যে ‘এইবোৰ দুৰ্নীতিৰ অবিহনে সম্ভৱ হ’ব নহয় । এনেবোৰ দুৰ্নীতিৰ বাবে সমাগত পৰিষদীয় নিৰ্বাচনত বিপিএফক উফৰাই ইউ পিপি এলৰ চৰকাৰ অনাৰ বাবে ককালত টঙালি বান্ধি হাজাৰ হাজাৰ ৰাইজ আমাৰ দলত যোগদান কৰি ওলাই আহিছে ।

সেয়েহে এইবাৰ চতুৰ্থ বিটিএডি পৰিষদীয় নিৰ্বাচনত ৪০ খন আসনৰ ভিতৰত ইউ পিপিএলে ৩০ খন আসন লাভ কৰি একক ভাবে চৰকাৰ গঠন কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰে । আজি গোহাঁইগাও খেলপথাৰত বিয়লি তিনি বজাত ইউপিপিএলৰ অন্যতম সদস্য বিপুল বসুমতাৰীৰ সভাপতিত্বত কে’বাসহস্ৰাধিক ৰাইজৰ উপস্থিতিত কৰ্মীসভাত কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি ইউছুপ আলীয়ে বড়ো আৰু অসমীয়া ভাষাত হাগ্ৰামা মহিলাৰীৰ সোঁতৰ বছৰীয়া অপশাসনৰ বিস্তৃত বাখ্যা দাঙি ধৰি সমাগত বিটিচি নিৰ্বাচনত প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএলক ভোট দিয়াৰ বাবে আহ্বান জনাই ইউপিপিএল লং লিভ, প্ৰমোদ বড়ো লং লিভ শ্লোগানেৰে উত্তাল কৰে ।

এই সভাখনৰ আঁত ধৰে দেৱজিৎ ব্ৰহ্মই । ইয়াৰ পিছতে আকৌ কাউৰবাহাৰ ইন্দিৰা প্ৰেক্ষাগৃহত তিনি শতাধিক সংখ্যালঘু পুৰুষ, মহিলাই ইউপিপিএলত যোগদান কৰি ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োক বিপুল ভোটত জয়ী কৰাৰ বাবে সংকল্পগ্ৰহণ কৰে । এই যোগদান কাৰ্যসূচীত প্ৰাক্তন সাংসদ তথা ইউপিপিএলৰ উপদেষ্টা ইউ জি ব্ৰহ্ম উপস্থিত থাকি ধৰ্মীয় সংখ্যালঘু ৰাইজক যোৱা সোঁতৰ বছৰে মাথো প্ৰতাৰণা কৰা বুলি ভাষণ আগবঢ়ায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBTC ElectionUPPL
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d