Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়ালৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা

publisher by publisher
September 24, 2020
in Assam, News
Reading Time: 1 min read
0
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়ালৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা
8
SHARES
80
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক আৱিৰ্ভাব মহোৎসৱৰ দিনাই (২৬ ছেপ্টেম্বৰ) ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট দেৱ শৰ্মাক ৰাজ্য চৰকাৰে পূৰ্বে ঘোষণা কৰা ২০১৭বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব ৷

ADVERTISEMENT

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ২৬ ছেপ্টেম্বৰত বিয়লি ৪ বজাত বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বঁটা প্ৰদান অনুষ্ঠানত বিত্ত, শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে উপস্থিত থাকিব ৷

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদানৰ খবৰে সত্ৰ নগৰী বৰপেটাবাসীক উৎফুল্লিত কৰিছে ৷ শংকৰদেৱ বঁটা প্ৰাপক শৰ্মা সত্ৰীয়া সংস্কৃতিৰ এগৰাকী সাধক একেধাৰে গায়ক, অভিনেতা, লেখক তথা মহাপুৰুষীয়া ধৰ্ম, কলা-কৃষ্টিৰ প্ৰচাৰ প্ৰসাৰক ৷

তেঁও ১৯৯৩ত বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া আৰু ২০০৬ত বুঢ়াসত্ৰীয়া পদত অধিষ্ঠিত হৈ বৰ্তমানেও বুঢ়াসত্ৰীয়া হিচাপে কাৰ্যভাৰ চলাই আছে ৷ আজীৱন সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰসাৰত আত্মনিয়োগ কৰি অহা শৰ্মাই ভাৰতবৰ্ষৰ বিভিন্ন স্থানত সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰি প্ৰশংসিত হৈ আহিছে ৷

সুন্দৰদিয়াৰ পিতৃ প্ৰয়াত গিৰীশ চন্দ্ৰ শৰ্মা আৰু মাতৃ প্ৰয়াত দময়ন্তী দেৱীৰ পুত্ৰ শৰ্মাৰ জন্ম হৈছিল ১৯৩৮ত ৷ সৰুৰে পৰা সত্ৰীয়া সংস্কৃতিৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা শৰ্মাই ১৯৫৫ত ড° ভূপেন হাজৰিকাৰ পৰিচালিত “এৰাবাটৰ সুৰ” কথাছবিত সত্ৰীয়া শিল্পী নৰহৰি বুঢ়াভকতৰ লগত ভোৰতাল নৃত্যত অংশ গ্ৰহণ কৰি হেমাংগ বিশ্বাস আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সান্নিধ্যলৈ আহিছিল ৷

তেখেতে “পিয়লি ফুকন” নাটত বিষ্ণু ৰাভাৰ লগতো অভিনয় কৰাৰ সৌভাগ্য হৈছিল ৷ ১৯৯৮ত বিহাৰৰ পাটনাত অনুষ্ঠিত উত্তৰ-পূৱ ভাৰত নাট্য মহোৎসৱত বাদল চৌধুৰী ৰচিত মাছৰ গদ্য নাটত অভিনয় কৰি দৰ্শকক মুগ্ধ কৰিছিল ৷ তেঁও ১৯৬৮ত কেইজনমান উদীয়মান যুৱকক নাম-প্ৰসংগ, গীত-মাত, খোল-তাল, নাট ভাওনা, থিয়নাম আদিৰ প্ৰশিক্ষণ দি সুন্দৰীদিয়া কলা-কৃষ্টি নামেৰে এটা সাংস্কৃতিক অনুষ্ঠান স্থাপন কৰে ৷

পিছত এই অনুষ্ঠানটোৰ জৰিয়তে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত কলকাতা, চেন্নাই, মুম্বাই, হিমাচল প্ৰদেশৰ মানালি, কুলুভেলি আদি ঠাইত সত্ৰীয়া সংস্কৃতি প্ৰচাৰ কৰিছিল ৷ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক শৰ্মাই অসমৰ পিচপৰা নাইবা সত্ৰীয়া সংস্কৃতিৰ প্ৰভাৱ নপৰা ঠাইত সত্ৰীয়া কলা-কৃষ্টি প্ৰচাৰৰ অৰ্থে প্ৰশিক্ষণ দিয়াৰ কামত আত্মনিয়োগ কৰি অৰুণাচলৰ সীমান্তত পথালি পাহাৰৰ দাঁতিত নামঘৰ প্ৰতিষ্ঠাৰে নাট-ভাওনা আদিৰ এটি চৰ্চা কেন্দ্ৰ গঢ়ি তোলে ৷

আনহাতে, ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ কাৰ্যকালত মুম্বাইত অনুষ্ঠিত হোৱা “আপনা” উৎসৱ শীৰ্ষক অনুষ্ঠানটোত অসমৰ পৰা যোগদান কৰা আশীজনীয়া সত্ৰীয়া সংস্কৃতিৰ শিল্পী দলটোৰ নেতৃত্ব বহন কৰিছিল শৰ্মাই ৷ গায়ক হিচাপেও সুখ্যাতি থকা শৰ্মাই ১৯৭৫ৰ পৰা অদ্যপৰিমিত আকাশবাণীৰ জৰিয়তে থিয়নাম, প্ৰসংগ, হোলীগীত, নাওখেলৰ গীত আদি পৰিৱেশন কৰি আহিছে ৷

সুন্দৰ, হৰিগুণ গাই নাচা, মোহন কলিয়া, যদুপতি, বনমালীৰাম আদি কে’বাখনো মুক্তিপ্ৰাপ্ত থিয়নামৰ শ্ৰব্য কেছেটত কণ্ঠদান কৰিছে ৷ ১৯৯০ত শিল্পী পেঞ্চন লাভ কৰা শৰ্মাই ২০০১ চনত চেন্নাইত অনুষ্ঠিত সৰ্বভাৰতীয় হৰিজন সভাত সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰি দালাই লামাৰ দ্বাৰা প্ৰশংসিত হৈছিল ৷

অভিনেতা শৰ্মাই মাটিৰ মানুহ, ব্যথাৰ পূজা, মহিষাসুৰ বধ, নহুষ উদ্ধাৰ আদি কে’বাখনো বাংলা নাট অসমীয়ালৈ অনুবাদ কৰি সুখ্যাতি অৰ্জন কৰিছে ৷ ‘সত্ৰীয়া নীতি সদাচাৰ’ শীৰ্ষক তেখেতৰ প্ৰকাশিত গ্ৰন্থ ৷ আজীৱন শিল্পীপ্ৰাণ বুঢ়াসত্ৰীয়া শৰ্মাক বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ অসমে ২০১৩ত শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতা বঁটাৰে সন্মানিত কৰাৰ লগতে সত্ৰৰত্ন, বদুলা পদ্ম আতা বঁটা, শংকৰ-মাধৱ গুৰু বঁটা আদি বহু বঁটাৰে সন্মানিত কৰিছে বশিষ্ঠ দেৱ শৰ্মাক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBarpeta
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d