Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

    জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

    কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

    Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

    Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তলাবন্ধত জীৱিকা হেৰুৱালে ৬৬ লাখ অভিযন্তা-চিকিৎসক শিক্ষকে

publisher by publisher
September 19, 2020
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
তলাবন্ধত জীৱিকা হেৰুৱালে ৬৬ লাখ অভিযন্তা-চিকিৎসক শিক্ষকে

ANI_20200306081

2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দেশত ৬৬ লক্ষাধিক প্ৰতিষ্ঠানিক কৰ্মীয়ে হেৰুৱালে চাকৰি ৷দেশৰ এই ৬৬ লাখ অভিযন্তা,চিকিৎসক,শিক্ষক,গাণনিক আৰু বিশ্লেষককে ধৰি আগশাৰীৰ জীৱিকাধাৰীয়ে মে’ৰ পৰা আগষ্টৰ ভিতৰতে জীৱিকাহীন হৈ পৰিল ৷

ADVERTISEMENT

ভাৰতীয় অৰ্থনীতিৰ নিৰীক্ষক সংস্থা চেন্টাৰ ফ’ৰ মণিটৰিং ইণ্ডিয়ান ইক’নমীয়ে(CMIE)এই তথ্য প্ৰকাশ কৰিছে ৷ধাৰাবাহিক তলাবন্ধই বিপৰ্যস্ত কৰি তোলা অৰ্থনৈতিক উভতনি যাত্ৰা,নিবনুৱা প্ৰকল্পৰ বাবে এইদৰে সংস্থাপন হেৰুৱাইছে লক্ষ লক্ষ ভাৰতীয়ই ৷জুনৰ পৰা অৰ্থনৈতিক কাৰ্যকলাপ আৰম্ভ কৰা হ’লেও পৰিস্থিতিৰ উন্নতি এই পৰ্যন্ত হোৱা নাই।

২০১৬ ৰ পৰা আগশাৰীৰ পদবীধাৰী চাকৰিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। CMIE ৰ মতে ২০১৬ ৰ জানুৱাৰী এপ্ৰিলৰ সময়ছোৱাত প্ৰায় ১২.৫০ লাখ আগশাৰীৰ পেছাদাৰী কৰ্মীয়ে জীৱিকা লাভ কৰে ।২০১৯ ৰ মে’ আগষ্টত ই শীৰ্ষত আৰোহণ কৰি এনে পেছাদাৰী জীৱিকাধাৰীৰ সংখ্যা ১৮.৮০ লাখ হয় আৰু ২০১৯ ৰ ছেপ্টেম্বৰ-ডিচেম্বৰত ১৮.৭০ লাখত স্থিৰ হৈ ৰয়।

২০২০ ৰ জানুৱাৰী এপ্ৰিলত ই ১৮.১০ লাখলৈ অৱনমিত হয় ।এই ক্ষেত্ৰত তলাবন্ধৰ আংশিক প্ৰভাৱ পৰে ৷২০২০ ৰ মে’ আগষ্টৰ সময়ছোৱাত এইসকল পেছাদাৰীভাৱে দক্ষ শিক্ষিত লোকৰ সংখ্যা ১২.২০ লাখলৈ অৱনমিত হয় ।বিগত চাৰি বছৰত এইসকল লোকৰ নিয়োজনত লাভ কৰা সকলো সফলতা তলাবন্ধ কালত নিশ্ছহ্ন হ’ল।

CMIE ৰ প্ৰতিবেদনত এইদৰে কোৱা হয় ৷উল্লেখযোগ্য যে ২০২০ ৰ মে’ আগষ্টৰ মাজত পাঁচ লাখ ৯০ হেজাৰে হেৰুৱালে জীৱিকা ।ইয়াৰ পূৰ্বৰ এপ্ৰিলত অন্ত পৰা চাৰি মাহত ৬৬ লাখে জীৱিকা হেৰুৱায়। এই জৰীপৰ মতে বেতনভোগী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত সৰ্ববৃহৎ ক্ষতি হৈছে এনে পেছাদাৰী উচ্চ পদবীধাৰীৰ৷

এইসকলৰ ভিতৰত আছে ইঞ্জিনীয়াৰ,ছফটৱেৰ ইঞ্জিনীয়াৰ,চিকিৎসক,শিক্ষক,গাণনিক বিশ্লেষক ,যিসকল পেছাদাৰী মানসম্পন্ন আৰু কিছুমান চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত। অৱশ্যে সম অৰ্হতাসম্পন্ন সুনিয়োজিত পেছাদাৰী উদ্যোগৰ শ্ৰেণীভুক্ত কৰা হয় ।

এই তলাবন্ধই আনহাতে এনে পেছাদাৰী কেৰাণীৰ চাকৰিক প্ৰভাৱিত কৰা নাই ।ইয়াৰ ভিতৰত আছে সচিবসকল,ডেক্স কৰ্মচাৰী আৰু কাৰ্যালয় কেৰাণীৰ পৰা আৰম্ভ কৰি বি পি অ’,কে পি অ’ কৰ্মী আৰু ডাটা এন্ট্ৰি অপাৰেটৰ ৷তেওঁলোকে এই সময়ছোৱাত ঘৰৰ পৰা কাম কৰিছিল।

২০১৬ ৰ পৰা এই শ্ৰেণীৰ জীৱিকাৰ কোনো বিকাশ হোৱা নাই। ২০১৮ ৰ পৰা ২০২০ লৈ ১৫ নিযুতৰ পৰা ২০২০২ লৈ ১২ নিযুত হয় ।আনহাতে তলাবন্ধৰ প্ৰত্যক্ষ বেতনভোগী কৰ্মচাৰী পাছতে উদ্যোগকৰ্মীসকলৰ ওপৰত মাধমাৰ শোধাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamcovid19india
publisher

publisher

Related Posts

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

September 16, 2026
পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’
International

পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

September 16, 2026
জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস
Assam

জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

September 16, 2026
কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল
Assam

কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

September 16, 2026
Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক
Assam

Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

September 16, 2026
Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ
Assam

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d