Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মিছামাৰীৰ কলাকুছিত জংঘল বস্তিত গাভৰু নৈৰ ভয়াৱহ খহনীয়া অব্যাহত

publisher by publisher
September 30, 2020
in Assam, Flood, News
Reading Time: 1 min read
0
মিছামাৰীৰ কলাকুছিত জংঘল বস্তিত গাভৰু নৈৰ ভয়াৱহ খহনীয়া অব্যাহত
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

ৰাজ্যৰ প্রান্তে প্রান্তে এতিয়াও অব্যাহত আছে বানৰ তাণ্ডৱ । ঠায়ে ঠায়ে খহনীয়া অব্যাহত থকাত নৈপৰীয়া ৰাইজে বিনিদ্র ৰজনী কটোৱাৰ লগতে খহনীয়াত হেৰুৱাইছে মাটি -ভেটি। সমান্তৰালকৈ শােণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মিছামাৰীত গাভৰু নৈয়ে ভয়াৱহ গৰাখহনীয়াত কলাকুছি জংঘলবস্তি গাওঁখনলৈ প্রচণ্ড ভাবুকি কঢ়িয়াইছে । বিগত কে’বাদিনো ধৰি হােৱা নেৰা নেপেৰা বৰষুণৰ ফলত পুনৰ ফেনেফুটুকাৰে গাভৰু নৈ খন বাঢ়ি অহাত খহনীয়াই লৈছে কালৰূপ ।

ADVERTISEMENT

গাভৰু নৈৰ ভয়ংকৰ খহনীয়াত ইতিমধ্যে মিছামাৰীৰ কলাকুছি জংঘলস্তি গাওঁখনৰ ইব্রাহিম খলিল উল্লাহ শ্বেখ, আছেদ আলীকে ধৰি কে’বাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ, মাটি, ভেটি উচন হৈছে নৈৰ বুকুত ৷ খহনীয়াত সর্বস্বান্ত হৈ গাওঁখনৰ বহু পৰিয়ালে দিক-বিদিক হেৰুৱাই নিৰাপদ ঠাইলৈ ঢাপলি মেলিব লগা হৈছে ৷

তাৎপর্যপূর্ণ বিষয় যে গাভৰু নৈয়ে খহনীয়া অব্যাহত ৰখাৰ পিছতো জলসম্পদ বিভাগে গাওঁখনক ৰক্ষা কৰিবলৈ প্ৰতিৰােধৰ ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ । ইপিনে ভয়ংকৰ খহনীয়াৰ পৰা ৰক্ষা পাবলৈ গাওঁবাসীয়ে নিজাববীয়াকৈ বাঁহৰ পার্কোপাইন আদিৰ ব্যৱস্থা কৰিছিল যদিও কোনাে সকাহ নাপালে ৷ পুনৰ গাভৰু নৈ ওফন্দি উঠাত খহনীয়াই ভয়ংকৰ ৰূপ লােৱাত নৈপৰীয়াই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷

কলাকুছি জংঘলবস্তি গাওঁত গাভৰু নৈৰ ভয়ংকৰ খহনীয়া সন্দৰ্ভত স্থানীয় ব্যক্তি জাকিৰ হুছেইন, হেলাল উদ্দিনে সাংবাদিকৰ আগত কয় যে, গাভৰু নৈ খনে গাওঁখনত বিগত কে’বাবছৰ ধৰি খহনীয়াৰ সৃষ্টি কৰিছে । ইয়াৰ পিছতাে বিভাগীয় কর্তৃপক্ষ জলসম্পদ বিভাগ, স্থানীয় ঢেকিয়াজুলিৰ বিধান সভা সমষ্টিৰ বিধায়ক অশােক সিংহালেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ খহনীয়াই গাওঁখনলৈ ভাবুকি কঢ়িয়াইছে বুলি স্থানীয় ব্যক্তি দুগৰাকীয়ে প্ৰকাশ কৰি খহনীয়া প্ৰতিৰোধ আঁচনি গ্ৰহণ কৰি গাওঁ খনক ৰক্ষা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamAssam FloodErosionFlood
publisher

publisher

Related Posts

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে
India

১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

October 16, 2026
দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d