Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শংকা আৰু সংশয়ৰ মাজেৰে আজিৰে পৰা আৰম্ভ হ’ব পাঠদান

publisher by publisher
September 21, 2020
in Assam, News
Reading Time: 1 min read
0
১৫ আগষ্টৰ পাছতহে খুলিব স্কুল কলেজ : মানৱ সম্পদ উন্নয়ন মন্ত্ৰী
5
SHARES
53
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

শংকা আৰু সংশয়ৰ মাজত সুদীৰ্ঘ ছমাহৰ পাছত আজিৰে পৰা আৰম্ভ হৈছে ৰাজ্যৰ অনানুষ্ঠানিক শিক্ষানুষ্ঠানসমূহ । নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰছাত্ৰীৰ উপস্থিত বাধ্যতামূলকৰ লগতে আনিব লাগিব অভিভাৱকৰ দ্বাৰা স্বাক্ষৰিত সন্মতি পত্ৰ । এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে যোৱা ১৬ ছেপ্টেম্বৰত জাৰি কৰিছে প্ৰয়োজনীয় নিৰ্দেশনা ।

ADVERTISEMENT

এই নিৰ্দেশনা ব্যক্তিগত বিদ্যালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব যদিও আগবাঢ়ি অহা নাই ব্যক্তিগত বিদ্যালয়সমূহ ৷ দৈনিক অগ্ৰদূতৰ আগত এই কথা সদৰী কৰি শিশু শিক্ষা সমিতিৰ অসমৰ পূণকালীন কৰ্মকতা মাধৱ কলিতাই কয় যে সমগ্ৰ ৰাজ্যত শিশু শিক্ষা সমিতি,অসমৰ দ্বাৰা পৰিচালিত পাঁচ শতাধিক বিদ্যালয় আছে । নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থকা প্ৰায় ৩৫০ খন শিক্ষানুষ্ঠানত ক’ভিড সম্পৰ্কীয় সকলো নীতি নিয়ম মানি আজিৰে পৰা পাঠদানৰ প্ৰস্তুতি চলোৱা হৈছে ।

ইয়াৰ বাবে অভিভাৱকৰ লিখিত অনুমতি থকা শিক্ষাৰ্থীসকলে আজিৰে পৰা পাঠদানৰ অনুমতি পাব বুলি তেওঁ উল্লেখ কৰি কয় যে গুৱাহাটী মহানগৰীত শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত ১২খন বিদ্যালয় আছে ৷ ইয়াৰে হাজংবাৰী শংকৰদেৱ শিশু নিকেতনক বাদ দি বাকীবোৰ বিদ্যালয়ত পাঠদান কৰাৰ যো-জা চলোৱা হৈছে ৷ অৱশ্যে ছাত্ৰছাত্ৰী আহিবনে নাই সেই সম্পৰ্কে নিশ্চিত নহয় বুলি তেওঁ কয় ।

হাজংবাৰী শংকৰদেৱ শিশু নিকেতনৰ চৌহদত থকা আচাৰ্যৰ পৰিয়ালত কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ বাবে পাঠদান প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে ৷ অভিভাৱকৰ সন্মতি পত্ৰৰ আধাৰত মহানগৰীৰ গুৱাহাটী ক্লাবস্থিত ছেইন্ট মেৰীজ উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষয়ো আজিৰে পৰা অনানুষ্ঠানিক পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

ইফালে অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে দৈনিক অগ্ৰদূতৰ আগত কয় যে বৰ্তমান পূৰ্বতকৈ অধিক ভয়াৱহভাৱে কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে । এনেধৰণৰ জটিল সময়ত পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাতকৈ পৰিবেশ কিছু পৰিমাণে সুস্থ হোৱালৈ অপেক্ষা কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

শ্ৰেণীকোঠাত পাঠদান নহ’লেও তলাবন্ধৰ সময়ৰে পৰা সকলো শ্ৰেণীৰ পাঠদান অনলাইন পদ্ধতিৰে সম্পন্ন কৰি থকা হৈছে । বৰ্তমান অব্যাহত থকা অনলাইন পদ্ধতিৰ পাঠদানসমূহ বন্ধ হ’লে ক্ষতিৰহে সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৷ অনুৰূপ মন্তব্য পানবজাৰস্থিত ডনবস্ক’ স্কুলৰ সহকাৰী শিক্ষক চাবাহ আহমেদৰ ।

তেওঁ কয় যে কৰ’নাৰ দ্ৰুত সংক্ৰমণ অব্যাহত থকাৰ কাৰণে আজিৰে পৰা স্কুলত পাঠদান আৰম্ভ কৰাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। সাম্প্ৰতিক পৰিস্থিতি উন্নত হোৱাৰ পাছতহে এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । আনহাতে কৰ’নাৰ ভয়াৱহতাৰ কাৰণে বহু সংখ্যক অভিভাৱকে সন্তানক বিদ্যালয়লৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছে ।

আগন্তুক ১৫ দিনৰ বাবে পৰীক্ষামূলকভাৱে আৰম্ভ কৰা অনানুষ্ঠানিক পাঠদান প্ৰক্ৰিয়াৰ ফলাফল সন্তোষজনক হ’লেহে নিজৰ সন্তানক বিদ্যালয়লৈ প্ৰেৰণ কৰিব বুলি নাম প্ৰকাশত অনিচ্ছুক কে’বাজনো অভিভাৱকে কয় । দীঘলীয়া বন্ধত অতিষ্ঠ হৈ পৰা একাংশ ছাত্ৰ ছাত্ৰীয়ে সন্মতি প্ৰপত্ৰ স্বাক্ষৰৰ বাবে নিজৰ নিজৰ অভিভাৱকক হেঁচা দিয়া বুলি একাংশ অভিভাৱক জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19Schools Reopening
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d